নেপোলিয়ন বোনাপাৰ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
6 নং শাৰী:
|alt=Full length portrait of Napoleon in his forties, in high-ranking white and dark blue military dress uniform. He stands amid rich 18th century furniture laden with papers, and gazes at the viewer. His hair is [[Brutus]] style, cropped close but with a short fringe in front, and his right hand is tucked in his waistcoat.
|caption=
|succession= ফৰাছীফৰাচী সম্ৰাট
|reign=18 May 1804&nbsp;– 11 April 1814<br />20 March 1815&nbsp;– 22 June 1815
|coronation=2 December 1804
31 নং শাৰী:
|signature=Firma Napoleón Bonaparte.svg
|}}
'''নেপোলিয়ন বোনাপাৰ্ট''' ({{lang-fr|Napoléon Bonaparte}}), (জন্ম:[[১৫ আগষ্ট]], [[১৭৬৯]]; এজাক্সিউ, কৰচিকা, মৃত্যু:[[৫ মে’]], [[১৮২১]]; ছেইন্টছেইণ্ট হেলেনা) [[ফৰাছীফৰাচী বিপ্লৱ]]ৰ সময়ৰ এজন জেনাৰেল। তেওঁ ফৰাছীফৰাচী প্ৰজাতন্ত্ৰৰ প্ৰথম কনচুল (First Consul) আছিল। তেওঁ নেপোলিয়ন ১ নামেৰে ১১ নৱেম্বৰ, [[১৭৯৯]]ৰ পৰা ৬ এপ্ৰিল ১৮১৪ পৰ্যন্ত [[ফ্ৰান্স|ফ্ৰান্সৰ]] সম্ৰাট আছিল আৰু পুনৰায় [[১৮১৫]] চনৰ ২০ মাৰ্চৰ পৰা ২২ জুন পৰ্যন্ত অলপ সময়ৰ বাবে ফ্ৰান্সৰ সম্ৰাট আছিল। পৰৱৰ্তী সময়ত তেওঁ [[ইটালী|ইটালীৰ]] দেশৰ ৰজা হৈছিল।
 
তেখেতৰ নেতৃত্বত ফৰাছীফৰাচী সেনাবাহিনী এক দশকৰো অধিক সময় সকলো ইউৰোপীয় শক্তিৰ সৈতে যুদ্ধত অৱতীৰ্ণ হয় আৰু তেওঁ [[ইউৰোপ|ইউৰোপৰ]] অধিকাংশ অঞ্চল নিজ আয়ত্বলৈআয়ত্তলৈ আনে। [[১৮১২]] চনত সংগঠিত বিপৰ্যয়কাৰী ৰাছিয়া আগ্ৰাসন একটি যুগঃসন্ধিক্ষণ হিচাপে বিবেচিত হয়। ৰাছিয়া আগ্ৰাসন আৰু ১৮১৩ চনত লিপজিগৰ পৰাজয়ৰ পাছত ষষ্ঠ কোয়ালিচনে ফ্ৰান্সত আগ্ৰাসন চলায় আৰু ইয়াৰ ফলস্বৰূপে নেপোলিয়ন ১৮১৪ৰ এপ্ৰিলত পশ্চাৎপসাৰণ কৰিবলৈ বাধ্য হয়। কিছুদিন পাছত নেপোলিয়নে এটা অভিযান চলায় যিটো '''হান্ড্ৰেডহাণ্ড্ৰেড ডেচ''' নামে পৰিচিত। কিন্তু নেপোলিয়ন ১৮১৫ চনৰ ১৮ জুন [[ৱাটাৰ্লু যুদ্ধ]]ত পৰাজিত হয়। নেপোলিয়নে তেখেতৰ জীৱনৰ বাকী ৬ বছৰ [[ব্ৰিটিছ|ব্ৰিটিচসকলৰ]] তত্ত্বাবধানত [[আটলান্টিকআটলাণ্টিক মহাসাগৰ]]ৰ দ্বীপ [[ছেইণ্ট হেলেনা]]ত কটায়। তেখেতক [[ইতিহাস]]ৰ সবাতোকৈ চৰ্চিত ৰাজনীতিজ্ঞ আৰু সেনাধ্যক্ষসকলৰ মাজত উল্লেখযোগ্য হিচাপে বিবেচনা কৰা হয়<ref>{{cite book|author=Charles Messenger, ed. |title=Reader's Guide to Military History|url=http://books.google.com/books?id=VT7fAQAAQBAJ&pg=PA391|year=2001|publisher=Routledge|pages=391–427|isbn=9781135959708}}</ref>।