ধূমকেতু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
[[File:HRIV Impact.gif|thumb|right|9P/Tempel collides with ''Deep Impact's'' impactor]]
'''ধূমকেতু''' ({{lang-en|Comet}}) হ'ল [[বৰফ]] আৰু ধূলিৰে গঠিত [[জোতিষ্ক]] ধূমকেতুবোৰক প্ৰায়ে লেতেৰা [[বৰফ]]ৰ বল বুলি কোৱা হয়৷হয়। ধূমকেতুৰ ধূলি [[বৰফ]],[[কাৰ্বন-ডাইাক্সাইড]],[[কাৰ্বন-মন'অক্সাইড]],[[এম'নিয়া]],[[মিথেন]] আদিৰে গঠিত৷গঠিত। বহু গৱেষকৰ মতে ধূমকেতুৰ জৰিয়তে [[পৃথিৱী]]লৈ [[পানী]] আৰু জৈৱিক অণু আহিছিল,যি পাছলৈ [[পৃথিৱী]]ত [[জীৱ]] সৃষ্টিত সহায় কৰিলে৷কৰিলে। ধূমকেতুৱে আন আন [[সৌৰজগত]]ৰ সদস্যৰ দৰেই [[সূৰ্য্য]]ক প্ৰদক্ষিণ কৰে৷কৰে। ধূমকেতুবোৰ উৰ্ট ডাৱৰৰ অঞ্চলত বসবাস কৰে৷কৰে। [[প্লুটু]]ৰ পৰাও দূৰত উৰ্ট [[ডাৱৰ]] অৱস্থিত৷অৱস্থিত। কেতিয়াবা কোনোটো ধূমকেতু উৰ্ট [[ডাৱৰ]] এৰি [[সৌৰজগত]]ৰ ভিতৰ অঞ্চলত প্ৰৱেশ কৰে৷কৰে। কিছুমানে নিয়মিয়াকৈ এনেদৰে প্ৰৱেশ কৰে৷কৰে। বহুতে বহু বছৰৰ মূৰত এবাৰ প্ৰৱেশ কৰে৷কৰে। <ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= এই শতিকাৰ ধূমকেতু,আইছন |author=ড°ড॰ মানৱজ্যোতি বৰদলৈ | journal= (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ | year= ২০১৩| month= ডিচেম্বৰ | volume= ২৬শ বছৰ | issue= দ্বাদশ সংখ্যা| pages= পৃষ্ঠা ৫-১৩}}</ref>
 
==গঠনপ্ৰণালী==
[[File:Comet_Wild2.jpg|thumb|Comet Wild 2]]
ধূমকেতুৰ দুটা অংশ,নেজ আৰু কমা৷কমা। কমাৰ গেছীয় অংশৰ ভিতৰত গোটা পদাৰ্থৰ [[নিউক্লিয়াছ]] অৱস্থিত৷অৱস্থিত। [[নিউক্লিয়াছ]] প্ৰধানকৈ [[বৰফ]] আৰু জৈৱ পদাৰ্থৰে আবৃত ধূলিৰে গঠিত৷গঠিত। [[বৰফ]]ৰ অংশত [[পানী]]ৰ [[বৰফ]]ৰ লগতে গোটা অৱস্থাৰ [[এম'নিয়া]],[[কাৰ্বন-মন'অক্সাইড]],[[কাৰ্বন-ডাই অক্সাইড]] আৰু [[মিথেন]] থাকিব পাৰে৷পাৰে। [[নিউক্লিয়াছ]]ত সৰু শিলৰ কেন্দ্ৰ ভাগ থাকিব পাৰে৷পাৰে। [[সূৰ্য্য]]ৰ ওচৰ চপাৰ লগে লগে নিউক্লিয়াছৰ পৃষ্ঠভাগৰ বৰফ বাষ্পীভূত হ'বলৈ ধৰে৷ধৰে। এনেদৰে বাষ্পীভূত হোৱা গেছে নিউক্লিয়াছৰ চাৰিওফালে ডাৱৰৰ সৃষ্টি কৰে৷ কৰে। সৰহভাগ ধূমকেতুৰ নিউক্লিয়াছৰ ব্যাস বা দৈৰ্ঘ্য ১৫ কিলোমিটাৰ বা তাতোকৈ কম হয়৷হয়। ধূমকেতুৰ নেজৰ দৈৰ্ঘ্য ১৬ কোটি কিলোমিটাৰ পৰ্য্যন্ত হ'ব পাৰে৷পাৰে। <ref name="গ্ৰন্থ ১" />
==নামকৰণ==
==নামাকৰণ==
[[File:Iss030e015472 Edit.jpg|thumb|[[C/2011 W3 (Lovejoy)|Comet Lovejoy]] (<small>C/2011 W3</small>) from orbit]]
ধূমকেতুৰ নামাকৰণনামকৰণ সাধাৰণতে আৱিষ্কাৰকৰ নামানুসৰি হয়৷হয়। যেনে - শ্বুমেকাৰ লেভি ধূমকেতু৷ধূমকেতু। ইয়াক ইউজিন শ্বুমেকাৰ,কেৰলিন শ্বুমেকাৰ আৰু ডেভিদ লেভিয়ে আৱিষ্কাৰ কৰিছিল৷কৰিছিল। মহাকাশযানে অৱস্থিতি ধৰা পেলালে যানখনৰ নামেৰে ধূমকেতুৰ নাম হ'ব পাৰে৷পাৰে। SOHO আৰু WISE নাম এনেদৰে দিয়া হৈছে৷হৈছে। কেতিয়াবা ধূমকেতুৰ আৱিষ্কাৰকৰ ঠাইত কক্ষপথ নিৰ্ণয় কৰা জ্যোতিবিজ্ঞানীৰ নামেৰেও নাম দিয়া হয়৷হয়। বিয়েলাৰ ধূমকেতুৰ নাম এনেদৰে দিয়া হৈছিল৷হৈছিল।<ref name="গ্ৰন্থ ১" />
==কেইটামান উল্লেখযোগ্য ধূমকেতু==
#'''হুমাছন ধূমকেতু''' - এই ধূমকেতুটো চাৰি বছৰ ধৰি দেখা গৈছিল৷গৈছিল। ১৯৬২ চনৰ পৰা দেখা পোৱা এই ধূমকেতুটো [[সূৰ্য্য]]ৰ পৰা ২.১৩ জ্যোতিবৈজ্ঞানিক একক দূৰত্বলৈকে ওচৰ চাপিছিল৷চাপিছিল। এই ধূমকেতুটোৰ নেজ আছিল নীলা ৰং সৃষ্টি হৈছিল আৰু ইয়াৰ নেজত থকা [[কাৰ্বন মন'অক্সাইড]]ৰ আয়নৰ বাবে৷বাবে। [[সূৰ্য্য]]ৰপৰা তিনি জ্যোতিবৈজ্ঞানিক একক ওচৰ নাচাপিলে ধূমকেতুৰ [[পানী]] বাষ্পীভূত নহয়৷নহয়। ইয়াৰ নেজৰ ৰং চাই ইয়াৰ গঠন প্ৰধানকৈ [[কাৰ্বন-মন'অক্সাইড]] বুলি কোৱা হৈছে৷হৈছে।
#'''লাভজয় ধূমকেতু''' - এই ধূমকেতুটো [[অষ্ট্ৰেলিয়া]]ৰ জ্যোতিৰ্বিদ টেৰী লাভজয়ে আৱিষ্কাৰ কৰিছিল৷কৰিছিল। এই জ্যোতিষ্কটোৱে [[সূৰ্য্য]]পৃষ্ঠৰপৰা ডেৰ লাখ কিলোমিটাৰ ওচৰেদি পাৰ হৈয়ো একো নোহোৱাকৈ আছিল বাবে এই ধূমকেতুটো বিখ্যাত৷বিখ্যাত। সেই সময়ত দক্ষিণ গোলাৰ্দ্ধত ই পুৱা উজ্জ্বল জ্যোতিষ্ক হৈ পৰিছিল৷পৰিছিল। ইয়াক দিনতো দেখা গৈছিল৷গৈছিল।
