ছুনামি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
2 নং শাৰী:
[[File:2004-tsunami.jpg|thumb|upright=1.4|২০০৪ চনৰ ভাৰত মহাসাগৰৰ ভূমিকম্প আৰু ছুনামিৰ থাইলেণ্ডত ৰূপ]]
 
'''ছুনামি''' ({{lang-en|Tsunami}})এটা জাপানী শব্দ৷শব্দ। ছু (Tsu) মানে বন্দৰ আৰু নামি (nami) মানে ঢৌ৷ঢৌ। ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ৷ঢৌ। বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া [[উপকূল]]ভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়৷হয়। ছুনামি হ'ল প্ৰবল জলোচ্ছ্বাস৷জলোচ্ছ্বাস। সকলো ছুনামি ভয়াবহ নহয়৷নহয়। সমুদ্ৰ গৰ্ভত হোৱা ভূমিকম্প,নিমজ্জিত [[আগ্নেয়গিৰি]]ৰ আকস্মিক উদগীৰণ,ভূমিস্খলন আদি কাৰণত সাধাৰণতে ছুনামিৰ সৃষ্টি হয়৷হয়। <ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= জ্ঞানাঞ্জন |author= | journal= প্ৰান্তিক | year= ২০১৩ | month= ১৬ - ৩১ ডিছেম্বৰ | volume= ৩৩শ বছৰ | issue= ২য় সংখ্যা | pages= পৃষ্ঠা ৬৪ }}</ref>
 
 
==ইতিহাস==
২০০৪ চনৰ ২৬ ডিছেম্বৰ মাহত [[বিশ্ব]]ই এটা ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হয়৷হয়। [[ভাৰত মহাসাগৰ]]ৰ [[উপকূল]]বৰ্তী অঞ্চলত প্ৰথমতে আহিল ৮.৯ ৰিখটাৰ স্কেলৰ [[ভূমিকম্প]] [[ইণ্ডোনেছিয়া]]ৰ (সুমাত্ৰা) উত্তৰত অভিকেন্দ্ৰ থকা এই [[ভূমিকম্প]]টো আৰু তাৰ পাছতে অহা ছুনামিয়ে [[ইণ্ডোনেছিয়া]],[[মালয়েছিয়া]],[[থাইলেণ্ড]],[[ম্যানমাৰ]],[[ভাৰত]],[[শ্ৰীলংকা]] আৰু [[মালদ্বীপ]]ক বিধ্বস্ত কৰি পেলায়৷পেলায়। [[ভূমিকম্প]]ৰ বাবেই [[সাগৰ]]ত প্ৰবল ছুনামিৰ সৃষ্টি হয়৷হয়। <ref name="গ্ৰন্থ ১" />
 
