দশাৱতাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
[[চিত্ৰ:Avatars.jpg|thumb|250px|ভগৱান [[বিষ্ণু]]ৰ দশাৱতাৰ ৰূপসমূহ]]
'''দশাৱতাৰ''' হৈছে [[হিন্দু ধৰ্ম|হিন্দু ধৰ্মৰ]] এজন প্ৰধান উপাষ্য দেৱতা [[বিষ্ণু|বিষ্ণুৰ]] দহটা প্ৰধান [[অৱতাৰ]]। [[বৈষ্ণৱ]] দৰ্শনত, কোনো বিশেষ উদ্দেশ্যে আগত ৰাখি মৰ্ত্যত অৱতীৰ্ণ পৰম সত্ত্বাকেসত্তাকে অৱতাৰ ([[সংস্কৃত ভাষা|সংস্কৃতত]]: अवतार, avatāra) নামেৰে অভিহিত কৰা হয়। বিষ্ণুৰ (বা কোনো কোনো ক্ষেত্ৰত [[কৃষ্ণ|কৃষ্ণৰ]]) দহটা মূখ্যমুখ্য অৱতাৰৰ সমষ্টিগত নামেই দশাৱতাৰ। এই দশাৱতাৰৰ কথা জনা যায় ''[[গৰুড় পুৰাণ|গৰুড় পুৰাণৰ]]'' (১।৮৬।১০১। ৮৬। ১০-১১) পৰা।
 
দশাৱতাৰৰ অধিকাংশই অভিহিত হয় ''লীলা-অৱতাৰ'' নামেৰে। [[হিন্দু]] বিশ্বাস অনুসৰি, প্ৰথম চাৰি অৱতাৰৰ আৱিৰ্ভাবকাল হৈছে [[সত্যযুগ]]। পৰৱৰ্তী তিনি অৱতাৰ [[ত্ৰেতাযুগ|ত্ৰেতাযুগত]] অৱতীৰ্ণ হয়। অষ্টম আৰু নৱম অৱতাৰৰ আৱিৰ্ভাৱকাল যথাক্ৰমে [[দ্বাপৰযুগ]] আৰু [[কলিযুগ]]। দশম অৱতাৰ [[কল্কি|কল্কিৰ]] আৱিৰ্ভাৱ ৪২৭,০০০ বছৰৰ পিছত কলিযুগত অন্তিম পৰিব বুলি ভৱিষ্যতবাণী কৰা হৈছে।<ref> [http://www.vedabase.net/bg/8/17/en1 B-Gita 8.17] "And finally in Kal-yuga (the yuga we have now been experiencing over the past 5,000 years) there is an abundance of strife, ignorance, irreligion and vice, true virtue being practically nonexistent, and this yuga lasts 432,000 years. In Kali-yuga vice increases to such a point that at the termination of the yuga the Supreme Lord Himself appears as the Kalki avatara" </ref> [[বিষ্ণু পুৰাণ|বিষ্ণু পুৰাণত]] কোৱা হৈছে যে, [[কল্কি]] অৱতাৰৰ আগমনৰ লগে লগেই কলিযুগৰ সমাপ্তি ঘটিব। কল্কি দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰি এক নতুন সত্যযুগৰ সূচনা কৰিব।<ref>Klostermaier (2007) p. 495</ref>
 
== দশাৱতাৰ ==
তলত ভগৱান বিষ্ণুৰ দহটা অৱতাৰৰ এখন মান্য তালিকা প্ৰদৰ্শন কৰা হৈছে। অঞ্চলভেদে আৰু মতভেদে দশাৱতাৰৰ ভিন্ন তালিকা পোৱা যায়।
# [[মৎস্য]]
# [[কুৰ্ম]]
20 নং শাৰী:
[[চিত্ৰ:Dasavatar, 19th century.jpg|বিষ্ণুৰ দশাৱতাৰৰ ৰূপাংকন|thumb|centre|600px]]
 
[[শংকৰদেৱ|মহাপুৰুষ শংকৰদেৱে]] দশাৱতাৰক ভগৱান [[বিষ্ণু]]ৰ দহটা অৱতাৰ বুলি নকৈ [[কৃষ্ণ]]ৰ দহটা অৱতাৰহে বুলিছে। সেই অনুসৰি দশাৱতাৰৰ তালিকাত '[[কৃষ্ণ]]'ৰ ঠাইত '[[বলৰাম]]'ক স্থান দিয়া হৈছে। অন্য কোনো তালিকাত [[বুদ্ধ]]ৰ স্থান [[বলৰাম]]ক দিয়া হয় আৰু তালিকাত [[কৃষ্ণ]]ৰ নামো থাকে।
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/দশাৱতাৰ"ৰ পৰা অনা হৈছে