#'''এৰেণ্ড-ৰলাণ্ড ধূমকেতু''' - এই ধূমকেতুটো ১৯৫৭ চনত দেখা গৈছিল৷গৈছিল। ১৯৫৭ চনৰে ২৫ এপ্ৰিলত তোলা এখন ফটোৰ মতে এই ধূমকেতুটোৰ মূল নেজৰ বিপৰীত দিশত অৰ্থাৎ [[সূৰ্য্য]]ৰ দিশতো এডাল পোন ক্ষীণ নেজ দেখা গৈছিল৷গৈছিল। এই অদ্ভুত নেজডাল ধূমকেতুটোৰ পৰা নিৰ্গত ধূলিৰ কণিকাৰ বুলি কোৱা হৈছিল৷হৈছিল। এই কণিকাবোৰ মিলি মিটাৰ আকাৰৰ হোৱাৰ বাবে সেইবোৰ সৌৰশক্তিয়ে [[সূৰ্য্য]]ৰ বিপৰীত দিশলৈ ঠেলিব নোৱাৰিছিল৷নোৱাৰিছিল।
#'''ৱেষ্ট ধূমকেতু''' - ১৯৭৬ চনৰ বসন্তকালত এই ধূমকেতু দেখা গৈছিল৷গৈছিল। ই আছিল দেখিবলৈ অতি ধুনীয়া ধূমকেতু৷ধূমকেতু। ইয়াৰ ধূলিৰ কণিকাৰ হালধীয়া নেজ আৰু নীলা ৰঙৰ [[প্লাজমা]] আয়নৰ নেজ সুন্দৱভাৱে দেখা গৈছিল৷গৈছিল। মহাকাশযানৰপৰা লোৱা অতি বেঙুণী বৰ্ণালীয়ে ইয়াৰ গাত [[কাৰ্বন]]আৰু [[কাৰ্বন-মন'অক্সাইড]] থকা বুলি দেখুৱাইছিল৷দেখুৱাইছিল। ১৯৭৬ চনৰ মাৰ্চত ইয়াৰ কেন্দ্ৰভাগ ভাঙি চাৰি টুকুৰা হৈছিল৷হৈছিল।
#'''ইৰাছ-আৰাকি-এলকক ধূমকেতু''' - এই ধূমকেতুটো অৱলোহিত তৰংগৰ জ্যোতিবৈজ্ঞানিক উপগ্ৰহেৰে ধৰা পেলোৱা হৈছিল৷হৈছিল। অৱলোহিত তৰংগৰ বৰ্ণালীৰ পৰা ইয়াৰ কেন্দ্ৰভাগৰ চাৰিওফালে ধূলিৰ [[ডাৱৰ]] থকা বুলি জনা গৈছিল৷গৈছিল।
#'''ইকেয়া-ছাকি ধূমকেতু''' - ১৯৬৫ চনত ধৰা পৰা ইকেয়া-ছাকি ধূমকেতুটো এটা উল্লেখনীয় ধূমকেতু৷ধূমকেতু। ই [[সূৰ্য্য]]ৰ অতি ওচৰ চপা ক্ৰে্টজ গোট ধূমকেতুৰ এটা৷এটা। ইয়াৰ শৰীৰৰ ধূলিকণা [[সূৰ্য্য]]ৰ বিকিৰণে বাষ্পীভূত কৰিছিল৷কৰিছিল। ধাতৱীয় মৌল ইয়াৰ নেজ বৰ্ণালীবীক্ষণ অধ্যয়ণতঅধ্যয়নত ধৰা পৰিছিল৷পৰিছিল।
