গোবিন্দ বল্লভ পণ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{ref improve}}
{{ infobox writer
| name = গোবিন্দ বল্লভ পণ্ট
| image = Pandit_Govind_Ballabh_Pant.jpg
10 নং শাৰী:
| birth_date = ১০ চেপ্তেম্বৰ, ১৮৮৭ চন
| birth_place = [[খুঁটগাঁও]], [[আলমোড়া]], [[উত্তৰ প্ৰদেশ]]
| death_date = ১৯৬১
| death_place =
| resting_place =
36 নং শাৰী:
| website =
}}
'''গোবিন্দ বল্লভ পণ্ট''' (''{{lang-en|Govind Ballabh Pant}}'') (১৮৮৭-১৯৬১) ভাৰতৰ অৰ্থ শাস্ত্ৰ, ৰাজনীতি আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা দেখুওৱা বিশিষ্ট ব্যক্তি আছিল। তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰীমুখ্যমন্ত্ৰী হৈছিল। তেওঁ স্বাধীনতা যুঁজাৰু আছিল। তেওঁ [[ভাৰত]] চৰকাৰৰ গৃহমন্ত্ৰী হৈ কাৰ্য-নিৰ্বাহ কৰিছিল। তেওঁৰ বিৰল প্ৰতিভাৰ বাবে ভাৰত চৰকাৰে ১৯৫৭ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল।<ref name="গোবিন্দ বল্লভ পণ্ট">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৩০,৩১}}</ref>
 
==জন্ম আৰু শিক্ষা==
51 নং শাৰী:
 
==মৃত্যু==
এই ৰাজনীতিজ্ঞ পণ্ডিত গোবিন্দ বল্লভ পণ্টৰ দেহাৱসান ঘটে ১৯৬১ চনত।
 
 
70 নং শাৰী:
{{Authority control|VIAF=15567276}}
{{Persondata <!-- Metadata: see [[Wikipedia:Persondata]]. -->
| NAME = Pant, Govind Ballabh
| ALTERNATIVE NAMES =
| SHORT DESCRIPTION =
| DATE OF BIRTH = September 10, 1887
| PLACE OF BIRTH = Khoont-Dhaamas village, [[Almora]], <br />[[North-Western Provinces]]
| DATE OF DEATH = March 7, 1961
| PLACE OF DEATH = [[Uttar Pradesh]]
}}
[[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]]