তামিলনাডু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
36 নং শাৰী:
}}
 
'''তামিলনাডু''' ([[তামিল ভাষা|তামিলে]]: தமிழ்நாடு ''তাম্যিল্ড়্‌ নাড়্যি'' [[আ-ধ্ব-ব]]: [t̪ɐmɨɻ n̪aːɽɯ]) ভাৰতীয় প্ৰজাতন্ত্ৰৰ ২৮খন [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|ৰাজ্যৰ]] অন্যতম। এই ৰাজ্যৰ ৰাজধানী [[চেন্নাই]] (পূৰ্বতে '''মাদ্ৰাজ''')। তামিলনাডু [[ভাৰতীয় উপদ্বীপ|ভাৰতীয় উপদ্বীপৰ]] দক্ষিণত অৱস্থিত। এই ৰাজ্যৰ সীমাত [[পণ্ডিচেৰী]], [[কেৰেলা]], [[কৰ্ণাটক]] আৰু [[অন্ধ্ৰপ্ৰদেশ]] অৱস্থিত। তামিলনাড়ুৰ ভৌগোলিক উত্তৰ দিশত [[পূৰ্বঘাট]], পশ্চিম দিশত [[নীলগিৰি পৰ্বতমালা|নীলগিৰি]], [[আন্নামালাই পৰ্বত]] আৰু [[পালাক্কাদ]], পূব দিশত [[বঙ্গোপসাগৰ]], দক্ষিণ পূব দিশত [[মান্নাৰ উপসাগৰ]] আৰু [[পক প্ৰণালী]] আৰু দক্ষিণত [[ভাৰত মহাসাগৰ]] অৱস্থিত।
 
আয়তনৰ দিশৰ পৰা তামিলনাডু ভাৰতৰ একাদশ (এই ৰাজ্যেৰ আয়তন [[গ্ৰীছ]]ৰ সমান) আৰু জনসংখ্যাৰ ফালৰ পৰা সপ্তম বৃহত্তম ৰাজ্য।<ref>[http://geohive.com/cntry/india.aspx Population of Tamil Nadu as of 01/07/2008].</ref> অন্যদিশে এই ৰাজ্য ভাৰতৰ জিডিপিৰ পঞ্চম বৃহত্তম অৱদানকাৰী<ref>[http://mospi.nic.in/6_gsdp_cur_9394ser.htm Gross Domestic Product by prices as of 28 February 2008].</ref> আৰু ভাৰতৰ সবাতোকৈ অধিক পৰিমাণ নগৰায়িত ৰাজ্য।<ref name="autogenerated3">[http://wwৱhindu.com/2008/05/18/stories/2008051853960400.htm Tamil Nadu the most urbanised State: Minister].</ref> ভাৰতৰ সৰ্বাধিক সংখ্যক বাণিজ্যিক সংস্থা (১০.৫৬%) এই ৰাজ্যত অৱস্থিত।<ref>[http://mospi.nic.in/economic_census_prov_results_2005.pdf Enterprises in India].</ref><ref>{{Cite web
"https://as.wikipedia.org/wiki/তামিলনাডু"ৰ পৰা অনা হৈছে