তিৰহুতা লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
13 নং শাৰী:
|note=none}}
{{Contains Indic text}}
'''তিৰহুতা লিপি''' বা '''মিথিলাক্ষৰ''' হৈছে [[মৈথিলী ভাষা]] লিখিবৰ বাবে ব্যৱহাৰ কৰা এক লিপি। এই লিপিটোৰ বিকাশ ১০ম শতিকাত বৰ্তমান [[বিহাৰ]]ৰ মিথিলা অঞ্চল আৰু [[নেপাল]]ৰ তৰাই অঞ্চলত হয় বুলি অনুমান কৰা হৈছে। তিৰহুতা লিপিৰ প্ৰাচীনতম ব্যৱহাৰৰ নমুনা ৯৫০ খৃষ্টাব্দৰ বিহাৰৰ সহোদৰা মন্দিৰত পোৱা গৈছে।<ref name="n4035">{{Cite web|url=https://www.unicode.org/L2/L2011/11175r-tirhuta.pdf|title=N4035: Proposal to Encode the Tirhuta Script in ISO/IEC 10646|first1=Anshuman|last1=Pandey|publisher=Working Group Document, ISO/IEC JTC1/SC2/WG2|date=2011-05-05|deadurl=no|archiveurl=https://web.archive.org/web/20161213054204/http://www.unicode.org/L2/L2011/11175r-tirhuta.pdf|archivedate=13 December 2016}}</ref> তিৰহুতা লিপিৰ যথেষ্ট সাদৃশ্য [[অসমীয়া লিপি]] আৰু [[বঙালী লিপি]]ৰ সৈতে দেখা যায়। মৈথিলী ভাষী অধিকাংশ লোকে ভাষাটো লিখিবৰ বাবে বৰ্তমান তিৰহুতা লিপিৰ সলনি [[দেৱনাগৰী লিপি]] ব্যৱহাৰ কৰে।
[[চিত্ৰ:12th_century_Stone_Inscription_from_Simroungarh_in_Tirhuta_script.jpg|thumb|১২ শতিকাৰ শিলালিপিত তিৰহুতা লিপিৰ ব্যৱহাৰ]]
 
20 নং শাৰী:
{|class="wikitable nounderlines" style="border-collapse:collapse;background:#FFFFFF;text-align:center"
! colspan="2" | স্বতন্ত্ৰ ৰূপ
! colspan="2" | গৌনগৌণ ৰূপ
! colspan="2" | [[অসমীয়া লিপি|অসমীয়া লিপিত]]
|-
! চিত্ৰ !! চিহ্ন !! চিত্ৰ !! চিহ্ন !! স্বতন্ত্ৰ !! গৌনগৌণ
|-
| [[File:Тірхутська_буква_А._Tirhuta_letter_A.png|25px]]
137 নং শাৰী:
===ব্যঞ্জনবৰ্ণ===
{|class="wikitable nounderlines" style="border-collapse:collapse;background:#FFFFFF;text-align:center"
! চিত্ৰ !! চিহ্ন !! [[অসমীয়া লিপি|অসমীয়া লিপিত]]
|-
| [[File:Тірхутська_буква_КА._Tirhuta_letter_КA.png|23px]]
313 নং শাৰী:
 
==ইউনিক’ড==
[[ইউনিক’ড]]ৰ ২০১৪ চনৰ জুনত প্ৰকাশিত ৭.০ সংস্কৰণত তিৰহুতা লিপিক অন্তৰ্ভুক্ত কৰা হয়। তিৰহুতা লিপিৰ ইউনিক’ড ব্লকটো [[ইউনিক'ডত অসমীয়া-বাংলা লিপি|অসমীয়া-বঙালী লিপিৰ]] পৰা পৃথক আৰু ই U+11480 ৰ পৰা U+114DF ক'ড বিন্দুলৈ বিয়পি আছে।
 
{{Unicode chart Tirhuta}}