দিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
9 নং শাৰী:
[[চিত্ৰ:Sidereal_day_%28prograde%29.png|thumb|1-->2=নক্ষত্ৰ দিন, 1-->3=সৌৰদিন]]
 
[[জ্যোতিৰ্বিজ্ঞান|জ্যোতিৰ্বিজ্ঞানে]] [[আহ্নিক গতি|আহ্নিক গতিৰ]] এক আৱৰ্তন পূৰ্ণ হওঁতে যি সময় লাগে সিয়েই হ’ল এদিন। তেনেদৰে [[সূৰ্য|সূৰ্যৰ]] আপেক্ষিকবাদ সংজ্ঞাত ক’লে [[সৌৰদিন]] ([[:en:solar day|solar day]]) যিটো [[বাৰ্ষিক গতি|বাৰ্ষিক গতিৰ]] কাৰণে [[নক্ষত্ৰ দিন|নক্ষত্ৰ দিনৰ]] ([[:en:sideral day|sideral day]]) পৰা এটা দীঘলীয়া আৰু বিভিন্ন ঋতুত কম বেছি হয়।
 
ভাষাগত ভাবে দিনৰ সূৰ্যৰ পোহৰেৰে [[পোহৰ|আলোকিত]] অংশ হ’ল "দিন" আৰু অন্ধকাৰ ভাগ [[ৰাতি]] (ৰজনী)। সেই ক্ষেত্ৰত গোটেই দিন-ৰাতি বুলি ক’লে সম্পূৰ্ণ ২৪ ঘণ্টা বুজায়।
 
== অন্যান্য সময় এককৰ সৈতে সম্পৰ্ক ==
* ২৪ [[ঘণ্টা|ঘণ্টাই]] (৮৬,৪০০ [[ছেকেণ্ড|ছেকেণ্ডত]]) এটা দিন হিচাপে ধৰা হয়।
* ১৫ দিনত এক [[পক্ষ]] বা [[পষেক]] হয়।
* ৩০ দিনত এক [[মাহ]] হয়।
* ৩৬৫ দিনত এক [[বছৰ]] হয়।
 
[[শ্ৰেণী:সময়]]
"https://as.wikipedia.org/wiki/দিন"ৰ পৰা অনা হৈছে