গীটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
24 নং শাৰী:
* হে'ড্ ষ্টক্ - হেড্ ষ্টক হ'ল গিটাৰ টিউন কৰা পেগ্‌ছ ধৰি ৰখা অংগ।
* টিউনিং পেগ্‌ছ - টিউনিং পেগ্‌ছ তাৰ ধৰি ৰখাত আৰু গিটাৰ টিউন কৰাত ব্যৱহাৰ হয়।
* নাট - নাটে তাঁৰসমূহ নিজৰ নিজৰ ঠাইত ধৰি ৰাখে।
* নে'ক - হে'ড্ ষ্টককে ধৰি ব'ডিৰ ওপৰৰ সকলো নেক।
* ফ্ৰেট ব'ৰ্ড - ফ্ৰেট ব'ৰ্ডে ফ্ৰেটসমূহ নিজৰ নিজৰ ঠাইত ধৰি ৰাখে।
* ফ্ৰেট সমোহ - ফ্ৰেটসমূহ ফ্ৰেট ব'ৰ্ডত পথালিকৈ থাকে।
* ব'ডি - এজন সোঁহতীয়াই গীটাৰ ধৰিলে সোঁফালে যি বৃহৎ অংশ থাকে, সেয়েই ব'ডি।
* ব্ৰিজ - ব্ৰিজে তাঁৰসমূহ ব'ডিত ধৰি ৰাখে।<ref>http://www.guitarlessons.com/guitar-lessons/alternate-tunings-guitar-maintenance-and-jams/basic-guitar-parts/</ref>
 
36 নং শাৰী:
==প্ৰকাৰ==
মূলত গীটাৰ তিনি প্ৰকাৰৰ। যেনে-
# স্পেনিছ গীটাৰ
# হাৱাইন গীটাৰ
# বেছ্‌ গীটাৰ
 
ইয়াৰ বাদেও স্পেনিছ গীটাৰক ক্লাছিকেল, একাউষ্টিক আৰু ইলেকট্ৰিক আদি ভাগত ভাগ কৰা হয়।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/গীটাৰ"ৰ পৰা অনা হৈছে