চৰাইদেউ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Stub-inline|অসমৰ ভৌগোলিক পোখালি}}
{{Infobox India district
| Name = চৰাইদেউ
| Local = চে-ৰাই-ডয় ([[আহোম ভাষা]])
| State = [[অসম]]
| Division = উজনি অসম
| Established = {{Start date|2015|08|15|df=yes}}
| HQ = সোণাৰি
| Map = Assam district locator map Charaideo.svg
| Coordinates =
| Area =
| Area_footnotes =
| Area =
| Elevation =
| Area_footnotes =
| Year =
| Elevation =
| Population =
| Year =
| Population =
| Population_footnotes =
| Density_footnotes =
| Urban =
| Literacy =
| SexRatio =
| Collector =
| Tehsils =
| LokSabha = [[যোৰহাট (লোকসভা সমষ্টি)|যোৰহাট]]
| Tehsils =
| Assembly =
| LokSabha = [[যোৰহাট (লোকসভা সমষ্টি)|যোৰহাট]]
| Highways =
| Assembly =
| Vehicle =
| Highways =
| Rain =
| Vehicle =
| Website =
| Rain =
| Website =
}}
'''চৰাইদেউ জিলা''' ([[আহোম ভাষা]] চে-ৰাই-ডয়, অৰ্থ: পাহাৰত জিলিকি থকা চহৰ , [[ইংৰাজী ভাষা]]:Che Rai Doi or Charaideo ) অসমৰ এখন ন কৈ গঠন কৰা জিলা যি প্রাচীনপ্ৰাচীন [[আহোম]] ৰাজধানী চহৰ চে-ৰাই-ডয় আৰু কিছু অঞ্চলক সামৰি গঠিত।‌গঠিত। ‌ ২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মূখ্যমন্ত্ৰীমুখ্যমন্ত্ৰী [[তৰুণ গগৈ|তৰুণ গগৈয়ে]] [[শিৱসাগৰ জিলা]]ৰ চৰাইদেউ মহকুমাক আন চাৰিখন মহকুমাৰ সৈতে জিলা ৰূপে ঘোষণা কৰে। জিলাখনৰ সদৰ স্থান [[সোণাৰি]]।
 
==চৰাইদেউ নামৰ উৎপত্তি==
চৰাইদেউ নামৰ উৎপত্তি [[আহোম ভাষা|টাই আহোম ভাষাৰ]] শব্দ চে-ৰাই-ডয় পৰা হৈছে।‌হৈছে। ‌ লিখিত আছে যে [[চুকাফা|স্বৰ্গদেউ চ্যাও-লুং-চ্যুকাফাই]] [[পাটকাই|পাটকাই পাহাৰ]] বগাই চৰাইদেউত বাহৰ পাতিছিল।‌পাতিছিল। ‌ চৰাইদেউ সৌন্দৰ্য্যত মোহগ্ৰস্থহৈ চ্যাও-লুং-চ্যুকাফাই চে-তাম-ডয় নামকৰণ কৰি ৰাজধানী পাতিছিল, যাৰ অৰ্থ আছিল পাহাৰৰ জিলিকা চহৰ (চে=চহৰ, ৰাই=জিলিকা, ডয়=পাহাৰ)।‌। ‌ এই চে-ৰাই-ডয় পৰৱৰ্তীকালত চৰাইদেউ নামেৰে বিখ্যাত হৈ উঠে।‌উঠে। ‌
 