#'''বেনেট ধূমকেতু''' - এই ধূমকেতুটো ১৮৮২ চনৰ ছেপ্টেম্বৰ মাহত অতি উজ্জ্বল হৈ পৰিছিল৷পৰিছিল। ইয়াক সেয়ে দিনৰ পোহৰতো দেখা গৈছিল৷গৈছিল। ১৮৮২ চনৰ ছেপ্টেম্বৰ মাহত ইয়াক হঠাতে [[আকাশ]]ত দেখা গৈছিল৷গৈছিল। প্ৰকাশ পোৱা মতে ইয়াক উত্তৰমালা অন্তৰীপৰ পৰা এক ছেপ্টেম্বৰৰ দিনাই দেখা পোৱা গৈছিল৷গৈছিল। ইয়াক দেখা পোৱা প্ৰথম জ্যোতিৰ্বিদজন আছিল জ্যোতিবিজ্ঞানী ফিনলে৷ফিনলে। তেওঁ ৭ ছেপ্টেম্বৰৰ দিনাই দেখা পাইছিল ধূমকেতুটো দ্ৰুতভাৱে উজ্জ্বল হৈ পৰিছিল৷পৰিছিল। গণনামতে এই ধূমকেতুটো [[সূৰ্য্য]]ৰ পৰা প্ৰায় পাঁচ লাখ কিলোমিটাৰ ওচৰেদি পাৰ হৈ গৈছিল৷গৈছিল। কিছুদিন ধৰি দিনৰ [[আকাশ]]তো [[সূৰ্য্য]]ৰ পাছতে আন এটা উজ্জ্বল জ্যোতিষ্কৰূপে দেখা গৈছিল৷গৈছিল। ইয়াৰ উজ্জ্বলতা হৈছিল - ১৭| ১৭ ছেপ্টেম্বৰত ই [[সূৰ্য্য]]ৰ আঁৰ হৈছিল৷হৈছিল। বহু পৰ্য্যৱেক্ষকৰ লগতে ফিনলে আৰু বাৰ্নাডে ৩০ ছেপ্টেম্বৰৰ দিনা দেখা পাইছিল যে ধূমকেতুটোৰ কেন্দ্ৰভাগ দীঘল হৈ পৰিছে আৰু কেইবাটাও উজ্জ্বল পোহৰৰ বল লৈ পৰিৱৰ্ত্তিত হৈছে৷হৈছে। ১৭ অক্টোবৰৰ দিনা ই পাঁচটাৰো অধিক অংশলৈ বিভাজিত হৈছিল বুলি দেখা পোৱা গ'ল৷ল। ইয়াৰ [[সূৰ্য্য]]ৰ দিশতো নেজ সৃষ্টি হোৱা দেখা গৈছিল৷গৈছিল। ধূমকেতুটো ১৮৮৩ চনৰ ফেব্ৰুৱাৰিলৈকে খালী [[চকু]]ৰে দেখা পোৱা গৈছিল৷গৈছিল। ইয়াক শেষ বাৰৰ বাবে দেখা গৈছিল ১৯৮৩ চনৰ এক জুনত৷জুনত।
#'''মাৰ্কোছ ধূমকেতু''' - ১৯৫৭ চনত ধৰা পৰা এই ধূমকেতুৰ নেজ প্ৰধানকৈ [[কাৰ্বন-মন'অক্সাইড]]ৰে গঠিত৷গঠিত। সেয়ে ইয়াৰ নেজ নীলাভ ৰঙৰ; কিন্তু ধূমকেতুটোৰ নেজডাল দ্ৰুতভাৱে সলনি হৈছিল৷হৈছিল। নেজডালৰ ফিলামেণ্ট আৰু গুটি গুটি আকাৰৰ সৃষ্টি হোৱা দেখা গৈছিল৷গৈছিল। ধূমকেতুৰ নেজৰ এই গুটি গুটি আকাৰৰ অংশবোৰৰ পৰা ইয়াৰ গতিবেগ নিৰ্ণয় কৰিব পৰা হৈছিল৷হৈছিল। ইয়াৰ পৰা দেখা গৈছিল যে নেজৰ কণিকাৰ নিৰ্ণয় গতি ছেকেণ্ডত ৫০ কিলোমিটাৰ পৰ্য্যন্ত৷পৰ্য্যন্ত। সাধাৰণ সৌৰ বিকিৰণে নেজৰ কণিকাৰ ইমান গতিবেগ দিব নোৱাৰে৷নোৱাৰে। পাছত লুডৱিগ বিয়েমানে দেখুৱাইছিল যে [[সূৰ্য্য]]ৰ পৰা ইয়াৰ ব্যাসাৰ্দ্ধৰ দিশত ৪০০ কিলোমিটাৰ প্ৰতি ছেকেণ্ডৰ বেগত অহৰহ [[প্ৰ'টন]] আৰু [[ইলেকট্ৰন]] নিৰ্গত হৈ আছে৷আছে। এই [[প্ৰ'টন]] আৰু [[ইলেকট্ৰনে]]ৰে গঠিত দ্ৰুতবেগী সৌৰ [[বতাহে]] কঢ়িয়াই নিয়া সৌৰ চুম্বকীয় ক্ষেত্ৰৰ প্ৰভাৱত ধূমকেতুৰটোৰ কমা অংশৰ পৰা আয়নৰ [[ডাৱৰ]] সৃষ্টি হয়৷ হয়।
