বিবাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
ড০ ৰবীন জামান (আলোচনা | বৰঙণি) |
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
2 নং শাৰী:
[[Image:ভাৰতীয় বিবাহ.gif|right|200px]]
'''বিবাহ''' ({{lang-en|marriage}}) এক সামাজিক বান্ধোন। সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয়।
==উৎপত্তি==
’বি’ উপসৰ্গ পূৰ্বক ’বহ’ ধাতুৰ পিছত ’ঘঞ’ প্ৰত্যয় যোগ হৈ বিবাহ শব্দ নিষ্পন্ন হৈছে।
==হিন্দু বিবাহ==
[[চিত্ৰ:দৰা-কইনা.jpeg|200px|thumbnail|right|পাৰম্পৰিক পোছাক পৰিধান কৰি এহাল অসমীয়া দৰা কইনা ]]
বিবাহ প্ৰথাটো অতি
''সোমস্য জায়া প্ৰথমং গন্ধৰ্বস্তে পৰঃ
অৰ্থাৎ -"হে কন্যা
[[আৰ্য]] [[হিন্দু]]সকলৰ বিবাহ এটি গুৰুত্বপূৰ্ণ
বিবাহ আঠ প্ৰকাৰৰ, - ব্ৰাহ্ম, দৈব, আৰ্য, প্ৰাজাপত্য, আসুৰ, গান্ধৰ্ব, ৰাক্ষস আৰু
* '''ব্ৰাহ্ম বিবাহ''' : বিদ্বান-সদাচাৰী বৰক আহ্বান কৰি আনি অলংকাৰ আদিৰে অৰ্চনা কৰি দাতাই অলংকৃতা কন্যাক দান কৰাই হ’ল ব্ৰাহ্ম
* '''দৈব বিবাহ''' : জ্যোতিষ্টোমাদি য্জ্ঞত কৰ্মকৰ্তা পুৰোহিতক সালংকৃতা কন্যাদান কৰাই হ’ল দৈব
* '''আৰ্য বিবাহ''' : বৰৰ পৰা গো-যুগল বা দ্বি গো-যুগল (গাই গৰু) লৈ সেই গো-যুগলৰ সৈতে কন্যাদান কৰাই হ’ল আৰ্য
* '''প্ৰাজাপত্য বিবাহ''' : কন্যাদাতাই যোগ্য ব্যক্তিক বৰ হিচাবে অৰ্চনা কৰি, কন্যাজনীৰ সৈতে উভয়ে গাৰ্হস্থ ধৰ্ম আচৰণ কৰিবা-এইদৰে কৈ কন্যাদান কৰিলে তাক প্ৰাজাপত্য বিবাহ বুলি কোৱা
* '''আসুৰ বিবাহ''' : কন্যা বা কন্যাৰ পিত্ৰাদিক য্থাশক্তি ধন দি বৰে নিজ ইচ্ছাৰে কন্যা গ্ৰহণ কৰা বিবাহেই আসুৰ
* '''গান্ধৰ্ব বিবাহ''' : বৰ আৰু কন্যাৰ পৰস্পৰৰ অনুৰাগবশতঃ যি বিবাহ সম্পাদন হয় সেয়ে হৈছে গান্ধৰ্ব
* '''ৰাক্ষস বিবাহ''' : যুদ্ধ বিগ্ৰহ কৰি বলপূৰ্ব্ক ঘৰৰ পৰা কন্যা হৰণ কৰি নিয়া বিবাহক ৰাক্ষস বিবাহ
* '''পৈশাচ বিবাহ''' : নিদ্ৰাত অভিভূত অৱ্স্থাত নাইবা মদ্যপানৰ দ্বাৰা বিহ্বল বা উন্মত্ত অৱস্থাত কন্যাক চল কৰি নিৰ্জনত ধৰ্ষণ কৰাৰ নামেই পৈশাচ
'''বিবাহৰ উদ্দেশ্য''': পত্নী একমাত্ৰ পুৰুষৰ ভোগ বিলাসৰ সামগ্ৰীয়েই
অৰ্থাৎ- ধৰ্ম, অৰ্থ, আৰু কাম সাধনৰ ক্ষেত্ৰত ভাৰ্য্যাই একমাত্ৰ পুৰুষৰ
==তথ্য সংগ্ৰহ==
|