ছাৰা বাৰ্নহাৰ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox person
| name = ছাৰা বাৰ্নহাৰ্ট
| image = Sarah Bernhardt by Paul Nadar (crop).jpg
| imagesize = 200px
| caption = ছাৰা বাৰ্নহাৰ্টৰ ১৮৭৮ চনৰ ছবি, (আলোক চিত্ৰশিল্পী: পল নেডাৰ)
| birth_name = ৰ'জিন বাৰ্নহাৰ্ট
| birth_date = ২২ অক্টোবৰ, ১৮৪৪
| birth_place = [[পেৰিছ]], [[ফ্ৰান্স]]
| death_date = ২৬ মাৰ্চ, ১৯২৩
| death_place = [[পেৰিছ, ফ্ৰান্স]]
13 নং শাৰী:
 
 
'''ছাৰা বাৰ্নহাৰ্ট (Sarah Bernhardt)''' (২২ অক্টোবৰ ১৮৪৪ — ২৬ মাৰ্চ ১৯২৩) আছিল এগৰাকী [[ফৰাছীফৰাচী]] মঞ্চ আৰু আৰু প্ৰথম অৱস্থাৰ চলচিত্ৰৰচলচ্চিত্ৰৰ অভিনেত্ৰী। এখেতক 'জগতৰ আটাইতকৈ বিখ্যাত অভিনেত্ৰী' (the most famous actress the world has ever known).<ref name="gottlieb">{{cite web|url=http://www.nybooks.com/articles/20151|title=The Drama of Sarah Bernhardt|author=Gottlieb, Robert|accessdate=2007-10-18}}</ref> ১৮৭০ চনত বাৰ্নহাৰ্টে ফ্ৰান্সৰ মঞ্চত অভিনয় আৰম্ভ কৰে, পাছলৈ সমগ্ৰ [[ইউৰোপ]]ৰ মঞ্চত অভিনয় কৰাৰ উপৰিও [[আমেৰিকা]] মহাদেশতো অভিনয় কৰে। [[ট্ৰেজেদী]] চৰিত্ৰত তেখেতৰ অভিনয়ক 'ভগৱানৰ অৱদান' বুলি জ্ঞান কৰি সৰ্বসাধাৰণে তেখেতক 'স্বৰ্গীয় ছাৰা' (Divine Sarah) নাম দি লয়। তেওঁৰ অভিনয়ৰ ধাৰা অতি নাটকীয় হ'লেও জনপ্ৰিয়তাই তেখেতক জীৱিত কালতে এক কিংবদন্তীত পৰিণত কৰিছিল।<ref>'Sarah Bernhardt', A Lucky Luke Comics, Backpage info.</ref>