==যাতায়ত==
===স্থলপথ===
ঐতিহাসিক জিলা হোৱা হেতুকে জিলাখনিত বহুতো আহোম ৰজাদিনীয়া পথ আছে।‌আছে। মূখ্য‌ মুখ্য পথৰূপে [[ধোদৰ আলি]] পথটি ব্যৱহাৰ কৰা হয়।‌হয়। ‌ ই [[শিৱসাগৰ জিলা]], [[গোলাঘাট জিলা]], [[নাজিৰা]], [[বালিঘাট]], [[শিমলুগুৰি, শিৱসাগৰ|শিমলুগুৰি]], [[নামৰূপ]]ক সংযোগ কৰিছে।‌কৰিছে। ‌ তদুপৰি ধোদৰ আলিয়ে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথকো সংযোগ কৰিছে।‌কৰিছে। ‌ ইতিহাস মতে আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত [[পাইক প্ৰথা]] বুলি এটা ব্যৱস্থা আছিল। এই পাইকৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বহুতো লোকে ভকতৰ বেশে সত্ৰসমূহত থানিকা পাতিছিল আৰু বিনা পৰিশ্ৰমে জীৱন-নিৰ্বাহ কৰিছিল। স্বৰ্গদেউ [[গদাধৰ সিংহ]]ই এই ভণ্ড ভকত বা ধোদবোৰক ধৰি আনি এটা আলি সাজিবলৈ লগাই দিছিল। গোলাঘাট জিলাৰ কমাৰবন্ধাৰ পৰা [[ডিব্ৰুগড় জিলা]]ৰ জয়পুৰলৈ নিৰ্মাণ কৰা এই সুদীৰ্ঘ আলিটোকে বোলা হৈছিল ধোদৰ আলি। আন এটা ঐতিহাসিক আলি নাহৰ আলি সোণাৰি নগৰত ধোদৰ আলিৰ সৈতে সংযুক্ত হৈছে।
===ৰেলপথ===
শিমলুগুৰি জংচন চৰাইদেউ জিলাৰ প্ৰধান ৰেল জংচন।‌জংচন। ‌ দূৰণিবতীয়া ৰেলসমূহ শিমলুগুৰি জংচনত ৰয়।‌ৰয়। ‌ অন্য ষ্টেচনৰ ভিতৰত সোণাৰিৰ ভজো আৰু নামৰূপ ষ্টেচন উল্লেখযোগ্য।‌উল্লেখযোগ্য। ‌ এই ষ্টেচনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ, ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছ আৰু লিডু-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলহে ৰয়।<ref name="ntes">{{cite web | url=https://enquiry.indianrail.gov.in/ntes/index.html | title=National Train Enquiry System | accessdate=7 July 2018}}</ref>
===বায়ুপথ===
ডিব্ৰুগড় জিলাৰ [[ডিব্ৰুগড় বিমানবন্দৰ|মোহনবাৰী বিমানবন্দৰ]] আৰু যোৰহাট জিলাৰ [[ৰৰৈয়া বিমানবন্দৰ|ৰৰৈয়া বিমাবন্দৰে]] চৰাইদেউ জিলাক বায়ুমাৰ্গেৰে সংযোগ কৰিছে।‌কৰিছে। ‌ ভাৰতৰ মূখ্যমুখ্য বিমান পৰিবহনপৰিবহণ সংস্থাসমূহ যেনে জেট এয়াৰৱেজ, জেট কনেক্ট, [[ইণ্ডিগ']], এয়াৰ ইণ্ডিয়াই এই বিমান বন্দৰকেইটালৈ সেৱা আগবঢ়ায়।‌আগবঢ়ায়। ‌ পৱন হংস নামেৰে চৰকাৰী হেলিকপ্টাৰ সেৱা আছে।‌আছে। ‌ চাৰ্টাড বিমানসেৱাও উপলব্ধ।‌উপলব্ধ। ‌ আন্তৰ্জাতিক বিমানবন্দৰ ৰূপে [[গুৱাহাটী]] স্থিত [[লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ|লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে]] সেৱা আগবঢ়াই আহিছে।‌আহিছে। ‌
 
==পৰ্য্যটন==
[[File:Charaideo Maidam of Ahom Kings at Charaideo in Sivasagar, Assam 4.jpg|thumb|right|220px|চৰাইদেউ জিলাৰ বিখ্যাত [[মৈদাম|চৰাইদেউ মৈদাম]]]]
নকৈ জিলাৰূপে ঘোষণাকৰা পূৰ্বে সামগ্ৰিকভাৱে ই ঐতিহাসিক স্মৃতিচিহ্নৰে পৰিপূৰ্ণ শিৱসাগৰ জিলা আছিল।‌আছিল। ‌ বিভাজনৰ পাছত চৰাইদেউ জিলাত [[আহোম ৰাজ্য|আহোম সম্ৰাজ্যৰ]] প্ৰসাদ [[কাৰেংঘৰ]], এচিয়াৰ পিৰামিডৰূপে বিখ্যাত [[মৈদাম|চৰাইদেউ মৈদাম]], শ-ধোৱা পুখুৰী, টেঙা পুখুৰী, আহোম সৈন্য প্ৰশিক্ষণ কেন্দ্ৰ ইত্যাদিকে কৰি বহুতো পুৰণি গাঁও থাকি যায়।‌যায়। ‌
 
==তথ্য উৎস==
{{Reflist}}
{{Geographic location
|Centre = চৰাইদেউ জিলা
|North = [[ডিব্ৰুগড় জিলা]]
|Northeast = [[ডিব্ৰুগড় জিলা]]
|East = [[টিৰাপ জিলা]], [[অৰুণাচল প্ৰদেশ]]
|Southeast =
|South = [[মন জিলা]], [[নাগালেণ্ড]]
|Southwest =
|West = [[শিৱসাগৰ জিলা]]
|Northwest =
}}