পশ্চিমবংগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎পশ্চিমবঙ্গ: ব্যাকৰণ শুধৰণি, লিংক যোগ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
79 নং শাৰী:
-->
 
পশ্চিমবঙ্গ এখন কৃষিনিৰ্ভৰ ৰাজ্য হ'লেও বৰ্তমান ভাৰতৰ অন্য অংশৰ বিকাশৰ লগত সংগতি ৰাখি ইয়াৰ ৰাজনৈতিক নেতৃত্বই ঔদ্যোগীকিকৰণৰ প্ৰয়াস আৰম্ভ কৰিছে। {{citation needed}} <!-- THIS PART CONTRADICTS WITH SECOND LINE ABOVE এই ৰাজ্য ভাৰতৰ মুঠ আয়তনঅৰ মাত্ৰ ২.৭ শতাংশ হলেওঁ, ইয়াৰ জনসংখ্যা দেশৰ মুঠ জনসংখ্যাৰ ৭.৮ শতাংশ। উপৰন্তু পশ্চিমবঙ্গ ভাৰতৰ সৰ্বাধিক জনঘনত্ব বিশিষ্ট ৰাজ্য।<ref name=hdrchap1>{{cite web
|url= http://www.undp.org.in/hdrc/shdr/WB/
|title= Introduction and Human Development Indices for West Bengal
94 নং শাৰী:
}}</ref> --> ১৯৭৭ চনৰ পৰা ২০১১ চনলৈ পশ্চিমবঙ্গত [[ভাৰতীয় কমিউনিষ্ট পাৰ্টি]] (মাৰ্ক্সবাদী) (সিপিআই(এম)) নেতৃত্বাধীন বামফ্ৰণ্ট চৰকাৰ প্ৰতিষ্ঠিত। এই চৰকাৰ আছিল বিশ্বৰ ইতিহাসত দীৰ্ঘতম গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত [[কমিউনিজম|কমিউনিষ্ট]] চৰকাৰ।<ref name="ibnlive.in">{{cite web|url=http://ibnlive.in.com/blogs/mamatabanerjee/2446/53353/cpim-architect-of-misrule-in-bengal.html|title=CPI(M) architect of misrule in Bengal|work=Government of India (2001)|publisher=IBNLive|accessdate=April 15, 2009}}</ref><ref name="thehindu.com">{{cite web|url=http://www.hindu.com/2006/04/16/stories/2006041609221200.htm|title=The question is not who will win but what lies behind the Left Front's impending electoral victory, its 15th in succession|work=Government of India (2001)|publisher=The Hindu|accessdate=April 15, 2009}}</ref><ref name="India-seminar.com">{{cite web | title= CPI dominana in West Bengal | url= http://www.india-seminar.com/2010/605/605_rudrangshu_mukherjee.htm | publisher = RUDRANGSHU MUKHERJEE | accessdate= Jun 10, 2009 }}</ref> বৰ্তমানে বামফ্ৰণ্টকে পৰাজিত কৰি দক্ষিণপন্থী দল [[তৃণমূল কংগ্ৰেছ]] ক্ষমতালৈ আহিছে।
 
পশ্চিমবঙ্গত দুটি [[ইউনেস্কো]]ৰ [[বিশ্ব ঐতিহ্যবাহী স্থান]] আছে। সেয়া হৈছে দাৰ্জিলিং হিমালয়ান ৰেল ([[ভাৰতীয় পাৰ্বত্য ৰেলপথ]]ৰ অংশ হিচাপে) আৰু [[সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান]]।
 
== তথ্য সংগ্ৰহ ==
"https://as.wikipedia.org/wiki/পশ্চিমবংগ"ৰ পৰা অনা হৈছে