চীন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{dablink|এই নিবন্ধটো ''গণপ্ৰজাতন্ত্ৰী চীন'' সম্পৰ্কিত। প্ৰজাতন্ত্ৰী চীন সম্পৰ্কিয় নিবন্ধৰ কাৰণে, চাওক '''[[টাইৱান]]'''। }}
{{Infobox country
|native_name = 中华人民共和国{{Ref label |names|a|}}
''জংসুৱা ৰেন্মিন গংসেগুৱ''| |conventional_long_name = গণপ্ৰজাতন্ত্ৰী চীন
22 নং শাৰী:
| ethnic_groups =
{{vunblist
| 91.51% [[Han Chinese|Han]]<ref name=census/>
| {{collapsible list
|title = {{small|[[List of ethnic groups in China|55 minorities]]{{efn|Ethnic minorities that are recognized officially.}}}}
|1.30% [[Zhuang people|Zhuang]] |0.86% [[Manchu people|Manchu]] |0.79% [[Uyghur people|Uyghur]] |0.79% [[Hui people|Hui]] |0.72% [[Miao people|Miao]] |0.65% [[Yi people|Yi]] |0.62% [[Tujia people|Tujia]] |0.47% [[Ethnic Mongols in China|Mongol]] |0.44% [[Tibetan people|Tibetan]] |0.26% [[Buyei]] |0.15% [[Koreans in China|Korean]] |1.05% others
35 নং শাৰী:
| government_type = [[Single-party state|Single-party]] [[socialist state]]
| leader_title1 = [[President of the People's Republic of China|President]]
| leader_name1 = [[ছি জিনপিং]]{{efn|Xi Jinping holds four concurrent positions: [[General Secretary of the Communist Party of China]], [[President of the People's Republic of China]], and [[Chairman of the Central Military Commission]] for both state and party.<ref>[http://rt.com/news/china-new-leader-xi-734/ "New man at helm: Xi Jinping elected to lead China"]. RT.com. 15 November 2012. Retrieved 2 January 2013.</ref>}}
81 নং শাৰী:
| GDP_PPP_per_capita_rank = 88th
| Gini_year = 2012
| Gini_ref = <ref name=gini>{{cite news |title=Income inequality: Delta blues |url=http://www.economist.com/blogs/analects/2013/01/income-inequality |work=The Economist |date=23 January 2013 |accessdate=23 January 2013}}</ref>
| Gini_rank =
| HDI_ref = <ref name="HDI">{{cite web |url=http://hdr.undp.org/sites/default/files/hdr14-summary-en.pdf |title=2014 Human Development Report Summary |date=2014 |accessdate=27 July 2014 |publisher=United Nations Development Programme | pages=21–25}}</ref>
| HDI_rank = 91st
| currency = [[Renminbi|Renminbi (yuan)]](¥){{efn|The [[Hong Kong Dollar]] is used in [[Hong Kong]] and the [[Macanese pataca]] is used in [[Macau]].}}
101 নং শাৰী:
[[চিত্ৰ:Flag of the People's Republic of China.svg|thumbnail|চীনৰ জাতীয় পতাকা]]
'''চীন''' (সৰল চীন ভাষাত:中国) পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ১৩০ কোটি জনসংখ্যাৰ অধিকাৰী চীন পৃথিবীৰ সবাতোকৈ জনবহুল আৰু আয়তনৰ দিশৰ পৰা এছিয়াৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ। ইয়াৰ আয়তন প্ৰায় মাৰ্কিনআমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান। পৃথিৱীৰ ৩য় বৃহত্তম ৰাষ্ট্ৰ চীনৰ উত্তৰে আছে [[মঙ্গোলিয়া]]; উত্তৰ পূবে [[ৰাছিয়া]] আৰু উত্তৰে [[কোৰিয়া]]; পূবে চীন সাগৰ; দক্ষিণে [[ভিয়েটনাম]], [[লাওছ]], [[ম্যানমাৰ]], [[ভাৰত]], [[ভূটান]], [[নেপাল]]; দক্ষিণ পশ্চিম দিশে [[পাকিস্তান]]; পশ্চিমে [[আফগানিস্তান]], [[তাজিকিস্তান]], [[কিৰ্গিজিস্তান]] আৰু [[কাজাকিস্তান]]। এই ১৪খন দেশৰ উপৰিও চীনৰ পূবত পীত সাগৰৰ ওচৰত [[দক্ষিণ কোৰিয়া]] আৰু [[জাপান]] আছে; দক্ষিণ চীন সাগৰৰ বিপৰীত দিশত আছে [[ফিলিপাইন]]।
