চেনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{About|খাদ্য হিচাপে ব্যৱহৃত মিঠা সোৱাদৰ পদাৰ্থ|সাধাৰণ চেনীসমূহৰচেনিসমূহৰ তালিকা|ছুক্ৰ’জ|অন্য ব্যৱহাৰ|চেনীচেনি (দ্ব্যাৰ্থতা দূৰীকৰণ)}}
{{short description|generic name for sweet-tasting, soluble carbohydrates}}
 
[[File:Sucre blanc cassonade complet rapadura.jpg|thumb|[[বগা চেনীচেনি]], পৰিশোধন নকৰা চেনীচেনি আদি বিভিন্ন প্ৰকাৰৰ চেনীচেনি]]
[[File:Sugar cubes V1.jpg|thumb|200|চেনীচেনি]]
'''চেনীচেনি''' {{en|Sugar}} হৈছে মিঠা সোৱাদযুক্ত, পানীত দ্ৰৱনীয় কাৰ্বহাইড্ৰটৰ সাধাৰণ নাম। বেছিভাগ চেনীচেনি খাদ্য হিচাপে ব্যবহৃত হয়। বিভিন্ন প্ৰকাৰৰ চেনীচেনি বিভিন্ন উৎসৰ পৰা আহৰণ কৰা হয়।
 
চেনীৰচেনিৰ গঠন স্ফটিকাকাৰ, প্ৰধানতঃ চুক্ৰ’জ (sucrose), লেক্ট’জ (lactose) আৰু ফ্ৰুক্ট’জ (fructose)ৰ দ্বাৰা গঠিত এবিধ খাব পৰা পদাৰ্থ। মানুহৰ জিভাত ইয়াক মিঠা সোৱাদৰ অনুভূতি লাভ কৰে। চেনীচেনি মূলতঃ হ’ল খাদ্য বস্তুত থকা [[পুষ্টিকাৰক|কাৰ্ব’হাইড্ৰেট]] (carbohydrate) যি কুঁহিয়াৰত প্ৰচুৰ পৰিমাণে পোৱা যায়। অৱশ্যে ফলমূল, মৌ-জোল আদিতো এই উপাদান যথেষ্ট পৰিমাণে পোৱা যায়। মৰ্টন জাতীয় খাদ্যত চেনীচেনি হৈছ মূল উপাদান। যথেষ্ট বেছি পৰিমাণে চেনীচেনি গ্ৰহণ কৰিলে মানুহৰ দৃষ্টি শক্তি কমা, দাঁত ক্ষয় আদিৰ বহুতো ধৰণৰ ৰোগ হ’ব পাৰে। মধুমেহ ৰোগীয়ে চেনীচেনি খোৱা উচিত নহয়।
 
বিজ্ঞানৰ ভাষাত চেনীচেনি হৈছে যিকোনো মন’চেকাৰাইড বা ডিচেকাৰাইড (monosaccharide or disaccharide)। মন’চেকাৰাইড যেনে গ্লুক’জ (glucose) যাৰ সঞ্চিত ৰাসায়িনক শক্তি জীৱৰ কোষে আন শক্তিলৈ ৰূপান্তৰিত কৰে।
গ্লুক’জৰ ৰাসায়িনক সূত্ৰ হ’ল C<sub>6</sub>H<sub>12</sub>O<sub>6</sub>
{{stub}}
 
"https://as.wikipedia.org/wiki/চেনি"ৰ পৰা অনা হৈছে