পলাশীৰ যুদ্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

link বাৰুদ using Find link
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Coord|23.80|N|88.25|E|display=title}}
{{Infobox military conflict
| conflict = পলাশীৰ যুদ্ধ
| image = [[Image:Clive.jpg|300px]]
| caption = ''লৰ্ড ক্লাইভ আৰু মীৰ জাফৰ পলাশীৰ যুদ্ধৰ পিছত'', তৈলচিত্ৰ ফ্ৰানচিছ হেইম্যান, অনুমানিকঅনুমাণিক ১৭৬২)
| alt = An oil-on-canvas painting depicting the meeting of Mir Jafar and Robert Clive after the Battle of Plassey by Francis Hayman
| date = ২৩ জুন ১৭৫৭
| place = [[পলাশী]], [[বংগ চুবা(প্ৰভিন্স)]]
| casus =
| territory = [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ বংগ অধিকাৰ
| result = ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সিদ্ধান্তকাৰী বিজয়
| combatant1 ={{flagcountry|Kingdom of Great Britain}} [[গ্ৰেট ব্ৰিটেইন]]
*{{flagicon image|Flag of the British East India Company (1707).svg}} ব্ৰিটিছ [[ইষ্ট ইণ্ডিয়া কোম্পানী]]
| combatant2 = [[বংগৰ নৱাব]]
{{flagcountry|Kingdom of France}}
* {{flagicon|Kingdom of France}} [[ফ্ৰান্স ইষ্ট ইন্ডিয়াইণ্ডিয়া কোম্পানী]]
| commander1 = {{flagicon|Kingdom of Great Britain}} কৰ্নেল [[ৰবাৰ্ট ক্লাইভ]]
*মেজৰ কিলপেত্ৰিক
*মেজৰ গ্ৰান্টগ্ৰাণ্ট
*মেজৰ আইৰি কু'ট
*কেপ্তেইন গাউপ
| commander2 = [[চিৰাজ উদ্ দৌলা]]
*মোহন লাল
*মীৰ মদন {{KIA}}
26 নং শাৰী:
*ৰায় দুৰ্লভ (''defector'')
{{flagicon|Kingdom of France}} মছিউ চিনফ্ৰে
| strength1 = ৭৫০ ইউৰোপীয়ান সৈন্যs
১০০ [[ট'পাজ সৈন্য]]
২,১০০ ভাৰতীয় চিপাহী
১০০ হিলৈদাৰী সৈন্য
৮ [[টোপ]] (ছয়টা [[Ordnance QF 6 pounder|৬-পাউন্ডৰপাউণ্ডৰ]] আৰু ২টা [[হ'ৱিটজাৰ]])
| strength2 = ৭,০০০ পদাতিক
৫,০০০ অশ্বৰোহী
চিৰাজ উদ্ দৌলাৰ
৩৫,০০০ পদাতিক
১৫,০০০ অশ্বৰোহী
মীৰ জাফৰৰ
৫৩ ফিল্ড আৰ্টিলেৰী (বেছিভাগ ৩২, ২৪ and ১৮-পাউন্ডৰপাউণ্ডৰ)
৫০ ফ্ৰান্স হিলৈদাৰী সৈন্য (৬ ফিল্ড আৰ্টিলেৰী)
সৰ্বমুঠ প্ৰায় ৬২,০০০
| casualties1 = ২২ নিহত
(৫ ইউৰোপীয়ান, ১৩ ভাৰতীয়)
৫০ জখমী
(১৫ ইউৰোপীয়ান আৰু ৩০ ভাৰতীয়)<ref name="Harrington, pp. 81–82">Harrington, pp. 81–82</ref>
| casualties2 = ৫০০ নিহত আৰু জখমী
35 নং শাৰী:
[[Image:European settlements in India 1501-1739.png|thumb|300px|alt=A map of the Indian subcontinent depicting the European settlements in India in the period from 1501 to 1739|ভাৰতত ইউৰোপীয় উপনিবেশ ১৫০১-১৭৩৯]]