==সৃষ্টিৰ কাৰণ==
সমুদ্ৰতলত সৃষ্টি হোৱা প্ৰবল [[ভূমিকম্প]]ই ২০০৪ চনৰ ২৬ ডিচেম্বৰৰ ছুনামিৰ মূল কাৰণ৷কাৰণ। সমুদ্ৰগৰ্ভত থকা এখন ভূতাত্ত্বিক প্লেট - ইণ্ডিয়া প্লেটৰ লগত আৰু আন এখন প্লেট বাৰ্মা প্লেটৰ সংঘৰ্ষ হোৱাৰ ফলত এই [[ভূমিকম্প]]টোৰ সৃষ্টি হৈছিল৷হৈছিল। ইয়াৰ ফলত ইণ্ডিয়া প্লেটখন বাৰ্মা প্লেটৰ কিছু তললৈ সোমাই গ'ল৷ল। সমুদ্ৰপৃষ্ঠৰ [[পানী]] উলম্বভাৱে ওপৰলৈ উঠি যোৱাৰ ফলত ছুনামিৰ সৃষ্টি হ'ল৷ল। মাজসমুদ্ৰত যি ছুনামিৰ বা প্ৰবল জলোচ্ছ্বাস সৃষ্টি হ'ল,সি অতি বেগেৰে (ঘণ্টাত ৮০০-১০০০ কিল'মিটাৰ বেগত) উপকূলৰ ফালে ধাবিত হৈ আহিল৷আহিল। সমুদ্ৰৰ মাজত কিন্তু তৰংগবোৰৰ দৈৰ্ঘদৈৰ্ঘ্য বেছি নাছিল৷নাছিল। আনকি ঢৌবোৰৰ উচ্চতাও মাত্ৰ কেইফুটমানহে আছিল৷আছিল। কিন্তু উপকূলত আহি খুন্দা মৰাৰ সময়ত সেই একেবোৰ ঢৌৰে উচ্চতা হ'লগৈ ২০ ৰপৰা ৫৩ ফুট পৰ্যন্ত৷পৰ্যন্ত। ইয়াৰ কাৰণ হ'ল - [[উপকূল]]ৰ ফালে সমুদ্ৰৰ গভীৰতা কমি অহাৰ ফলত ছুনামিৰ বেগ কিছু কমি আহে আৰু ঢৌৰ উচ্চতা বাঢ়ি যায়৷যায়। <ref name="গ্ৰন্থ ১" />
<gallery>
File:Tsunami4.JPG|প্ৰায়ভাগ ছুনামিয়ে ভূতাত্ত্বিক প্লেট স্থানান্তৰ ঘটি সমুদ্ৰপৃষ্ঠৰ পানী উলম্বভাৱে ওপৰলৈ উঠি যোৱাৰ ফলত সৃষ্টি হয়
File:Tsunami3.JPG|সাগৰপৃষ্ঠৰ গৰ্ভত থকা আগ্নেয়গিৰিৰ উদগীৰণ হৈও ছুনামিৰ সৃষ্টি হ'ব পাৰে
File:Tsunami5.JPG|সাগৰৰ গভীৰ অংশত গেছৰ উৎপত্তি হৈও ছুনামিৰ ৰূপ ল'ব পাৰে
25 নং শাৰী:
 
==ক্ষতিগ্ৰস্ত অঞ্চল==
প্ৰায়বোৰ ছুনামি কোনো ক্ষতি নকৰাকৈ [[সাগৰ]]ৰ বুকুত ঢৌ তুলি তাতে মাৰ যায়৷যায়। "জিঅ'ফিজিকেল ডাটা ছেণ্টাৰ"ৰ তথ্য অনুসৰি ১৯৮০ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত [[পৃথিৱী]]ত যি ৯৭০ তা ছুনামিৰ সৃষ্টি হৈছিল,তাৰ ৮৪২ টাই নিৰীহ আছিল৷আছিল। বাকীকেইটা কিছু ক্ষতিকাৰক হ'লেও সিমান ভয়াবহ নাছিল৷নাছিল। আন এটা হিচাপ অনুযায়ী ১৭৮২ চনৰপৰা ১৯৬৪ চনৰ ভিতৰত সৃষ্টি হোৱা প্ৰলয়ংকাৰী ছুনামিৰ সংখ্যা ২৩ ৷২৩। এইবোৰে [[চীন]],[[জাপান]],[[জাভা]],[[পেৰু]],[[চিলি]],[[ইণ্ডোনেছিয়া]],[[মাৰ্কিনআমেৰিকা যুক্তৰাষ্ট্ৰ]] আদি দেশত ধ্বংস কাৰ্য ঘটাইছিল আৰু বিভিন্ন ঠাইত একোবাৰত ১,২০০ৰ পৰা ৪,০০০ পৰ্যন্ত লোকৰ মৃত্যু হৈছিল৷হৈছিল। ২৬ ডিছেম্বৰৰ এই ছুনামিৰ ফলত সৃষ্টি হোৱা জলোচ্ছ্বাসে ১১ খন১১খন দেশৰ অভাৱনীয় ক্ষতি কৰে৷কৰে। এই ১১ খন১১খন দেশত চৰকাৰী হিচাপমতে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১,৬৫,০০০ জন৷জন। ইয়াৰ ভিতৰত [[ইণ্ডোনেছিয়া]]ত মৃতকৰ সংখ্যা সৰ্বাধিক,৮০ হাজাৰ জন৷জন। [[শ্ৰীলংকা]]ত ৩০ হাজাৰ,[[ভাৰত]]ৰ [[তামিলনাডু]],[[পণ্ডিচেৰী]],[[অন্ধ্ৰপ্ৰদেশ]] আৰু [[কেৰেলা]]ত মুঠ মৃতকৰ সংখ্যা ১৫,০০০ জন৷জন। [[আন্দামান]]ত ৭,০০০ জন৷জন। [[ম্যানমাৰ]],[[মালয়েচিয়া]],[[থাইলেণ্ড]],[[মালদ্বীপ]] আদিতো বহু লোকৰ মৃত্যু হয়৷হয়। বহুলোকৰ সন্ধানেই পোৱা নগল৷নগল।<ref name="গ্ৰন্থ ১" />
[[File:1755 Lisbon earthquake.jpg|left|thumb|১৭৫৫চনত লিছবনত হোৱা ভূমিকম্প আৰু ছুনামিৰ ৰূপ]]
[[File:Propagation du tsunami en profondeur variable.gif|thumb|সাগৰীয় ঢৌসমূহ অগভীৰ অঞ্চললৈ আহিলে ইয়াৰ গতি কমে কিন্তু ঢৌৰ উচ্চতা বাঢ়ি যায় ]]
31 নং শাৰী:
 
