ফ'বিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
'''ফ'বিয়া''' ({{Lang-en|Phobia}}) হʼল অস্বাভাৱিক ভয়, যাৰ নেপথ্যত যি কাৰণেই নাথাকক কিয়, আপাতদৃষ্টিত তাক অযৌক্তিক যেন লাগে৷লাগে। ই এক ধৰণৰ মানসিক অসুখ৷অসুখ। উদাহৰণস্বৰূপে কʼব পাৰি [[পইতাচোঁৰা]] উৰা দেখিলে কোনোবাই অলপ ভয় খায়,কোনোবাই কিন্তু আতংকত শিয়ৰি উঠে৷উঠে। প্ৰথম ক্ষেত্ৰত যিটো স্বাভাৱিক,দ্বিতীয় ক্ষেত্ৰত সিয়েই হʼল ফ'বিয়া৷বিয়া। আন আন অসুখৰ দৰে ফ'বিয়াৰো নেপথ্যত কিছু কাৰণ থাকে৷ৱঅধিকাংশথাকে। ৱঅধিকাংশ ক্ষেত্ৰত,বিপজ্জনক কোনো ঘটনা বা পৰিস্থিতিৰ মুখামুখি হোৱাৰ অভিজ্ঞতাই মানুহক তেওঁৰ পৰৱৰ্তী জীৱনত একে ধৰণৰ ঘটনা বা পৰিস্থিতিত আতংকগ্ৰস্ত কৰি তোলে৷তোলে। ইয়াৰ কাৰণেই যুদ্ধত গুলী খাই বহু মানুহৰ মৃত্যু হোৱাৰ দৃশ্য দেখি বহু সৈনিকে যুদ্ধৰ নাম শুনিলেই আতংকিত হৈ পৰে৷পৰে। আকৌ পাইলটসকলৰো বহুতে ঘটনাচক্ৰত কোনো বিমান দুৰ্ঘটনাত পৰিলে আকৌ দুৰ্ঘটনা হʼব বুলি আতংকত বিমান চলাবলৈকে এৰি দিয়ে৷দিয়ে।<ref>সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),প্ৰথম প্ৰকাশ,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং-২০৫,২০৬</ref>
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/ফ%27বিয়া"ৰ পৰা অনা হৈছে