ছাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ র -> ৰ |
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
1 নং শাৰী:
{{Infobox anatomy
| Name
| Latin
| GraySubject =
| GrayPage
| Image
| Caption
| Width
| Image2
| Caption2
| ImageMap
| MapCaption
| Precursor
| System
| Artery
| Vein =
| |
|
|
|
|
|
}}
'''চৰ্ম''' বা '''ছাল''' {{En|skin}} হৈছে [[মেৰুদণ্ডী]]ৰ বাহ্যিক আৱৰণ। অন্য প্ৰাণীৰ আৱৰণবোৰ, যেনে [[সন্ধীপদি]]ৰ [[কংকাল|বহিঃ কংকাল]] আদিৰ বিকাশৰ উৎস, গঠন আৰু ৰাসায়নিক সংযুতি ভিন্ন। [[স্তন্যপায়ী]]ৰ ছাল বহু তৰপীয়া আৱৰণি কলাৰে গঠিত [[আচ্ছাদন তন্ত্ৰ]]ৰ এটা অংগ, আৰু ই ভিতৰত থকা পেশী, হাড়, লিগামেণ্ট আৰু আভ্যন্তৰিণ অংগসমূহক সুৰক্ষা প্ৰদান কৰে।<ref name="Hcare">[http://skin-care.health-cares.net/oily-skin-care.php "Skin care" (analysis), Health-Cares.net, 2007]</ref> উভচৰ, সৰিসৃপ আৰু চৰাইৰ ক্ষেত্ৰত এক ভিন্ন প্ৰকৃতিৰ ছাল দেখা পোৱা যায়।<ref>{{vcite2 journal | vauthors = Alibardi L | year = 2003 | title = Adaptation to the land: The skin of reptiles in comparison to that of amphibians and endotherm amniotes | url = | journal = J Exp Zoolog B Mol Dev Evol. | volume = 298 | issue = 1| pages = 12–41 | doi = 10.1002/jez.b.24 | pmid = 12949767 }}</ref> প্ৰাণীৰ ছালত [[নোম]] থাকে, যদিও সামুদ্ৰিক প্ৰাণীবোৰৰ ছালত নোম দেখা পোৱা নাযায়। ছালে পৰিৱেশৰ আৰু বাহ্যিক কাৰকৰ সৈতে সুৰক্ষা প্ৰদানৰ প্ৰথম শাৰী হিচাপে সন্মুখীন হয়। উদাহৰণ
[[নোম]] হৈছে ঘন চুলি।<ref>http://www.thefreedictionary.com/fur</ref> প্ৰাথমিকভাৱে, ই ছালৰ অৱবোধ ক্ষমতা বৃদ্ধি কৰে কিন্তু ইয়াৰোপৰি [[গৌণ যৌন লক্ষণ]] আৰু [[চৰ্মাৱৰণ]] হিচাপেও কাৰ্য কৰে। কিছুমান প্ৰাণীৰ ছাল, অতিশয় ডাঠ আৰু কঠিন। এনে ছালৰ পৰা চামৰা প্ৰস্তুত কৰিব পৰা যায়। [[সৰিসৃপ]] আৰু [[মাছ]]ৰ ক্ষেত্ৰত অতিৰিক্ত সুৰক্ষাৰ বাবে ছালত ডাঠ [[বাকলি]], আৰু [[চৰাই]]ৰ ডাঠ [[পাখি]] থাকে। বাকলি আৰু পাখিবোৰ দৃঢ় বিটা- কেৰ'টিনৰ দ্বাৰা গঠিত। [[উভচৰ]]ৰ ছাল অতি পাতল আৰু চালৰ মাজেৰে অ'ছম'ছিছ অথবা ব্যাপনৰ জৰিয়তে বাহ্যিক পৰিৱেশৰ লগত ৰসায়নৰ আদান প্ৰদান হ'ব পৰাকৈ কিছুমান বিশেষ ছিদ্ৰ থাকে। উদাহৰণ স্বৰূপে, চেতনানাশক দ্ৰৱত থোৱা ভেকুলি এটা অতি সোনকালে অচেতন হৈ য়ায় কাৰণ ইয়াৰ ছালৰ মাজেৰে ব্যাপনৰ জৰিয়তে তৰল ইয়াৰ দেহৰ ভিতৰত প্ৰৱেশ কৰে। বিস্তৃত বাসস্থান আৰু পাৰিপাৰ্শিক অৱস্থাত দৈনন্দিন জীৱন ধাৰণ আৰু সমাৱস্থা ৰক্ষা কৰাত উভচৰৰ ছালে নিৰ্ণায়ক ভূমিকা পালন কৰে।<ref name=clarke>{{cite journal|last1=Clarke|first1=BT|title=The natural history of amphibian skin secretions, their normal functioning and potential medical applications.|url=http://journals.cambridge.org/action/displayAbstract?fromPage=online&aid=651&fileId=S0006323197005045|journal=Biological reviews of the Cambridge Philosophical Society|year=1997|volume=72|issue=3|pages=365–379|pmid=9336100|doi=10.1017/s0006323197005045}}</ref>
|