পলাশীৰ যুদ্ধ আছিল বংগৰ নৱাব আৰু তেওঁৰ [[French East India Company|ফ্ৰান্স]]<ref name="cite wdl|2384">{{cite wdl|2384}}</ref> মিত্ৰ সকলৰ বিৰুদ্ধে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এক সিদ্ধান্তকাৰী বিজয় যিয়ে বংগত ব্ৰিটিছ [[ইষ্ট ইণ্ডিয়া কোম্পানী|ইষ্ট ইণ্ডিয়া কোম্পানীৰ]] শাসনৰ সুচনাসূচনা কৰে আৰু পৰবৰ্তী কেইবা শতক জুৰি ভাৰতত কোম্পানীৰ শাসনৰ প্ৰসাৰ ঘটাই। এই যুদ্ধ সংঘটিত হৈছিল ১৭৫৭ চনৰ ২৩ জুন তাৰিখে, কলিকতা চহৰৰ উত্তৰে ১৫০ কিল'মিটাৰ দুৰৰ আৰু মুৰ্ছিদাবাদৰ(তেতিয়াৰ বংগৰ ৰাজধানী, এতিয়া পশ্চিম বংগৰ নদিয়া জিলা) দক্ষিণত হুগলি নদীৰ পাৰৰ পলাশী নামৰ ঠাইত। এই যুজৰযুঁজৰ প্ৰধান অংশীদাৰ আছিল বংগৰ অন্তিম স্বাধীন নৱাব [[চিৰাজ উদ্ দৌলা]] আৰু বিপক্ষে ব্ৰিটিছ [[ইষ্ট ইণ্ডিয়া কোম্পানী]]। ১৭৫৬ চনত আলিৱাৰ্দি খানৰভ মৃত্যুৰ পিছত চিৰাজ উদ্ দৌলা বংগৰ নৱাব হয়। তেওঁ ইংৰাজক দুৰ্গ নিৰ্মানৰনিৰ্মাণৰ কাৰ্য্যত বাধা প্ৰদান কৰে। [[ৰবাৰ্ট ক্লাইভ]]-এ নৱাবৰ সেনা প্ৰধান মীৰ জাফৰক ষড়যন্ত্ৰ কৰি নিজৰ ফলিয়া কৰি লয় আৰু বংগ আক্ৰমনআক্ৰমণ কৰে। [[ৰবাৰ্ট ক্লাইভ]]য়ে এই যুজতযুঁজত নৱাবক ঘটুৱাই বংগ দখল কৰে।

এই যুদ্ধৰ আৰম্ভ হৈছিল নৱাব চিৰাজ উদ্ দৌলাৰ ব্ৰিটিছ অধ্যুষিত বংগৰ আক্ৰমনআক্ৰমণ আৰু [[Black Hole of Calcutta|ব্লেক হ'ল]] ঘটনাৰ পিছত। এই ঘটনাৰ পিছত বংগ পুনৰ দখল কৰিবলৈ কৰ্নেল [[ৰবাৰ্ট ক্লাইভ]] আৰু এডমিৰেল [[ছাৰ্লচ ৱাটচন]] ৰ অধীনত ব্ৰিটিছে মাদ্ৰাছৰ পৰা সৈন্য পঠায়। এই যুদ্ধত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপক্ষে যুজিবলৈযুঁজিবলৈ নৱাব চিৰাজ উদ্ দৌলাক ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা সৰু সৈন্যদল দি সহায় কৰিছিল। নৱাবৰ সৈন্য শক্তি ব্ৰিটিছৰ তুলনাত বৃহৎ আছিল বাবে ব্ৰিটিছ সকলে নৱাবৰ পদোনতি হোৱা সেনাপ্ৰধান মীৰ জাফৰ আৰু অনান্য সকল যেনে য়াৰ লুতফুল খান, জগত শেঠ, অমিচান্দ, ৰায় দুৰ্লভ আদিৰ সৈতে ষড়যন্ত্ৰ কৰে। যুদ্ধক্ষেত্ৰত মীৰ জাফৰ, য়াৰ লুতফুল খান আৰু ৰায় দুৰ্লভে নিজৰ নিজৰ সৈন্য লৈ অংশ লয় যদিও সৈন্য চালনাৰ পৰা বিৰত থাকে, ফলত চিৰাজ উদ্ দৌলাৰ সৈন্য ৰবাৰ্ট ক্লাইভৰ প্ৰায় ৩,০০০ সৈন্যৰ হাতত পৰাস্ত হয় আৰু নৱাব যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।

