বঙালী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
23 নং শাৰী:
|map= Bengalispeaking_region.png
|mapcaption = মাতৃভাষা হিচাপে বঙালী ভাষাৰ ভৌগোলিক বিস্তাৰ}}
'''বঙালী''' বা '''বাংলা''' হৈছে [[দক্ষিণ এছিয়া|দক্ষিণ এছিয়াৰ]] পূৰ্বপ্ৰান্তৰ এটা [[ভাৰত-আৰ্য ভাষা পৰিয়াল|ইন্দো-আৰ্য ভাষা]]। [[সংস্কৃত]], [[পালি]] আৰু [[প্ৰাকৃত]] ভাষাৰ মাজেৰে বঙালী ভাষাৰ উদ্ভৱ হৈছে।
বঙালী দক্ষিণ এছিয়াৰ পূৰ্বে অৱস্থিত ''বঙ্গ'' বা ''বাংলা'' নামক অঞ্চলৰ মানুহৰ মৌখিক ভাষা। এই অঞ্চলত বৰ্তমানে ৰাজনৈতিকভাৱে স্বাধীন ৰাষ্ট্ৰ [[বাংলাদেশ]] আৰু [[ভাৰত|ভাৰতৰ]] অঙ্গৰাজ্য [[পশ্চিমবঙ্গ]]ক লৈ গঠন হৈছে। প্ৰায় ৩০ কোটি মানুহৰ [[ভাষা]] বঙালী বিশ্বৰ বহুল প্ৰচলিত ভাষাসমূহৰ মাজৰ এটা ভাষা (ভাষাভাষীৰ সংখ্যানুসাৰে ইয়াৰ অৱস্থান চতুৰ্থৰ পৰা সপ্তমৰ মাজত)। বঙালী [[বাংলাদেশ]]ৰ প্ৰধান ভাষা; [[ভাৰতবৰ্ষ]]ত বঙালী দ্বিতীয় সৰ্বোচ্চ কথিত ভাষা।<ref name="secondmost">{{cite web
| url = http://www.ethnologue.com/show_country.asp?name=IN
42 নং শাৰী:
| publisher = Office of the Registrar General, India
| pages =1
}}</ref> [[অসমীয়া ভাষা|অসমীয়া]] আৰু বঙালী ভৌগোলিকভাবে সকলোতকৈ পূৰ্বতে অৱস্থিত [[ভাৰত-ইৰানীয়া ভাষাসমূহ|ভাৰত-ইৰানীয়া ভাষা]]।
 
