পতংগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
11 নং শাৰী:
}}
 
'''পতংগ''' হ'ল [[সন্ধিপদী]] [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]]ৰ অন্তৰ্গত [[অমেৰুদণ্ডী]]ৰ [[প্ৰাণী]]ৰ এটা [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]]। ইহঁতৰ কাইটিন যুক্ত বহিঃকংকাল থাকে। দেহটো মূৰ, বক্ষ আৰু উদৰ নামৰ তিনিটা খণ্ডত বিভক্ত, তিনি যোৰা সংযুক্ত ভৰি, যৌগিক চকু আৰু এযোৰা এণ্টেনা থাকে। ই হ'ল বিশ্বৰ আটাইতকৈ বৈচিত্ৰময় প্ৰাণীৰ গোট, প্ৰায় ১ নিযুত [[প্ৰজাতি (জীৱবিদ্যা)|প্ৰজাতি]]ৰে সৈতে সমগ্ৰ [[জীৱ]]ৰ আধাতকৈও বেছি বিদ্যমান। <ref name="Chapman">{{cite book |author=Chapman, A. D. |year=2006 |title=Numbers of living species in Australia and the World |publisher=Canberra: [[Australian Biological Resources Study]] |isbn=978-0-642-56850-2 |url=http://www.deh.gov.au/biodiversity/abrs/publications/other/species-numbers/index.html}}</ref><ref>{{cite web|url=http://www.globalchange.umich.edu/globalchange2/current/lectures/biodiversity/biodiversity.html|title=Threats to Global Diversity|last=Wilson|first=E.O. |accessdate=17 May 2009}}</ref> পতংগ প্ৰায় সকলো [[প্ৰাকৃতিক পৰিৱেশ|পৰিৱেশতেই]] পোৱা যায়।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/পতংগ"ৰ পৰা অনা হৈছে