"ডিচেম্বৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
(নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত)
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
{{Calendar|month=12|lk=on|prevnext=on|float=right}}
'''ডিচেম্বৰ''' (December) জুলিয়ান আৰু [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী|গ্ৰেগৰিয়ান কেলেণ্ডাৰ]] বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দ্বাদশ মাহ৷মাহ। এই মাহটো ৩১ দিনীয়া৷দিনীয়া। ডিচেম্বৰ শব্দটো লেটিন শব্দ 'ডিচেম'ৰ (Decem) পৰা আহিছে৷আহিছে। ইয়াৰ অৰ্থ দহ৷দহ। প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই দশম মাহ আছিল৷আছিল। সেই কেলেণ্ডাৰত মাৰ্চ মাহ আছিল বছৰৰ প্ৰথম মাহ৷মাহ। পাচত জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে ডিচেম্বৰ দ্বাদশ মাহত পৰিণত হয়৷হয়। মাহটোৰ নামৰ পিচত ব্যৱহাৰ হোৱা 'বৰ' (Ber) শব্দৰ অৰ্থ জনা নাযায়৷নাযায়। এই মাহ অসমীয়া কেলেণ্ডাৰ মতে আঘোণ আৰু পুহ মাহত পৰে৷পৰে।
 
ডিচেম্বৰ মাহৰ কেইটামান উল্লেখযোগ্য ঘটনা-দিৱস হ'লঃ [[বিশ্ব এইডছ দিৱস]] (১ ডিচেম্বৰ), [[ভূপালৰ গেছ দুৰ্ঘটনা]] (২ ডিচেম্বৰ, ১৯৮৪), [[মানৱ অধিকাৰ দিৱস]] (১০ ডিচেম্বৰ), বছৰটোৰ আটাইতকৈ চুটি দিন (২২ ডিচেম্বৰ), [[বৰদিন]] (২৫ ডিচেম্বৰ) আদি৷আদি।
 
==তথ্য সংগ্ৰহ==
3,780

টা সম্পাদনা