"তুষাৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

46 বাইট বিলোপ কৰা হ’ল ,  1 বছৰৰ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
 
| dielectric_constant_note = শুকান তুষাৰৰ ঘণত্ব ০.১ ৰ পৰা ০.৯ গ্ৰা/চেমি<sup>৩</sup><!----http://www.dtic.mil/dtic/tr/fulltext/u2/p000148.pdf---->
| dielectric_constant = 1–3.2
| footnotes = তুষাৰৰ ভৌতিক লক্ষণসমূহ স্থান, কাল, পাত্ৰভেদে পৃথক হোৱা পৰিলক্ষিত হয়।
}}
{{Weather}}
 
[[চিত্ৰ:BrockenSnowedTrees.jpg|thumb|230px|right|[[জাৰ্মানী]]ৰ তুষাৰপাতৰ ফলত গছৰ উপৰতওপৰত পৰা তুষাৰৰ স্তৰ। ]]
'''তুষাৰ''' হল বৰষুণৰ কঠিন ৰূপ যি [[পৃথিৱীৰ বায়ুমণ্ডল]]ত ক্ষুদ্ৰ ক্ষুদ্ৰ [[স্ফটিক]] আকাৰে বিৰাজ কৰে।<ref name="Hobbs">
{{cite book
| location = Oxford
| pages = 856
| isbn = 978-0199587711 }}</ref> ই প্ৰকৃতপক্ষে [[পানী]]ৰ কঠিন ৰূপ বা [[বৰফ]]। শীতকালত যেতিয়া তাপমাত্ৰা শূণ্যশূন্য ডিগ্ৰী ছেলছিয়াছৰ তললৈ নামি যায় তেতিয়া [[মেঘ]]ৰ পৰা তুষাৰ পতিত হয়, ইয়াকে তুষাৰপাত বোলে। মেঘৰ পৰা নিঃসৰিত পানী বায়ুমণ্ডলৰ উপৰৰ স্তৰৰ নিম্ন তাপমাত্ৰাত গোট মাৰি বৰফত পৰিণত হয় আৰু প়থিৱীপৃষ্ঠলৈ তুষাৰ হিচাপে নামি আহে।
 
প্ৰধান তুষাৰ পতিত অঞ্চলসমূহ হৈছে [[মেৰু অঞ্চল]], [[উত্তৰ গোলাৰ্ধ]]ৰ উচ্চ অৰ্ধাংশ আৰু পৰ্যাপ্ত আৰ্দ্ৰতা আৰু নিম্ন উষ্ণতা বিশিষ্ট পৃথিৱীৰ পাৰ্বত্য অঞ্চলসমূহ। [[এণ্টাৰ্কটিকা]]ৰ পৰা সুদুৰত অৱস্থিত দক্ষিণ গোলাৰ্ধৰ কেৱল পাৰ্বত্য অঞ্চলতহে প্ৰাথমিকভাৱে তুষাৰপাত দেখা পোৱা যায়।<ref>
{{cite book
|last = Rees
|first = W. Gareth
|title = Remote Sensing of Snow and Ice
|publisher = CRC Press
|date = 2005
|pages = 312
|isbn = 978-1-4200-2374-9
|url = https://books.google.com/books?id=780IKxPcqpYC&pg=PA2
}}</ref>
==তথ্য সংগ্ৰহ==
3,780

টা সম্পাদনা