==নাম==
চীনাসকলে তেওঁলোকৰ দেশক চুংকুও নামেৰে মাতে, যাৰ অৰ্থ "মধ্যদেশ" বা "মধ্যৱৰ্তী ৰাজ্য"। "চীন" নামটো বিদেশীসকলে দিয়া; এইটো সম্ভৱত খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ চীন ৰাজবংশৰ নামৰ বিকৃত ৰূপ। চীনৰ স্বীকৃত নামটো হ'ল 'পিপুলচ্‌ ৰিপাব্লিক অৱ চাইনা' (People's Republic of China)।
==সাধাৰণ তথ্য==
চীনত বিশ্বৰ জনসংখ্যাৰ এক-পঞ্চমাংশ লোকে বাস কৰে। সেইসকলৰ ৯০% ৰো অধিক হ’ল চৈনিক হান জাতিৰ লোক। হান জাতি বাদেও চীনত আৰু ৫৫টা সংখ্যালঘু জাতিয়ে বাস কৰে। তাৰ মাজত আছে তিব্বতি, মঙ্গোল, উইঘুৰ, ছুয়াং, মিয়াও আদি অনেক সৰু সৰু জাতি। হান জাতিৰ লোকসকলৰ মাজত অঞ্চলভেদে ভাষাগত পাৰ্থক্য দেখা যায়। যদিও শিক্ষাব্যৱস্থা্ত আৰু গণমাধ্যমত পুতোংহুয়া নামেৰ এটা সাধাৰণ ভাষা ব্যৱহাৰ কৰা হয়, আঞ্চলিক কথিত ভাষাসমূহৰ বেছিভাগেই পৰস্পৰৰ বোধগম্য নহয়। তেনেক্ষেত্ৰত চিত্ৰলিপিভিত্তিক লিখন পদ্ধতি ব্যৱহাৰ কৰি লিখা চীনা উপভাষাই একক ভাবে লেখা দেখা যায়; ফল ক্ৰমে সমূহ চীনত যোগাযোগ সহজ হৈছে।
চীন হৈছে পৃথিৱীৰ ২য় বৃহৎ অৰ্থনীতি (১মত [[আমেৰিকা যুক্তৰাষ্ট্ৰ]])। চীন এখন 'চিংগ্ল্ পাৰ্টী ষ্টেট, অৰ্থাৎ চীনত মাত্ৰ এটা পাৰ্টীৰ ৰাজত্ব, সেই পাৰ্টীটো হ'ল- 'কমিউনিষ্ট পাৰ্টী অৱ চাইনা'।<ref>"Constitution of the People's Republic of China". People's Daily. Retrieved 14 July 2009.</ref>
113 নং শাৰী:
==বুৰঞ্জী==
====প্ৰাৰম্ভিক ৰাজ্য সমোহ====
খ্ৰীষ্টপূৰ্ব ১৭-১১ শতিকাত ৰাজত্ব কৰা 'চাং'সকল প্ৰথম চীনা ৰাজবংশ। তেওঁলোকৰ দিনতেই আধুনিক চীনা লিপিৰ প্ৰথম পোনপটীয়া পূৰ্বজ "অ'ৰেক্ল্ ব'ন্ লিপি" প্ৰচলিত হৈছিল। চাং সকলৰ পিছত আহিল 'ঝৌ'সকল। তেওঁলোকে খ্ৰীষ্টপূৰ্ব ১২-৫ম শতিকালৈ ৰাজ কৰে। তেওঁলোকৰ হাতৰ পৰা শক্তি বিভিন্ন আঞ্চলিক ৰাজ্যলৈ গ'ল। তেওঁলোকে ৩০০ বছৰীয়া "বসন্ত আৰু শৰৎ"ৰ যুগ যুদ্ধ কৰি পাৰ কৰিলে। "ৱাৰিং ষ্টেত্স" বা "যুদ্ধ কৰা ৰাজ্য সমোহ"ৰ যুগ(খ্ৰীষ্টপূৰ্ব ৫-৩ শতিকা) অহালৈকে চীনত ৭খন শক্তিশালী ৰাজ্য সৃষ্টি হ'ল।
====ৰাজকীয় চীন====
যুদ্ধ কৰা ৰাজ্য সমোহৰ যুগৰ পিছত শ্বিং ৰাজবংশ শক্তিলৈ আহে। শ্বিং শ্বি হুৱাঙে নিজক চীনৰ প্ৰথম সম্ৰাট ঘোষণা কৰে।
====ৰাজবংশৰ অন্ত====
147 নং শাৰী:
* [http://ifri.org/files/Securite_defense/Prolif_Paper_Minxin_Pei.pdf "Assertive Pragmatism: China's Economic Rise and Its Impact on Chinese Foreign Policy"]. Minxin Pei (2006). IFRI Proliferation Papers. No. 15.
;ভ্ৰমণ
;ভ্ৰমন
* [http://www.cnto.org/ China National Tourist Office] (CNTO)
161 নং শাৰী:
| Northeast = {{RUS}}
| East = {{PRK}}
[[Yellow Sea|য়েল্ল ছী]]
[[East China Sea|পূব চীন সাগৰ]]
| Southeast = {{TWN-ROC}}
[[South China Sea|দক্ষিনদক্ষিণ চীন সাগৰ]]
| South = {{IND}}
{{MMR}}
{{LAO}}
{{VNM}}
| Southwest = {{PAK}}
{{IND}}
{{NPL}}
{{BTN}}
"https://as.wikipedia.org/wiki/চীন"ৰ পৰা অনা হৈছে