পৰিয়াল (জীৱবিদ্যা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
{{Other uses|পৰিয়াল}}
[[File:Biological classification L Pengo vflip-as.svg|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা, '''পৰিয়াল,''' [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]] আৰু [[গণ (জীৱবিদ্যা)|গণ]]ৰ মাজৰ এটা বৰ্গীয় স্থান। ]]
'''পৰিয়াল''' ({{Lang-en|family}}, <small>''ফেমিলি''</small>, লেটিন: familia, বহুবচন familiae), [[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]] ত [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]] আৰু [[গণ (জীৱবিদ্যা)|গণ]]ৰ মাজৰ এটা বৰ্গীয় স্থান। পৰিয়ালক কেইবাটাও সৰু সৰু গণ হিচাপে ভাগ কৰা হয়, যদিও কেতিয়াবা '''উপপৰিয়াল'''ৰ দৰে উপগোটটো ভাগ কৰা হয়। সাধাৰণতে, পৰিয়ালৰ কোনো সাধাৰণ সদস্যৰ নামেৰেও পৰিয়াল এটাৰ নামাকৰণনামকৰণ কৰা পৰিলক্ষিত হয়, যেনে- 'ৱালনাট' আৰু 'হিকৰি' গছবোৰ 'যোগ্লানডেচিয়া' পৰিয়ালৰ অন্তৰ্গত যাক 'ৱালনাট পৰিয়াল' বুলিও কোৱা হয়।
 
==নামকৰণ==
==নামাকৰণ==
পৰিয়ালৰ নামাকৰণনামকৰণ কৰোঁতে কিছুমান আন্তঃৰাষ্ট্ৰীয় ক'ড মানি চলা হয়।
*[[ভেঁকুৰ]], [[শেলাই]], আৰু [[উদ্ভিদ]]ৰ নামাকৰণনামকৰণ কৰোঁতে পৰিয়ালৰ নামবোৰ "-আচিয়া"ৰে সামৰণি মৰা হয়, অৱশ্যে ব্যতিক্ৰম নথকা নহয়।<ref name=ICN>{{cite book |title=Article 18 |url=http://www.iapt-taxon.org/nomen/main.php?page=art18 |work=International Code of Nomenclature for algae, fungi, and plants (Melbourne Code) |publisher=International Association for Plant Taxonomy |accessdate=16 March 2014 ||author=McNeill, J.; Barrie, F.R.; Buck, W.R.; Demoulin, V.; Greuter, W.; Hawksworth, D.L.; Herendeen, P.S.; Knapp, S.; Marhold, K.; Prado, J.; Prud'homme Van Reine, W.F.; Smith, G.F.; Wiersema, J.H.; Turland, N.J. |publisher=A.R.G. Gantner Verlag KG |isbn=978-3-87429-425-6}}</ref>
*প্ৰাণীবিজ্ঞানত, [[প্ৰাণী]] সমূহৰ পৰিয়ালৰ নামাকৰণনামকৰণ কৰোঁতে নামৰ অন্তত "-ইডি" যোগ কৰা হয়।<ref name=ICZN>{{cite book |chapter=Article 29.2. Suffixes for family-group names|author=International Commission on Zoological Nomenclature |year=1999 |title=International Code of Zoological Nomenclature |edition=Fourth Edition |publisher=International Trust for Zoological Nomenclature, XXIX |pages=306|url=http://iczn.org/iczn/index.jsp}}</ref>
 
==ইতিহাস==
পৰিয়াল শব্দটো ফ্ৰান্সৰ উদ্ভিদবিদ '''পিৰে মগ্নলে''' তেওঁৰ, ''{{lang|la|Prodromus historiae generalis plantarum, in quo familiae plantarum per tabulas disponuntur}}'' (১৬৮৯)ত প্ৰথম ব্যৱহাৰৰ কৰিছিল।
 
[[কাৰ্ল লিনিয়াছ|কেৰলাছ লিনিয়াছে]] তেওঁৰ ''ফিলচফিয়া বটেনিকা''ত (১৭৫১) উদ্ভিদৰ প্ৰধান গোট: '''বৃক্ষ''', herb, ঢেকীয়া, palm, আদিক বুজাবলৈ ''ফেমিলিয়া'' শব্দটো ব্যৱহাৰৰ কৰিছিল।
 
জীৱবিজ্ঞানত, পৰিয়াল [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]] আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান বুলি '''পিৰে আন্দ্ৰে লেট্ৰি'''লে তেওঁৰ, ''{{lang|fr|Précis des caractères génériques des insectes, disposés dans un ordre naturel}}'' (১৭৯৬)ত উল্লেখ কৰিছিল। তেওঁ "পতংগ"ৰ সকলো [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]]কে নহয়, কিন্তু কিছুমান পৰিয়াল হিচাপে ভাগ কৰিছিল (তাৰে কিছুমানৰ নামাকৰণনামকৰণ কৰা হোৱা নাছিল)।
 
==ব্যৱহাৰ==