পলাশীৰ যুদ্ধক দক্ষিণ এছিয়াত ঔপনিবেশিক শক্তিৰ এক উল্লেখযোগ্য বিজয় হিচাপে গন্যগণ্য কৰা হয়। ইয়াৰ পিছত ব্ৰিটিছে নৱাবৰ ওপৰত বিস্তৰ প্ৰভাৱ আৰু পৰ্যায়ক্ৰমে বৃহৎ পৰিমানৰপৰিমাণৰ ব্যৱসায় বিস্তাৰ আৰু ৰাজহ
আদায় কৰিবলৈ সক্ষম হয়, এই ৰাজহ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈন্য শক্তি বৃদ্ধি আৰু দক্ষিণ এছিয়াৰ পৰা আন ঔপনিবেশিক শক্তি সমুহকসমূহক যেনে ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ডাট্চ্ ইষ্ট ইণ্ডিয়া কোম্পানী
আদিক আতৰাই আঁতৰাই এছি্যাত ব্ৰিটিছ সাম্ৰাজ্যৰ বিস্তাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

==পশ্চাদপট==
১৮শ শতিকাৰ আৰম্ভনিতআৰম্ভণিত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত তিনিটা শক্তিশালী ঘাটী আছিল। এই তিনিটা ঘাটী আছিল মাদ্ৰাছৰ চেইন্টচেইণ্ট জৰ্জ দুৰ্গ, কলিকতাৰ ফৰ্ট উইলিয়াম দুৰ্গ আৰু পশ্চিম ভাৰতত বোম্বাই দুৰ্গ। এই তিনিওটা ঘাটী ইংলেন্ডৰইংলেণ্ডৰ কৰ্ট অৱ ডিৰেক্টৰছ্ দ্বাৰা নিযুক্ত এজন সভাপতি আৰু পৰিষদৰ দ্বাৰা শাষিত স্বাধীন প্ৰভিন্স আছিল। ব্ৰিটিছ সকলৰ নীতি আছিল যে তেওলোকেতেওঁলোকে সৰু সৰু ৰাজ্য আৰু নৱাব সকলৰ লগত মিত্ৰতা স্থাপন কৰি বিদ্ৰোহী সকলৰ পৰা নিৰাপত্তা প্ৰদান কৰিব আৰু বিনিময়ত নৱাব সকলে ৰাজ্যত ব্ৰিটিছ সকলত ব্যৱসায় কৰাৰ সুবিধা ও অনুমতি প্ৰদান কৰিব। সেই সময়লৈকে ডাট্চ্ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পৰ্টুগীজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰায় সকলো ব্যৱসায়িক প্ৰতিদ্বন্দিতাপ্ৰতিদ্বন্দ্বিতা শেষ হৈছিল। ফৰাছীফৰাচী সকলেও ৰজা চতুৰ্দশ লুইৰ অধীনত ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰি ভাৰতত দুটা গুৰুত্বপুৰ্ণ ঘাটী, বেংগলৰ চন্দৰনগৰ আৰু পন্ডিচেৰীতপণ্ডিচেৰীত বহুৱাই। যদিও ফৰাছীফৰাচী সকল ভাৰতত পলম কৈ আহিছিল, তেওলোকেতেওঁলোকে খুব সোনকালে প্ৰতিষ্ঠিত হৈ ভাৰতত ব্ৰিটিছৰ একচেটিয়া নিয়ন্ত্ৰননিয়ন্ত্ৰণ ওফৰাই পেলোৱাৰ উপক্ৰম হৈছিল<ref name= HCarn>Harrington, p. 9</ref><ref>Mahon, p. 304</ref>।

