ঘাতবল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
4 নং শাৰী:
:<math>J = F_{\text{average}} (t_2 - t_1)</math>
==ধ্ৰুৱীয় ভৰৰ ক্ষেত্ৰত গাণিতীয় সম্বন্ধ==
''t''<sub>1</sub> ৰ পৰা ''t''<sub>2</sub> সময়ত ঘাতবল '''J''' হৈছে
<ref>{{cite book|title=Engineering Mechanics |edition=12th |first1=Russell C.|last1=Hibbeler|publisher=Pearson Prentice Hall|year=2010|isbn=0-13-607791-9|page=222}}</ref>
:<math>\mathbf{J} = \int_{t_1}^{t_2} \mathbf{F}\, \mathrm{d}t</math>
17 নং শাৰী:
য'ত Δ'''p''' হৈছে ''t''<sub>1</sub> ৰ পৰা ''t''<sub>2</sub> সময়ত সলনি হোৱা ভৰবেগ। ইয়াক প্ৰায়ে ঘাতবল-ভৰবেগ সূত্ৰ হিচাপে জনা যায়।
অৰ্থাৎ, ঘাতবলক কোনো বস্তুৰ ওপৰত বল প্ৰয়োগ কৰাৰ ফলত হোৱা [[ভৰবেগ]]ৰ পৰিৱৰ্তন হিচাপেও সংজ্ঞাবদ্ধ কৰিব পাৰি।
:<math>\mathbf{J} = \int_{t_1}^{t_2} \mathbf{F}\, dt = \Delta\mathbf{p} = m \mathbf{v_2} - m \mathbf{v_1}</math>
য'ত,
:'''F''' হৈছে প্ৰয়োগ কৰা [[বল]]
:''t''<sub>1</sub> আৰু ''t''<sub>2</sub> সময়
:''m'' ভৰ
:'''v'''<sub>2</sub> অন্তিম [[বেগ]]
:'''v'''<sub>1</sub> প্ৰাৰম্বিক [[বেগ]]
ঘাতবলক তীব্ৰবেগী বল বা প্ৰভাৱ(fast-acting force or impact) সূচাবলৈকো কেতিয়াবা ব্যৱহাৰ কৰা হয়।
 
[[শ্ৰেণী:ধ্ৰুপদী বলবিজ্ঞান]]
"https://as.wikipedia.org/wiki/ঘাতবল"ৰ পৰা অনা হৈছে