২৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{আজিৰ দিনটো|24|9|267}}
== ঘটনাৱলী ==
# ১৯৯৯ চনৰ আজিৰ দিনটোতে অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী পান্নালাল অছোৱালৰ আততায়ীৰ হাতত মৃত্যু হয়।
# ১৭২৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতা , চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে।
# ১৯২৪ চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা কৃষ্ণকুমাৰ শুক্লাৰ জন্ম হয়।
# ২০০২ চনৰ আজিৰ দিনটোতে গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬ জন লোকৰ মৃত্যু হয়।
# ২০০৭ চনৰ আজিৰ দিনটোতে প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয়।
# ১৯৬১ চনৰ আজিৰ দিনটোতে ৰাজনৈতিক কৰ্মী মাডাম ৱিকাজী কামাৰ জন্ম হয়।
# ১৮৯৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ আন্দ্ৰে ফ্ৰেডেৰিক কৰনাদৰ জন্ম হয়।
# ১৯০৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী নীলছ ৰাইবাৰ্গ ফিনছেনৰ মৃত্যু ঘটে। ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
# ২০০১ চনৰ আজিৰ দিনটোতে মাৰ্কিনআমেৰিকা যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।
# ২০১৩ চনৰ আজিৰ দিনটোতে পাকিস্তানত সংঘটিত হয় এক ভয়াবহ ভূমিকম্পৰ। এই ভূমিকম্পৰ ফলতপাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ ‘‘যলযলা জাযীৰা’’ৰ সৃষ্টি হয়।
 
[[শ্ৰেণী:ছেপ্টেম্বৰ]]