গণতন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
গণতন্ত্ৰ হ’ল কোনো ৰাষ্ট্ৰৰ (বা কোনো সংগঠনৰ) এনে এটি শাসন ব্যৱস্থা প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ বা চৰকাৰী প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ থাকে ৷থাকে। গণতন্ত্ৰত আইন প্ৰস্তাৱনা, প্ৰণয়ণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকৰ অংশগ্ৰহণৰ সমান অধিকাৰ আছে যিটো সচৰাচৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ মাধ্যমেৰে হয় ৷হয়। যদিও শব্দটি সাধাৰণতে ৰাজনৈতিক ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় যদিও অন্যান্য সংন্থাসংস্থা বা সংগঠনৰ ক্ষেত্ৰটো এইটো প্ৰযোজ্যপ্ৰযোজ্য।
 
==উৎপত্তি==
 
গণতন্ত্ৰ বা ডেমোক্ৰেচী(Democracy) শব্দটো আহিছে গ্ৰীক শব্দ ডেমোক্ৰেচিয়া(δημοκρατία)ৰ পৰা, যাৰ অৰ্থ জনগণৰ শাসন<ref>δημοκρατία in Henry George Liddell, Robert Scott, "A Greek-English Lexicon", at Perseus</ref> ৷ডেমোচডেমোচ মানে হ’ল জনগণ আৰু ক্ৰাটোচ মানে ক্ষমতাক্ষমতা। ৷খ্ৰীষ্টপূৰ্বখ্ৰীষ্টপূৰ্ব পঞ্চম শতিকামানৰ পৰাই গ্ৰীচ দেশত এই শব্দটিৰ ব্যৱহাৰ হৈ আহিছেআহিছে।
 
==সংজ্ঞা==
 
[[আব্ৰাহাম লিংকন]]ৰ মতে গণতন্ত্ৰ সংজ্ঞা,'গণতন্ত্ৰ হ'ল ৰাইজৰ দ্বাৰা,ৰাইজৰ হকে গঠিত,ৰাইজৰ চৰকাৰ'
 
==ইতিহাস==
 
প্ৰায় আঢ়ৈহাজাৰ বছৰ আগতে বিশ্বৰ প্ৰথম গণতন্ত্ৰ সৃষ্টি হয় [[গ্ৰীচ]]ৰ নগৰ ৰাষ্ট্ৰ [[এথেন্স]]ত। ৷এথেন্সতএথেন্সত গণতন্ত্ৰৰ সূচনা কৰিছিল ক্লেইস্থেনিছে ৫০৮-৫০৭ খ্ৰীষ্টপূৰ্বতখ্ৰীষ্টপূৰ্বত। ৷ক্লেইস্থেনিছকক্লেইস্থেনিছক এথেনীয়ান গণতন্ত্ৰৰ পিতৃপুৰুষ হিচাপে জনা যায়যায়।
 
==বিশেষত্ব==
 
আইনগত সমতা(legal equality),ৰাজনৈতিক স্বাধীনতা(political freedom),কানুনৰ নীতি(rule of law)ক গণতন্ত্ৰৰ মূখ্যমুখ্য বিশেষত্ব বুলি চিনাক্ত কৰা হৈছে<ref>Liberty and justice for some at Economist.com</ref><ref>O'Donnell, G., In Diamond, L.; Morlino, L., Assessing the Quality of Democracy, JHU Press, 2005, p. 3.</ref> ৷গণতন্ত্ৰতগণতন্ত্ৰত সকলো নাগৰিকেই আইনৰ চকুত সমান আৰু যিকোনো আইনী প্ৰক্ৰিয়াত সমান সুবিধা লাভ কৰিবকৰিব।
 
ৰাজনীতি বিজ্ঞানী লেৰী ডায়মণ্ডৰ মতে গণতন্ত্ৰ চাৰিটা মূল অংশ থাকে
 
# এটা ৰাজনৈতিক ব্যৱস্থা যাৰ জৰিয়তে মুক্ত আৰু নিকা নিৰ্বাচন পদ্ধতিৰে চৰকাৰ বাছনি আৰু সলনি কৰিব পাৰি
# নাগৰিকৰ দ্বাৰা ৰাজনীতি আৰু সাধাৰণ জীৱনত সক্ৰিয় অংশগ্ৰহণ
# সকলো নাগৰিকৰ মানৱ অধিকাৰ সুৰক্ষিত ৰখা
# সকলো নাগৰিকৰ ওপৰত সমানে প্ৰযোজ্য হোৱা এটা আইনী ব্যৱস্থা<ref>Diamond, L., Lecture at Hilla University for Humanistic Studies January 21, 2004: [http://web.stanford.edu/~ldiamond/iraq/WhaIsDemocracy012004.htm "What is Democracy"]</ref>
 
==তথ্য সংগ্ৰহ==�{{Reflist}}
"https://as.wikipedia.org/wiki/গণতন্ত্ৰ"ৰ পৰা অনা হৈছে