===কাৰ্নাটিক যুদ্ধ সমুহসমূহ===
অষ্ট্ৰীয়ান যুদ্ধৰ লগে লগে ব্ৰিটেইন, ফ্ৰান্স আৰু আন আন ইউৰোপীয় শক্তিৰ মাজত ভাৰত উপমহাদেশৰ ওপৰত সামৰিক ও ৰাজনৈতিক প্ৰভুত্ব বিস্তাৰৰ বাবে সংঘৰ্ষ আৰম্ভ হয়। ১৭৪৮ চনৰ চেপ্টেম্বৰ মাহত মাহে-ডে-লা-বাৰ্ডনেইচ [[Bertrand-Francois Mahe de La Bourdonnais|(Mahé de La Bourdonnais)]] আৰু তেওৰ নৌ বাহিনীয়ে মাদ্ৰাজ চহৰত আক্ৰমনআক্ৰমণ কৰে। তিনিদিন ধৰি হোৱা গোলাবৰ্ষনৰ পিছত মাদ্ৰাজ চহৰৰ সেনাই আত্মসমৰ্পনআত্মসমৰ্পণ কৰে। আত্মসমৰ্পনৰআত্মসমৰ্পণৰ চৰ্ত অনুযায়ী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নগদ ধনৰ ক্ষতিপুৰন দিব লগাত পৰে। অক্টোবৰ মাহত বাৰ্ডনেইচ ভাৰত এৰি যোৱাৰ পিচত কৰ্ণাটকৰ নৱাব আনোৱাৰউদ্দিন মহম্মহ খানে ব্ৰিটিছৰ সহায়ত মাদ্ৰাজ পুনৰ দখলৰ বাবে সৈন্য চালনা কৰে, কিন্তু নৱাবৰ সৈন্য বেছি হোৱা স্বত্তেওসত্ত্বেও ফৰাছীফৰাচী সকলে এই আক্ৰমণ অতি সহজে ধ্বংস কৰে। প্ৰত্যুত্তৰত ব্ৰিটিছে মেজৰ লৰেন্স আৰু এডমিৰেল বচকাৱেনৰ([[Edward Boscawen|Boscawen]]) নেতৃত্বত পন্ডিচেৰীপণ্ডিচেৰী আক্ৰমনআক্ৰমণ কৰে যদিও ৩১ দিন পিছত এৰি দিবলৈ বাধ্য হয়। ১৭৪৮ চনত এইক্স-লা-চেপেল চুক্তিৰ ([[Treaty of Aix-la-Chapelle(1748)|Treaty of Aix-la-Chapelle]]) মতে উত্তৰ আমেৰিকাৰ লুইছবাৰ্গ আৰু কেপ ব্ৰেটন আইলেন্ডৰআইলেণ্ডৰ বিনিময়ত মাদ্ৰাজ পুনৰ ব্ৰিটিছৰ দখললৈ যায়<ref name= HCarn/><ref name="Mahon, pp. 307–311">Mahon, pp. 307–311</ref>।

এইক্স-লা-চেপেল চুক্তিয়ে দুই ইউৰোপীয় শক্তিক প্ৰত্যক্ষ সংঘাটৰসংঘাতৰ পৰা বিৰত ৰাখিছিল যদিও স্থানীয় ৰাজ্য সমুহৰসমূহৰ যোগেদি পৰোক্ষ সংঘাটসংঘাত চলিয়ে আছিল। এই সংঘাটসংঘাত আছিল ডেক্কানৰ নিজাম আৰু কৰ্ণাটকৰ নৱাব পদৰ বাবে। ইংৰাজ আৰু ফ্ৰেন্স দুয়োপক্ষই নিজৰ নিজৰ প্ৰাৰ্থী নিযুক্ত কৰিছিল আৰু দুয়োপক্ষৰ প্ৰাৰ্থী ইজনে সিজনৰ বিপক্ষে সংঘাটতসংঘাতত লিপ্ত হৈছিল। ১৭৫১ চনৰ মাজভাগত ফ্ৰেন্স সমৰ্থিত নৱাব পদৰ প্ৰাৰ্থী চন্দা চাহিবে ইংৰাজ প্ৰাৰ্থী মদম্মদ আলিক আক্ৰমনআক্ৰমণ কৰে<ref name =HCarn/><ref name="Mahon, pp. 307–311"/>।

