দুবৰি বন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

স্পেচ
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{speciesbox
|name = দুবৰিদূবৰি বন<br>''Cynodon dactylon''
|image = Cynodon dactylon 2.jpg
|genus = Cynodon
6 নং শাৰী:
|authority = ([[Carl Linnaeus|L.]]) [[Christian Hendrik Persoon|Pers.]]
|synonyms =
{{Collapsible list |
{{Plainlist | style = margin-left: 1em; text-indent: -1em; |
*''Agrostis bermudiana'' {{Au|Tussac. ex Kunth}} nom. inval.
*''Agrostis filiformis'' {{Au|J.Koenig ex Kunth}} nom. inval.
71 নং শাৰী:
*''Vilfa linearis'' {{Au|(Retz.) P.Beauv.}}
*''Vilfa stellata'' {{Au|(Willd.) P.Beauv.}}
}}
}}
|synonyms_ref =<ref>{{cite web|url=http://www.theplantlist.org/tpl/record/kew-406339|title=The Plant List: A Working List of All Plant Species}}</ref>
|}}
 
'''দুবৰিদূবৰি বন''' (বৈজ্ঞানিক নাম: '''''Cynodon dactylon'''''<ref>{{cite web|url=http://www.tropicos.org/Name/100389014?tab=acceptednames|website=Tropicos.org|publisher=Missouri Botanical Garden|accessdate=5 December 2015|title=Vilfa stellata (Willd.) P. Beauv}}</ref> এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। ভাৰতীয় সংস্কৃতিত দুবৰিদূবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দুবৰিদূবৰি বন ব্যৱহাৰ কৰা হয়। আফ্ৰিকা মহাদেশৰ স্থানীয় ঘাঁহবিধ বৰ্তমান গোটেই বিশ্বতে পোৱা যায়।<ref>{{cite web |url= https://www.cabi.org/isc/datasheet/17463 |title= CABI Invasive Species Compendium}}</ref> [[আয়ুৰ্বেদ]]ত দুবৰিকদূবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। সাধাৰণ কটা-ছিঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুতৰ ৰোগত দুবৰিদূবৰি ব্যৱহাৰ কৰা হয়। সৌন্দৰ্যবৰ্ধনৰ বাবেও দুবৰিকদূবৰিক উদ্যান ঘাঁহ হিচাপে ব্যবহাৰ কৰা হয়।
 
কিছুমান ঠাইত ইয়াক বিদেশী প্ৰজাতি হিচাপে অপতৃণ বুলিও গণ্য কৰা হয়।
==বৰ্ণনা==
দুবৰিৰদূবৰিৰ পাত সেউজীয়া ৰঙৰ আৰু গুৰিৰ প্ৰায় ২-১৫ ছেঃমিঃ দীঘল হয়। ইয়াৰ বুঢ়া পাতবোৰ অলপ খহটা।<ref name="bidgeebush">{{cite book |url=https://books.google.com/books?id=6J1VAQAACAAJ|title=Bidgee bush: an identification guide to common native plant species of the south western slopes of New South Wales |last=Walker |first=Karen |last2=Burrows|first2= Geoff|last3= McMahon|first3= Lynne |year=2001 |publisher=Greening Australia |location=Yarralumla, Australian Capital Territory |isbn=978-1-875345-61-8 |page=82 |accessdate=21 March 2010}}</ref> ইয়াৰ থিয় ঠাৰিডাল অলপ চেপেটা আৰু ১-৩০ ছেঃমিঃ ওখ হয়। গুটিবোৰ সৰু যদিও গা-গছৰ ধাৱকেৰে বংশবৃদ্ধি বেছিকৈ হয়।
 
