ছেকেণ্ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
9 নং শাৰী:
| symbol = s
| dimension = T
| authority = [[International Committee for Weights and Measures]]
| event = 2018 [[General Conference on Weights and Measures]]
| effective = ২০ মে', ২০১৯
| definition = The second, symbol s, is the SI unit of time. It is defined by taking the fixed numerical value of the caesium frequency <math>\Delta \nu_\text{Cs}</math>, the unperturbed ground-state hyperfine transition frequency of the caesium-133 atom, to be {{val|9192631770}} when expressed in the unit [[Hz]], which is equal to s<sup>−1</sup>.
}}
20 নং শাৰী:
|url=http://www.bipm.org/en/publications/si-brochure/second.html
|publisher=[[BIPM]]
|accessdate=December 22, 2013}}</ref><ref>{{Cite encyclopedia |title=Second |url=http://www.learnersdictionary.com/search/sec |publisher=Merriam Webster Learner's Dictionary}}</ref>। ঘণ্টাক ৬০ ৰে দুবাৰ হৰণ কৰিলে ছেকেণ্ড পোৱা যায়<ref>{{cite web |url=http://www.etymonline.com/index.php?term=second |title=Online Etymology Dictionary}}</ref>। এছ আইৰ মতে ছেকেণ্ডৰ সংজ্ঞা হৈছে, চিজিয়াম ১৩৩ পৰমাণুৰ নিম্নতম অৱস্থা (ground state)ৰ দুটা hyperfine স্তৰৰ মাজত হোৱা নিৰ্গমণৰ ৯১৯২৬৩১৭৭০ স্পন্দনৰ (period) সময় ("the duration of 9 192 631 770 periods of the radiation corresponding to the transition between the two hyperfine levels of the ground state of the caesium 133 atom"<ref name="BIPM21"/><ref>{{Cite web|url=http://physics.nist.gov/cuu/Units/second.html|title=Base unit definitions: Second|website=physics.nist.gov|access-date=September 9, 2016}}</ref>)। ছেকেণ্ডক যান্ত্ৰিক, বৈদ্যুতিক অথবা পাৰমাণৱিক ঘড়ীৰ সহায়ত জুখিব পৰা যায়।
 
এছ আই উপসৰ্গ ব্যৱহাৰ কৰি ছেকেণ্ডৰ উপাংশবোৰ গঠিত হয় যেনে মিলিছেকেণ্ড,মাইক্ৰ'ছেকেণ্ড, নেন'ছেকেণ্ড আদি। এছ আই উপসৰ্গ যদিও কিল'ছেকেণ্ড সাধাৰণতে ব্যৱহাৰ কৰা নহয়। ছেকেণ্ডক ৬০ ৰে পূৰণ কৰিলে মিনিট আৰু মিনিটক ৬০ ৰে পূৰণ কৰিলে [[ঘণ্টা]] আৰু [[ঘণ্টা]]ক ২৪ ৰে পূৰণ কৰিলে [[দিন]] পোৱা যায়।
 
ছেণ্টিগ্ৰাম-গ্ৰাম-ছেকেণ্ড, মিটাৰ-কিল'গ্ৰাম-ছেকেণ্ড, মিটাৰ-টন-ছেকেণ্ড আৰু ফুট-পাউণ্ড-ছেকেণ্ড সকলোতে সময়ৰ একক ছেকেণ্ড।
 
==আন্তৰ্জাতিক ছেকেণ্ড==
"https://as.wikipedia.org/wiki/ছেকেণ্ড"ৰ পৰা অনা হৈছে