==ধ্বংসলীলা==
ছুনামিৰ পিছতেই বিপৰ্যস্ত দেশবোৰত খাদ্য,খোৱাপানী,আশ্ৰয় আদিৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছিল৷হৈছিল। এই ছুনামিত [[ভাৰত]]ৰ ক্ষতি হয় প্ৰায় ৫ হাজাৰ কোটি টকা৷টকা। ৰাষ্টীয়ৰাষ্ট্ৰীয় ঘাইপথৰ ১৬২ কিল'মিটাৰ ৰাজ্য আৰু জিলা পথৰ ৪৬২ কিল'মিটাৰ,৭খন দলং,৩৪টা পুল সম্পূৰ্ণৰূপে ধ্বংস হয়৷হয়। এই ছুনামিটোত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় শিশুসকল৷শিশুসকল। মৃতকৰ ভিতৰত শিশুৰ সংখ্যাই সৰ্বাধিক৷সৰ্বাধিক। ইউনিচেফৰ এটা সমীক্ষাত দেশৰ ভিতৰত [[ইণ্ডোনেছিয়া]],[[ভাৰত]] আৰু [[শ্ৰীলংকা]]তে ধন-জন হানি আতাইতকৈ বেছি৷বেছি।
 
[[ভাৰত]]ৰ যি সাতখন ৰাজ্যত ছুনামিয়ে ধ্বংসলীলা চলালে সেইকেইখন হ'ল - [[উৰিষ্যা]],[[পশ্চিমবংগ]],[[অন্ধ্ৰপ্ৰদেশ]],[[তামিলনাডু]],[[পণ্ডিচেৰী]],[[কেৰালা]] আৰু [[আন্দামান-নিকোবৰ দ্বীপপুঞ্জ]] তাৰ ভিতৰত [[তামিলনাডু]] আৰু [[আন্দামান-নিকোবৰ]]তে ক্ষয়-ক্ষতি সৰ্বাধিক৷সৰ্বাধিক।<ref name="গ্ৰন্থ ১" />
 
 
"https://as.wikipedia.org/wiki/ছুনামি"ৰ পৰা অনা হৈছে