জ্ঞানপীঠ বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
21 নং শাৰী:
| website = http://jnanpith.net/index.html
}}
'''জ্ঞানপীঠ বঁটা''' ({{lang-en|Jnanpith Award}}) [[ভাৰত]]ৰ সৰ্বোচ্চ সাহিত্য-সন্মান। [[দ্য টাইমচ অৱ ইণ্ডিয়া]] বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা [[ভাৰতীয় জ্ঞানপীঠ]] বঁটা প্ৰদান কৰা হয়।
 
==বঁটা==
[[সংস্কৃত]] ভাষাত ''জ্ঞানপীঠ'' শব্দৰ অৰ্থ হ'ল ''জ্ঞানৰ বেদী''। এই বঁটাত আছে নগদ পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি। ১৯৬১ চনত এই বঁটা আৰম্ভ কৰা হয়। ইংৰাজীকে ধৰি [[ভাৰতৰ সংবিধান]]ৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়। ১৯৬৫ চনত মালায়লম লেখক [[জি শংকৰ কুৰুপ]]-ক প্ৰথম এই বঁটা প্ৰদান কৰা হয়।
 
১৯৮২ চনৰ আগতে এখন নিৰ্দিষ্ট গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল যদিও তাৰ পিছৰ পৰা লেখকজনৰ সামগ্ৰিক সাহিত্যকৃতিৰ মূল্যায়ন কৰিহে এই বঁটা প্ৰদানৰ নিয়ম কৰা হয়।
 
==জ্ঞানপীঠ বঁটা প্ৰাপ্তসকল==
47 নং শাৰী:
|১৯৭০ || [[বিশ্বনাথ সত্যনাৰায়ণ]] || ''ৰামায়ণ কল্পবৃক্ষশমু'' (''এক সমৃদ্ধ বৃক্ষ: ৰামায়ণ'')|| [[তেলেগু]]
|-
|১৯৭১ || [[বিষ্ণু দে]] || ''স্মৃতি সত্ত্বাসত্তা ভৱিষ্যৎ'' || বঙালী
|-
|১৯৭২ || [[ৰামধাৰী সিং 'দিনকৰ']] || ''ঊৰ্বশী'' || হিন্দী
63 নং শাৰী:
|১৯৭৭ || [[কে শিবৰাম কৰন্থ]] || ''মুকাজ্জিয়া কানাসুগালু'' (''মুকাজ্জিৰ স্বপ্ন'') || কানাড়া
|-
|১৯৭৮ || [[সচ্চিদানন্দ হীৰানন্দ বাৎস্যায়ন 'অজ্ঞেয়']] || ''কিতনি নাও মেঁ কিতনি বাৰ'' (কিমান নাওঁতনাওত কিমান বাৰ) || হিন্দী
|-
|১৯৭৯ || [[বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য]] || ''মৃত্যুঞ্জয়'' || [[অসমীয়া]]
83 নং শাৰী:
|১৯৮৭ || [[বিষ্ণু বামন শিৰওয়াদকৰ]] ([[কুসুমাগ্ৰজ]]) || || মাৰাঠী
|-
|১৯৮৮ || ড.ড॰[[চি নাৰায়ণ ৰেড্ডী]] ||''বিশ্বম্ভৰ'' || তেলেগু
|-
|১৯৮৯ || [[কাৰ্টুল এন হাইদৰ]]|| ''আখিৰে সবকে হামসফৰ''|| উৰ্দু