#'''বিয়েলাৰ ধূমকেতু''' - এই ধূমকেতুটো প্ৰথম মনটেইন আৰু মেডিয়াৰে ১৭৭২ চনত দেখা পাইছিল৷পাইছিল। উইলহেল্ম বিয়েলাৰে ইয়াৰ সবিশেষ ১৮২৬ চনত নিৰ্ণয় কৰিছিল বাবে ইয়াৰ নাম বিয়লাৰ ধূমকেতু৷ধূমকেতু। ১৮৪৬ চনৰ ফেব্ৰুৱাৰিত ইয়াৰ কেন্দ্ৰভাগ দুভাগ হোৱা দেখা গৈছিল৷গৈছিল। ইয়াৰ পাছত ইয়াক ১৮৫৯,১৮৬৫ আৰু ১৮৭২ চনত পৰ্য্যাব ক্ৰমে দেখা পাব লগা আছিল;কিন্তু দেখা পোৱা নগ'ল৷ল। ইয়াৰ সলনি ১৮৭২ চনৰ ২৭ নৱেম্বৰত এক প্ৰচণ্ড উজ্জ্বল উল্কাপাত হোৱা দেখা গৈছিল৷গৈছিল। ঘণ্টাত ৩০০০ ৰ অধিক উল্কাপাত ধূমকেতুটোৰ [[আকাশ]]ৰ সম্ভাব্য স্থানৰ দিশৰ পৰা হোৱা দেখা গৈছিল৷গৈছিল। ইয়াৰ পাছতো ১৯ শতিকাতো পৰ্য্যায়ক্ৰমে উল্কাপাত হৈছিল৷হৈছিল।
#'''টেম্পেল -১ ধূমকেতু''' - এই ধূমকেতুটো ১৮৬৭ চনত ইউহেল্ম টেম্পেলে আৱিষ্কাৰ কৰিছিল৷কৰিছিল। ই [[সূৰ্য্য]]ৰ চাৰিওফালে পাঁচ বছৰ ছমাহত এবাৰ প্ৰদক্ষিণ কৰে৷কৰে। গভীৰ মহাকাশৰ সংঘৰ্ষৰ বাবে পঠিওৱা ডিপ ইম্পেক্ট মহাকাশযানৰপৰা এটা প্ৰ'বে ইয়াক খুন্দিয়াইছিল৷খুন্দিয়াইছিল।
#'''মেকনট ধূমকেতু''' - ই হ'ল যোৱা শতিকাৰ উজ্জ্বলতম ধূমকেতু৷ধূমকেতু। ইয়াক ২০০৭ চনৰ বৃহৎ ধূমকেতু বুলি আখ্যা দিয়া হৈছিল৷হৈছিল। ই শুক্ৰ গ্ৰহতকৈ উজ্জ্বল হৈছিল৷হৈছিল। [[পৃথিৱী]]ৰ কোটি কোটি মানুহে ইয়াক দেখা পাইছিল৷পাইছিল। ইয়াৰ কক্ষপথ অতি দীঘলীয়া৷দীঘলীয়া। ই ৯২,৬০০ বছৰৰ পাছত [[পৃথিৱী]]লৈ ঘূৰি আহিব৷আহিব।
#'''হেল-বপ ধূমকেতু''' - ১৯৯৫ চনত এলান হেল আৰু থমাছ বৰ্পে এই ধূমকেতুটো আৱিষ্কাৰ কৰিছিল৷কৰিছিল। কুৰি শতিকাৰ ই আছিল আটাইতকৈ বেছি পৰ্য্যবেক্ষণ কৰা ধূমকেতু৷ধূমকেতু। ১৯৯৭ চনত ইয়াক উত্তৰ [[আকাশ]]ত গোটেই নিশা জুৰি দেখা পোৱা গৈছিল৷গৈছিল।
