নলবাৰী জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
3 নং শাৰী:
|name= নলবাৰী জিলা
|settlement_type=[[অসমৰ জিলা|জিলা]]
|image_map = Assam district locator map Nalbari.png
|map_caption = অসমৰ মানচিত্ৰত নলবাৰী জিলাৰ অৱস্থান
|subdivision_type = দেশ
|subdivision_name = {{flag|ভাৰত}}
|subdivision_type1=[[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|ৰাজ্য]]
|subdivision_name1=[[অসম]]
|subdivision_type2=সদৰ
|subdivision_name2=[[নলবাৰী]]
|area_magnitude =
|area_total_km2 = ৯৯৯.৯০
|population_as_of = ২০১১
|population_total = ৭৭১,৬৩৯
|timezone =[[ভাৰতীয় মান সময়]]
|utc_offset = +5:30
|vehicle_code_range =AS-14-XXXX
|website = [http://www.nalbari.nic.in www.nalbari.nic.in]
}}
 
'''নলবাৰী''' ({{lang-en|Nalbari}}) [[অসম]]ৰ এখন প্ৰশাসনিক জিলা। পূৰ্বতে [[কামৰূপ জিলা]]ৰ মহকুমা হিচাপে চিহ্নিত নলবাৰীক ১৯৮৫ চনত জিলা হিচাপে ঘোষণা কৰা হয়।
 
==ভৌগোলিক বিৱৰণ==
জিলাখনৰ মাটিকালি হৈছে ৯৯৯.৯০ বৰ্গ কিঃমিঃ।<ref name="ataglance">{{cite web | url=http://nalbari.nic.in/ataglance.htm | title=Nalbari - at a glance | work=National Informatics Centre, Nalbari,Assam | accessdate=24 আগষ্ট 2013}}</ref> ২০০১ চনৰ লোকপিয়ল মতে জিলাখনৰ মুঠ জনসংখ্যা ১১৩৮১৮৪ জন।<ref name="ataglance" /><ref name="Profile">{{cite web | url=http://nalbari.nic.in/Profile.htm | title=Nalbari District Profile | work=National Informatics Centre, Nalbari,Assam | accessdate=24 আগষ্ট 2013}}</ref> বাৰ্ষিক বৃষ্টিপাত হৈছে ১৫০০ মিঃমিঃ আৰু গড় আৰ্দ্ৰতা ৮০%। সমুদ্ৰপৃষ্ঠৰ পৰা জিলাখনৰ উচ্চতা ১০০০ ফুট।
 
;চাৰিসীমা
*উত্তৰে [[বাক্সা জিলা]]।
*পূৱে [[দৰং জিলা]] আৰু [[কামৰূপ জিলা]]
*দক্ষিণে [[ব্ৰহ্মপুত্ৰ নদী]]
37 নং শাৰী:
==ইতিহাস==
পোন প্ৰথমতে নলবাৰী [[কামৰূপ জিলা]]ৰ এক মহকুমা আছিল। ১৯৬৭ চনৰ ১ এপ্ৰিলত অসম চৰকাৰে নলবাৰীক মহকুমা ৰূপে প্ৰশাসনিক দয়িত্ব প্ৰদান কৰে। ১৯৮৫ চনৰ ১৪ আগষ্টৰ পৰা নলবাৰীক জিলা হিচাপে ঘোষণা কৰা হয়। নলবাৰী নামটোৰ উদ্ভৱ সন্দৰ্ভত বহুতো জনশ্ৰুতি আছে-
*বিদৰ্ভ ৰাজ 'নল'ৰ বাৰী হিচাপে জিলাখনৰ নাম নলবাৰী হোৱা বুলি কোৱা হয়।
*যথেষ্ট পৰিমানেপৰিমাণে নল-খাগৰি থকা বাবে ইয়াৰ নাম নলবাৰী হয়।
*১৮৯৭ চনৰ ভূমিকম্পত লুপ্ত হোৱা ন নামৰ নদীখনৰ পৰা নলবাৰী নামটো হোৱা বুলি কোৱা হয়।
*ন নদীৰ পাৰত বাস কৰা কৈৱৰ্ত্ত মানুহ এচামে উঠি আহি নতুনকৈ ন নদীৰ উত্তৰে বসতি স্থাপন কৰা কাৰণে নলবাৰী হোৱা বুলি কোৱা হয়।
==জন গাঁথনি==
২০১১ চনৰ লোকপিয়ল অনুসৰি নলবাৰী জিলাৰ জনসংখ্যা ৭৬৯,৯১৯ জন; ইয়াৰে পুৰুষ ৩৯৫,৮০৪ জন আৰু মহিলা ৩৭৪,১১৫ জনী। মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৪৫ জনী। জন-ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৭৬৩ জন। দহ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ ১১.৭৪%। শিক্ষিতৰ হাৰ ৭৩.৮৫%।
 
==প্ৰশাসনিক গাঁথনি==
নলবাৰী জিলা মাথোমাথোঁ এটা মহকুমাৰে গঠিত। সদৰ নলবাৰী। জিলাখনৰ উন্নয়ন খণ্ডসমূহ হ'লঃ বড়িগোগ বনভাগ, পূব নলবাৰী, বৰভাগ, বৰক্ষেত্ৰী, পশ্চিম নলবাৰী, মধুপুৰ, টিহু, টিহু বৰমা।জিলাখনতবৰমা। জিলাখনত তিনিটা বিধানসভাৰ সমষ্টি আছে আৰু তিনিওটা সমষ্টি তিনিটা সুকীয়া সুকীয়া সংসদীয় সমষ্টিৰ অন্তৰ্গত।
* ৫৯, নলবাৰী (৮, মঙলদৈ সংসদীয় সমষ্টিৰ অন্তৰ্গত)
* ৬০, বৰক্ষেত্ৰী (৭, গুৱাহাটী সংসদীয় সমষ্টিৰ অন্তৰ্গত)
61 নং শাৰী:
{{নলবাৰী জিলা}}
{{Geographic location
|Centre = নলবাৰী জিলা
|North = [[বাক্সা জিলা]]
|Northeast =
|East = [[কামৰূপ জিলা]]
|Southeast =
|South = [[কামৰূপ জিলা]]
|Southwest =
|West = [[বৰপেটা জিলা]]
|Northwest =
}}