ইয়াৰ মূল শিপা প্ৰণালী মাটিক খামুচি মাৰি ধৰে আৰু খৰাং পৰিস্থিতিত ২ মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে। ধাৱক গা গছৰ গাঁঠিৰ পৰাও সৰু সৰু শিপা ওলায়। এই শিপা খুব বেছি ৬০ ছেঃমিঃ দীঘল হয় আৰু মাটিৰ ওপৰত ডাঠকৈ বিয়পি পৰে। উচ্চ উষ্ণতাত ইয়াৰ বৃদ্ধি ভাল হয়। শীতকালত ইয়াৰ বৃদ্ধি আটাইতকৈ কম হয়।
==ব্যৱহাৰ==
===সংস্কৃতিক ব্যৱহাৰ===
ভাৰতীয় সংস্কৃতিত কল্যাণৰ প্রতীকপ্ৰতীক হিচাপে দূবৰি বনক গণ্য কৰা হয়। পূজা-পাৰ্বনত শান্তিজল ছটিয়াবলৈ দুবৰিদূবৰি বন ব্যৱহাৰ কৰা হয়। পূজাত দেৱ-দেৱীলৈ দুবৰিদূবৰি আগবঢ়োৱা হয়। বিবাহ অনুষ্ঠানত দুবৰিৰেদূবৰিৰে নতুন বোৱাৰী ঘৰলৈ বৰণ কৰি অনা হয়। বিভিন্ন গীত, কবিতা আৰু সাহিত্যত দুবৰিৰদূবৰিৰ উল্লেখ পোৱা যায়।
===ঔষধি গুণ===
আয়ুৰ্বেদত দুবৰিকদূবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। দুবৰিদূবৰি বন সন্তান গৰ্ভধাৰণত অসমর্থঅসমৰ্থ হলে ব্যৱহাৰ কৰা হয়। আমাশয় আৰু উদৰাময়েত দুবৰিদূবৰি বনৰ ৰস ঔষধ। আয়ুর্বেদিকআয়ুৰ্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দুবৰিদূবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত নিঃসৰণ হলে দুবৰিদূবৰি ৰস খালে আৰু নাকৰ ফুটাত দিলে উপশম হয়। চুলি সৰা ৰোগটো দুবৰিদূবৰি ব্যৱহাৰ কৰা হয়। পায়োৰিয়া ৰোগত দুবৰিদূবৰি বনৰ পাতেৰে দাঁত মাজিলে ভাল। কটা-ছিঙাত ইয়াৰ পাত থেতালি আক্রান্তআক্ৰান্ত স্থানত প্রলেপপ্ৰলেপ দিলে ৰক্তক্ষৰণ বন্ধ হৈ যায়।
===সৌন্দৰ্য বৰ্ধন===
উদ্যানৰ ঘাঁহ হিচাপে দুবৰিদূবৰি বন ব্যৱহাৰ কৰা হয়। নিয়ৰত তিতা কোমল দুবৰিদূবৰি বনৰ ওপৰত খোজ কাঢ়িবলৈ ভাল।
[[চিত্ৰ:Cynodon dactylon 2.jpg|right|thumb|300px|দুবৰিদূবৰি বন]]
==অন্যান্য নাম==
* [[হিন্দী ভাষা]]: দূব, দূবড়া
* [[সংস্কৃত ভাষা]]: দুর্বাদুৰ্বা, সহস্ৰবীৰ্য, অনন্ত, ভাৰ্গৱী, শতপৰ্বা, শতবল্লী
* [[মাৰাঠী ভাষা]]: দূর্বাদূৰ্বা
* [[গুজৰাটী ভাষা]]: ধলাধ্ৰু
* [[বাংলা ভাষা]]: দূৰ্বা
100 নং শাৰী:
{{reflist}}
==বাহ্যিক সংযোগ==
{{Commons category|Cynodon dactylon|দুবৰিদূবৰি বন}}
* [http://www.fao.org/ag/AGP/AGPC/doc/GBASE/DATA/PF000208.HTM FAO.org তথ্যপৃষ্ঠা: ''Cynodon dactylon'']
"https://as.wikipedia.org/wiki/দুবৰি_বন"ৰ পৰা অনা হৈছে