== ইতিহাস ==
খ্ৰীষ্টীয় প্ৰথম সহশ্ৰাব্দৰ শেষৰ ফালে অহা [[মধ্য ভাৰতীয় আৰ্যভাষাসমূহ]]ৰ বিভিন্ন অপভ্ৰংশৰ পৰা আধুনিক ভাৰতীয় ভাষাসমূহৰ উদ্ভৱ ঘটে, সেইবোৰৰ মাজত বঙালী ভাষাটোৱো এটা।<ref name="tb">{{Harv|Bhattacharya|2000}}</ref> কোনো কোনো ভাষাবিদে তাৰো অনেক আগেয়ে, অৰ্থাত ৫০০ খ্ৰীষ্টাব্দৰ ফালে, বঙালী ভাষাৰ জন্ম হৈছিল বুলি মত পোষণ কৰে।<ref>{{Harv|Sen|1996}}</ref>
বঙালী ভাষাৰ ইতিহাসক সাধাৰণতে তিনি ভাগত বিভক্ত কৰা হয়:<ref name="tb">{{Harv|Bhattacharya|2000}}</ref>
# প্ৰাচীন বঙালী (৯০০/১০০০ খ্ৰীষ্টাব্দ – ১৪০০ খ্ৰীষ্টাব্দ) — লিখিত নিদৰ্শনৰ মাজত আছে ''[[চৰ্যাপদ]]'', ভক্তিমূলক গান; ''আমি'', ''তুমি'', ইত্যাদি সৰ্বনামৰ আবিৰ্ভাৱ; ক্ৰিয়াবিভক্তি -''ইলা'', -''ইবা'', ইত্যাদি। [[ওড়িয়া ভাষা]] আৰু [[অসমীয়া ভাষা]]ত এই পৰব বঙালীৰ পৰা বেলেগ হৈ পৰে।
# মধ্য বঙালী (১৪০০–১৮০০ খ্ৰীষ্টাব্দ ) — এই সময়চোৱা গুৰুত্বপূৰ্ণ লিখিত নিদৰ্শন [[চণ্ডীদাস|চণ্ডীদাসৰ]] ''[[শ্ৰীকৃষ্ণকীৰ্তন]]''; শব্দৰ শেষত “অ” ধ্বনিৰ [[বিলোপ]]; যৌগিক ক্ৰিয়াৰ প্ৰচলন; ফাৰ্ছী ভাষাৰ প্ৰভাৱ। কোনো কোনো ভাষাবিদে এই যুগক আদি আৰু অন্ত এই দুই ভাগত ভাগ কৰে।
# আধুনিক বঙালী (১৮০০ খ্ৰীষ্টাব্দৰ পৰা) — ক্ৰিয়া আৰু সৰ্বনামৰ সংক্ষেপন (যেনে ''তাহাৰ'' → ''তাৰ''; ''কৰিয়াছিল'' → ''কৰেছিল'')।
বঙালী ভাষা ঐতিহাসিক ভাৱে [[পালি ভাষা|পালিৰ]] লগত বেছি সম্পৰ্কিত হ’লেও মধ্য বঙালীৰ ([[চৈতন্য]] যুগেত) আৰু বঙালী সাহিত্যৰ আধুনিক নৱজাগৰণৰ সময়ত বঙালীৰ ওপৰত সংস্কৃত ভাষাৰ প্ৰভাৱ বৃদ্ধি পায়। দক্ষিণ এছিয়াৰ আধুনিক [[ইন্দো-ইউৰোপীয় ভাষাসমূহ|ইন্দো-ইউৰোপীয় ভাষাসমূহৰ]] মাজত বঙালী আৰু মাৰাঠিৰ শব্দবোৰৰ মাজত বহুটো সংস্কৃত শব্দ আছে; আন দিশে [[হিন্দী ভাষা|হিন্দী]] আৰু অন্যান্য ভাষাবোৰ [[আৰবী]] আৰু [[ফাৰ্ছী ভাষা]]ৰ দ্বাৰা প্ৰভাবিত হৈছে।
[[চিত্ৰ:Shaheed minar Roehl.jpg|thumb|right|বঙালী ভাষা ৰক্ষাৰ বাবে আন্দোলনকাৰীসকলৰ স্মৰণত নিৰ্মিত [[ঢাকা]]-ৰ [[শ্বহীদ মিনাৰ]]]]
১৮শ শতিকাৰ পূৰ্বে বঙালী ভাষাৰ ব্যাকৰণ ৰচনাৰ ক্ষেত্ৰত কোনোও উদ্যোগ লোৱা নাছিল। পৰ্তুগিজ মিশ্যনেৰী পাদ্ৰী [[মানোএল দা আছসুম্পসাঁউ]] ''Vocabolario em idioma Bengalla, e Portuguez dividido em duas partes'' নামত বঙালী ভাষাৰ প্ৰথম [[অভিধান]] আৰু [[ব্যাকৰণ]] ৰচনা কৰে; ১৭৩৪ ৰ পৰা ১৭৪২ চন পৰ্যন্ত ভাওয়ালত কৰ্মৰত অৱস্থাত তেও এইখন লিখিছিল।<ref name="firstgram">{{cite web
69 নং শাৰী:
| publisher = Kwintessential
}}</ref>
১৯৫১–৫২ চনত [[পূৰ্ব পাকিস্তান]]ত (বৰ্তমানৰ বাংলাদেশ) সংঘটিত "ভাষা আন্দোলনৰ" ভিত্তি আছিল বঙালী ভাষা।<ref>{{Harv|Baxter|1997|pp=62-63}}</ref> পূৰ্ব পাকিস্তানৰ সংখ্যাগৰিষ্ঠ মানুহ বঙালীভাষী হোৱা সত্ত্বেও একমাত্ৰ [[উৰ্দু ভাষা|উৰ্দু ভাষাকেই]] সাংবিধানিক ভাৱে ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ প্ৰতিবাদতেই ভাষা আন্দোলনৰ আৰম্ভণি হৈছিল।
 
== ভৌগোলিক বিস্তাৰ ==
78 নং শাৰী:
| publisher = CIA
| accessdate = 2006-11-04
}}</ref> ইয়াৰ বাহিৰেও মধ্যপ্ৰাচ্য, মালয়েছিয়া আৰু প্ৰাশ্চাত্যত উল্লেখযোগ্য সংখ্যক বঙালীভাষী লোক বসবাস কৰে।
 
== চৰকাৰী মৰ্য্যদা ==
87 নং শাৰী:
 
== বঙালী ইউনিক’ড ==
বঙালী [[ইউনিক’ড]] U+0980’ৰ পৰা U+09FF পৰ্যন্ত আছে।
 
{{Unicode chart Bengali}}