#'''হেলিৰ ধূমকেতু''' - হেলিৰ ধূমকেতু হ'ল এতিয়ালৈকে দেখা পোৱা আটাইতকৈ বিখ্যাত ধূমকেতু৷ধূমকেতু। প্ৰতি ৭৬ বছৰৰ মূৰে মূৰে ইয়াক দেখা পোৱা যায়৷যায়। যেতিয়া ই [[সূৰ্য্য]]ৰ ওচৰ চাপে ইয়াক খালী চকুৰেও দেখা পোৱা যায়৷যায়। ১৯৮৬ চনত ইয়াক শেষবাৰৰ বাবে দেখা গৈছিল,যেতিয়া ই [[পৃথিৱী]]ৰ ওচৰ চাপিছিল৷চাপিছিল। ইয়াৰ নিউক্লিয়াছটো আছিল আকাৰত [[আলু]]ৰ দৰে ১৫ কিলোমিটাৰ দীঘল আৰু ই [[বৰফ]] আৰু ধূলিৰ কণাৰে গঠিত৷গঠিত। ইয়াৰ [[বৰফ]]ৰ ৮০ শতাংশ [[পানী]] আৰু বাকীখিনি [[কাৰ্বন-মন'অক্সাইড]] বিজ্ঞানীসকলৰ মতে,বাকী ধূমকেতুবোৰো হেলিৰ ধূমকেতুৰ দৰে৷দৰে। হেলিৰ ধূমকেতু আকৌ [[পৃথিৱী]]ৰ ওচৰ চাপিব ২০৫২ চনত৷চনত। খ্ৰীষ্টপূৰ্ব ২৪০ চনৰ পৰা মানুহে এই ধূমকেতুটো দেখি আহিছে৷আহিছে।
#'''শ্বুমেকাৰ-লেভী ধূমকেতু''' - এই ধূমকেতুটোৱে ১৯৯৪ চনত [[বৃহস্পতি গ্ৰহ]]ক খুন্দা মাৰিছিল আৰু ২১ টা২১টা দৃশ্যমান সংঘৰ্ষ দেখা পোৱা গৈছিল৷গৈছিল। বৃহৎ খুন্দাটোৱে সৃষ্টি কৰা [[জুই]]ৰ বল [[বৃহস্পতি গ্ৰহ]]ৰ ডাৱৰৰ ওপৰত ৩০০০ কিলোমিটাৰ উচ্চতালৈকে সৃষ্টি কৰিছিল৷কৰিছিল। এই সংঘৰ্ষৰ বিস্ফোৰণৰ শক্তি ৬ লাখ কোটি টিএনটি বিস্ফোৰণৰ সমান আছিল৷আছিল।<ref name="গ্ৰন্থ ১" />
 
==ধূমকেতু [[সূৰ্য্য]]ত জাহ যায়==
[[সূৰ্য্য]]ৰ কাষেদি যাওঁতে কেতিয়াবা [[সূৰ্য্য]]ৰ প্ৰচণ্ড মহাকৰ্ষণে ধূমকেতু গ্ৰাহ কৰে৷কৰে। এনে ঘটনা ঘটিছিল ১৯৭৯ চনৰ ৩০ আৰু ৩১ আগষ্টত৷আগষ্টত।
 
==[[পৃথিৱী]]ৰ সৈতে সংঘৰ্ষ==
১৯০৮ চনৰ ৩০ জুনত [[ছাইবেৰিয়া]]ৰ টুংগুস্কা নামৰ নদীখনৰ পাৰত [[জুই]]ৰ বল এটা পৰা দেখিছিল৷দেখিছিল। লগে লগে প্ৰচণ্ড [[ভূমিকম্প]] সংঘটিত হৈছিল৷হৈছিল।
 
==শ্ৰেণী বিভাজন==
পৰিভ্ৰমণকাল অনুসৰি ধূমকেতুৰ শ্ৰেণী বিভাজন কৰা হয়৷হয়। চুটি পৰ্য্যায়কালৰ ধূমকেতুৰ [[সূৰ্য্য]]ৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে দুশ বছৰ মান লাগে৷লাগে। ইয়াৰ অধিক হ'লে দীৰ্ঘম্যাদী ধূমকেতু বোলা হয়৷হয়।
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/ধূমকেতু"ৰ পৰা অনা হৈছে