ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

TextCleanerBot (আলোচনা)-ই কৰা 229086 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
35 নং শাৰী:
| website = [http://dimbeswarneog.com/ www.dimbeswarneog.com]
}}
'''ডিম্বেশ্বৰ নেওগ''' ({{lang-en|Dimbeswar Neog}}) (১৮৯৯ -১৯৬৬) [[অসম|অসমৰ]] এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক আৰু শিক্ষক আছিল<ref name="ডিম্বেশ্বৰ নেওগ"/><ref name="bipuljyoti">{{cite web | url=http://www.bipuljyoti.in/authors/dimbeswar.html | title=Scholar Par Excellence: Dembeswear Neog | accessdate=December 19, 2012 | author=Pranavsvarup Neog}}</ref>। মূলতঃ [[অসমীয়া ভাষা|অসমীয়া]] ভাষাত সাহিত্য ৰচনা বাদেও তেখেতে [[ইংৰাজী ভাষা]]তো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। ১৯৬৪ চনৰ [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] ডিগবৈত অনুষ্ঠিত অধিবেশনৰ সভাপতিত্ব কৰাৰ লগতে [[অসম সাহিত্য সভা পত্ৰিকা]]ৰ সম্পাদক পদটো তেখেত নিয়োজিত হৈছিল। তেখেতক [[অসমীয়া সাহিত্য]]ত '''ইন্দ্ৰধেনুৰ কবি''' বুলিও জনা যায়<ref name="poemhunter">{{cite web | url=http://www.poemhunter.com/dimbeswar-neog/biography/ | title=Biography of Dimbeswar Neog | publisher=poemhunter.com website | accessdate=December 19, 2012}}</ref>।
 
== জন্ম==
ডিম্বেশ্বৰ নেওগৰ জন্ম ১৮৯৯ চনৰ ৭ আগষ্টত [[শিৱসাগৰ জিলা]]ৰ কমাৰফদীয়া নামেৰে এখন গাঁৱত হৈছিল।<ref name="ডিম্বেশ্বৰ নেওগ">{{cite web | url=http://dimbeswarneog.com/index.php/7-home/1-dimbeswar-neog-his-life-and-works | title=His Life and Works | publisher=ডিম্বেশ্বৰ নেওগ স্মৃতি ন্যাস | accessdate=২০১২-১২-১৯ | author=[[ভৱানন্দ ডেকা]]}}</ref> তেখেতৰ পিতৃৰ নাম আছিল মাণিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা নেওগ<ref name="poemhunter"/>।
 
==শিক্ষা আৰু কৰ্ম জীৱন==
51 নং শাৰী:
== সাহিত্য জগতত তেখেতৰ অৱদান ==
[[File:Dimbeswar Neog presiding Asam Sahitya Sabha Session.jpg|thumb|ডিম্বেশ্বৰ নেওগে অসম সাহিত্য সভা অধিবেশনত ভাষণ প্ৰদান কৰা অৱস্থাত তোলা এখন চিত্ৰ]]
নেওগ এজন কবি, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষক আছিল। সাহিত্যিকগৰাকীয়ে [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] সভাপতি<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২। </ref>, প্ৰধান সম্পাদক আৰু [[অসম সাহিত্য সভা পত্ৰিকা]]ৰ সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল। সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ [[অসমীয়া সাহিত্য|অসমীয়া সাহিত্যক]] নতুন মাত্ৰা প্ৰদান কৰিছিল। [[অসমীয়া]] আৰু [[ইংৰাজী]] দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল<ref name="ডিম্বেশ্বৰ নেওগ"/>:-
(১) আধুনিক অসমীয়া সাহিত্যৰ [[বুৰঞ্জী]] (১৯৩৭)
69 নং শাৰী:
(৮) অসমীয়া ভাষা আৰু লিপিৰ কাহিনী (১৯৫১)
 
(৯) হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ (১৯৫৫) আদিআদি।
 
ডিম্বেশ্বৰ নেওগে কিছু পৰিমাণে কবিতাৰ জগততো অৰিহনা আগবঢ়াইছিল। তেওঁৰ ৰচিত কেইখনমান উল্লেখযোগ্য কবিতা পুথি হৈছে ‘মালিকা’ , ‘থুপিতৰা’ , ‘মালতী’ , ‘ইন্দ্ৰধনু’ , ‘মুকুতা’ , ‘মেঘদূত’ , ‘অসমা’ , ‘বিচিত্ৰা’ ইত্যাদি। তাৰে ভিতৰত উল্লেখযোগ্য দুটিমান [[কবিতা]] হ’ল ’শাপমুক্তা’ , ’মোৰ গাঁও’, ’শেষ গায়ক’ ইত্যাদি।
 
== অনান্য কৰ্মৰাজি ==
সমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয় ।অতুলনীয়। [[অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন]]ৰ সময়ত তেওঁৰ '''“মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন?”''' বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহনা আগবঢ়াইছিল। ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই ১৯২৪ চনত “শেষ গায়ক” কবিতাত লিখিছিল<ref name="ডিম্বেশ্বৰ নেওগ"/>
<blockquote>“দাসত্ত্ব মলিন নাছিল অসম, আজিও নহয়, দাসত্ত্ব অন্ধ লুইতৰ দৰে। স্বাধীনতা সোঁত বয় সিৰে সিৰে অপ্ৰতিবন্ধ। </blockquote>”
 
 
84 নং শাৰী:
==বাহ্যিক সংযোগ==
* [http://dimbeswarneog.com/ ডিম্বেশ্বৰ নেওগৰ ৱেবছাইট]
* [http://assameseonline.com/Content.php?recordID=%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE%20%E0%A6%97%E0%A7%80%E0%A6%A4%E0%A6%BF%20%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF,%20%E0%A6%AC%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%AE অসমীয়া গীত সহিত্য, বিয়ানাম, লেখক-ডিম্বেশ্বৰ নেওগ], আমি অসমীয়া ৱেবছাইট।
* [http://www.xophura.org/tag/dimbeswar-neog ডিম্বেশ্বৰ নেওগৰ ৰচিত কবিতা], সফুঁৰা ৱেবছাইটত।
* [http://openlibrary.org/authors/OL6018A/Dimbeswar_Neog গ্ৰন্থ আৰু চমু জীৱ্নী], অপেন লাইব্ৰেৰী ডট অৰ্গত।
 
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}