অসম ৰাজ্যিক সংগ্ৰহালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
23 নং শাৰী:
অসম ৰাজ্যিক সংগ্ৰহালয়ত অসম আৰু উত্তৰ পূৱ ভাৰতৰ সমাজ সংস্কৃতিৰ লগত জড়িত বহুটো অমূল্যসম্পদ সংগ্ৰহ কৰি থোৱা হৈছে।<ref name="২">https://museums.assam.gov.in/portlets/master-pieces-of-assam-state-museum</ref>। অসম ৰাজ্যিক সংগ্ৰহালয়ত মুঠতে ১৩৮০২টা সম্পদ আছে। ইয়াৰে ১৬২১ টাহে প্ৰদৰ্শিত কৰা হয়।<ref name="২"/> অসম ৰাজ্যিক সংগ্ৰহালয়ত ৪২টা মাষ্টাৰপিচ্‌ বস্তু আছে তাৰ ভিতৰত উল্লেখযোগ্যসমূহ হ'ল:<ref name="২"/>
 
* ১১ শতিকাৰ বুদ্ধ মূৰ্তি : ইয়াক বিহাৰত পোৱা গৈছিলে।গৈছিল।
* ১৩ - ১৪ শতিকাৰ নটৰাজ মূৰ্তি : ইয়াক গুৱাহাটীৰ আমবাৰীত পোৱা গৈছিল।
* ১৯ শতিকাৰ বুদ্ধ মূৰ্তি (কাগজৰ মণ্ড) : ইয়াক মাৰ্ঘেৰিটাৰ বুদ্ধ বিহাৰ পোৱা গৈছিল।
* ৯ - ১০ম শতিকাৰ কাঁহৰ ঘণ্টা : ইয়াক গুৱাহাটীৰ ওদালবাক্ৰা কাহিলিপাৰাত পোৱা গৈছিল।
*৯ - ১১ শতিকাৰ ব্ৰঞ্জৰ মহিষামৰ্দিনী: ইয়াক গুৱাহাটীৰ ওদালবাক্ৰা কাহিলিপাৰাত পোৱা গৈছিল।
*৫ম শতিকাৰ নগাজাৰীনগাজৰী খনিকৰগাঁৱখনিকৰ গাঁও: ইয়াক গোলাঘাটৰ খনিকৰগাঁৱত পোৱা গৈছিল।
*২য় বিশ্বযুদ্ধৰ জাপানিজ বোমা: ইয়াক ক'হিমাত পোৱা গৈছিল।
*১৬ শতিকাৰ সৰ্পস্তম্ভ: ইয়াক শদিয়াত পোৱা গৈছিল।
*১১ - ১২ শতিকাৰ বিষ্ণু মূৰ্তি : ইয়াক গুৱাহাটীৰ ওলুবাৰীতউলুবাৰীত পোৱা গৈছিল।
*শেষ মধ্যযুগৰ আদিবাসীৰ দুৰ্গা: ইয়াক মঙ্গলদৈত পোৱা গৈছিল।
*২য় বিশ্বযুদ্ধৰ ষ্টেন গান: ইয়াক ক'হিমাত পোৱা গৈছিল।