চৈয়দ আব্দুল মালিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox writer
| bgcolour = lightgray
| name = চৈয়দ আব্দুল মালিক
| image = চৈয়দ আব্দুল মালিক.JPG
| caption =
| birth_date = ১৫ জানুৱাৰী, ১৯১৯
| birth_place = নাহৰণি, [[গোলাঘাট]]
| death_date = ১৯ ডিচেম্বৰ, ২০০০
| death_place =
| occupation = গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি
| nationality = ভাৰতীয়
| period =
| influenced =
| signature =
}}
'''চৈয়দ আব্দুল মালিক''' ({{lang-en| Syed Abdul Malik}}, (১৯১৯-২০০০) [[অসমীয়া সাহিত্য]]ৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি৷কবি। তেওঁ ২৫ খনৰো অধিক [[গল্প]] সংকলন, ৫০ খনতকৈ অধিক [[উপন্যাস]], পাঁচখন [[কবিতা]] সংকলন, তিনিখন [[শিশু সাহিত্য]] আৰু ২০ খন২০খন মঞ্চ [[অনাতাঁৰ নাট]] আৰু অলেখ প্ৰৱন্ধপ্ৰবন্ধ ৰচনা কৰিছিল৷কৰিছিল। তেওঁ ১৯৭৭ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতি হয়<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২। </ref> তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত [[সাহিত্য একাডেমী বঁটা]]<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref> লাভ কৰাৰ উপৰিও ১৯৯২ চনত [[অসম উপত্যকা বঁটা]], ১৯৯৯ চনত [[শংকৰদেৱ বঁটা]] আৰু [[পদ্মশ্ৰী]], [[পদ্মভূষণ]]<ref>{{cite web|url=http://india.gov.in/myindia/advsearch_awards.php |title=Search Awardees - Padma Awards - My India, My Pride - Know India: National Portal of India |publisher=India.gov.in |date= |accessdate=2012-12-25}}</ref> সন্মান লাভ কৰে<ref>http://www.assaminfo.com/famous-people/35/syed-abdul-malik.htm</ref>
 
==শিক্ষা==
চৈয়দ আব্দুল মালিকৰ জন্ম ১৯১৯ চনৰ ১৫ জানুৱাৰীত হয়<ref>{{cite web|author=Bipuljyoti Saikia |url=http://www.bipuljyoti.in/authors/malik.html |title=Bipuljyoti Saikia's Homepage : Authors & Poets - Syed Abdul Malik |publisher=Bipuljyoti.in |date= |accessdate=2012-12-25}}</ref> [[গোলাঘাট জিলা]]ৰ [[নাহৰণি]]ত<ref>http://www.vedanti.com/Legends/syed_abdul_malik.htm</ref> জন্ম গ্ৰহণ কৰা [[অসমীয়া]] কথা সাহিত্যৰ প্ৰবাদ পুৰুষ মালিকে যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা, [[যোৰহাট মহাবিদ্যালয়]]ৰ পৰা আই এ আৰু [[কটন মহাবিদ্যালয়]]ৰ পৰা ১৯৪১ ত সুখ্যাতিৰে বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। কেইবা বছৰ চাকৰি কৰাৰ পাছত ১৯৫১ ত বিশ্ববিদ্যালয়ৰ (?) পৰা অসমীয়া বিভাগত এম.এ. পৰীক্ষা প্ৰাইভেটকৈ দি সুখ্যাতিৰে উত্তীৰ্ণ হয়।
 
==কৰ্মজীৱন==
১৯৪২ ত আবকাৰী বিভাগৰ ''চাব ইন্সপেক্টৰ'' হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা মালিকে সৈন্য বিভাগতো কাম কৰিছিল। ১৯৪৬ ত [[যোৰহাট মহাবিদ্যালয়]]ত পাৰ্ছী ভাষাৰ প্ৰবক্তা হিচাপে দুবছৰ কাম কৰি শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত ''প্ৰ'গেম এচিষ্টেণ্ট'' হিচাপে যোগ দিয়ে। ডেৰ বছৰ এই কাম কৰাৰ পাছত ঢেকীয়াল হাইস্কুল আৰু কুৰালগুৰি হাইস্কুলত শিক্ষকতা কৰে। ১৯৫১ৰ পৰা ১৯৭৬ লৈ যোৰহাটৰ [[জে বি কলেজ]]ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰে। ১৯৬৩ৰ পৰা ১৯৬৯ লৈ সাহিত্য একাডেমী কাউন্সিলৰ সদস্য হিচাপে থকা মালিক ১৯৬৯ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। ১৯৭৬ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত মালিকে তাৰ পাছৰ বছৰত [[অসম সাহিত্য সভা]]ৰ অভয়াপুৰী অধিবেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। জীৱনৰ কোনো এক নিৰ্দিষ্ট দিশৰ সূত্ৰতে সীমাবদ্ধ নথকা মালিক ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও ডেকা বয়সত ওতঃপ্ৰোতভাৱেওতপ্ৰোতভাৱে জড়িত আছিল।
 
==মৃত্যু==
চৈয়দ আব্দুল মালিকৰ ২০০০ চনৰ ১৯ ডিচেম্বৰত ৮৯ বছৰ বয়সত মৃত্যু হয়।
 
 
36 নং শাৰী:
# ৰূপতীৰ্থৰ যাত্ৰী
# ধন্য নৰতনু ভাল
# প্ৰেম অমৃতৰ নদী আদিআদি।
# ড.ড॰ অৰুনাভৰ অসম্পূৰ্নঅসম্পূৰ্ণ জীৱনী
# আধাৰশিলা
# এটা সূৰ্য, দুখন নদী আৰু এখন মৰুভূমি
50 নং শাৰী:
#একাবেঁকা বৃত্ত
#স্বতী নক্ষত্ৰৰ ভস্ম
#ভূমিচম্পাৰ কপালৰ সেন্দুৰৰসেন্দূৰৰ ফোঁট
#মোৰ বাবে তুমি নুৰুবা মালতী ফুল
#বহুত বেদনা এটোপা চকুলো
157 নং শাৰী:
{| class="wikitable" style="width:70%;"
|+ বঁটা
! বৰ্ষ !! বঁটা !! তথ্য
|-
| ১৯৭২ || [[সাহিত্য একাডেমী বঁটা]] || ''[[অঘৰী আত্মাৰ কাহিনী]]'' উপন্যাসৰ বাবে
165 নং শাৰী:
| ১৯৯২ || [[পদ্মবিভূষণ]] || অসমীয়া সাহিত্যলৈ যুগোৱা অৱদানৰ বাবে
|-
| ১৯৯২ || [[অসম উপত্যকা সাহিত্য বঁটা]] ||
|-
| ১৯৯৯ || [[শংকৰদেৱ বঁটা]]<ref>http://www.assaminfo.com/famous-people/35/syed-abdul-malik.htm</ref> ||
|}
 
174 নং শাৰী:
 
==সহায়ক গ্ৰন্থপূঞ্জী==
* "পদ্মনাথ গোহাঞিবৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ", লেখক: ড°ড॰ ত্ৰিদিব গোস্বামী।
 
==বাহ্যিক সংযোগ==