১৭৫১ চনৰ ১ চেপ্তেম্বৰত কেপ্টেইন ৰবাৰ্ট ক্লাইভৰ অধীনত ২৮০ ইউৰোপীয় সৈন্য আৰু ৩০০ ভাৰতীয় চিপাহীয়ে কৰ্ণাটকৰ ৰাজধানী আৰাকোট আক্ৰমনআক্ৰমণ কৰি দখল কৰে। আশা কৰা মতেই চন্দা চাহিবে বাধ্য হৈ ৪,০০০ ভাৰতীয় আৰু ১৫০ ফ্ৰেন্স সৈন্য ৰাজা চাহিবৰ অধীনত আৰাকোট পুনৰ দখলৰ বাবে প্ৰেৰন কৰে। ৰাজা চাহিবৰ সৈন্যই দুৰ্গ ঘেৰাও কৰে আৰু কেইবা সপ্তাহৰ পিছত দেৱালৰ কিছু কিছু অংশত সফল আক্ৰমনআক্ৰমণ চলাই। ক্লাইভে মুৰাৰী ৰাও নামৰ এজন মাইছোৰৰ পৰ্বতত চাউনি পাতি থকা মাৰাঠা অধীনা্যকলৈ বাৰ্তা প্ৰেৰন কৰে যাক মদম্মদ আলিক সহায় কৰাৰ বাবে অনুদান দিয়া হৈছিল। ৰাজা চাহিবে মাৰাঠা সেনাৰ পৰা আহিব পৰা আক্ৰমনআক্ৰমণ উমান পায় নগদ ধনৰ বিনিময়ত ক্লাইভক আত্মসমৰ্পনআত্মসমৰ্পণ কৰাৰ দাবি জনাই কিন্তু ক্লাইভে অগ্ৰাহ্য কৰে। ২৪ নভেম্বৰৰ পুৱা ৰাজা চাহিবে দুৰ্গ প্ৰবেশৰ কেইবাটাও চেষ্টা চলাই আৰু প্ৰতিবাৰে নিজৰ ক্ষতিৰ সৈতে বিফল হয়। পিছদিনা এই আক্ৰমনআক্ৰমণ উঠাই লোৱা হয় আৰু ৰাজা চাহিবৰ সেনা বন্দুক [[বাৰুদ]] এৰি ঘটনাস্থলৰ পৰা পলায়ন কৰে। আৰাকোট, কঞ্জেভেৰাম([[Conjeeveram]]) আৰু ত্ৰিচিনপলি([[Trichinopoly]]) ৰ সফলতাৰ লগে লগে ইংৰাজে কৰ্ণাটক সুৰক্ষিত কৰি মদম্মদ আলিক নৱাব হিচাপে লগতে এক চুক্তি মতে ফ্ৰান্স গৱৰ্নৰ [[Charles Godeheu|Godeheu]] স্থাপন কৰে.<ref>Mahon, pp. 317–326</ref><ref>Harrington, pp. 11–16</ref>

===বংগ অভিযান===
66 নং শাৰী:
{{Reflist|colwidth=20em}}

==তথ্য সুত্ৰসূত্ৰ==
*{{Cite book|title=History of England from the Peace of Utrecht to the Peace of Versailles (1836–1853)|volume=IV |last=Stanhope |first=Philip H. |authorlink=Philip Stanhope, 5th Earl Stanhope |year=1853 |publisher=Bernhard Tauchnitz |location=Leipzig |isbn=1-4069-8152-4 |oclc=80350373 |url=http://books.google.co.in/books?id=1Q1IAAAAMAAJ&printsec=frontcover&dq=History+of+England+from+the+peace+of+Utrecht#v=onepage&q&f=false}}
*{{Cite book|title=A History of the Military Transactions of the British Nation in Indostan from the year MDCCXLV|volume=II |last=Orme |first=Robert |authorlink=Robert Orme |year=1861 |publisher=Athenaeum Press |location=Madras |oclc=46390406 |url=http://www.archive.org/details/historyofmilitar02ormeuoft}}
82 নং শাৰী:
*{{Cite book|title=In Clive's Command - A Story of the Fight for India |last=Strang |first=Herbert |year=1904 |isbn=1-4069-1756-7 }}

==বাহ্যিক সুত্ৰসূত্ৰ==
*[http://www.columbia.edu/itc/mealac/pritchett/00maplinks/colonial/plassey1757/plassey1757.html Hand coloured map of the battle from the London Magazine, printed circa 1760]
* [http://murshidabad.nic.in/plassey.htm Basic Map of the Plassey Battlefield]