বৰপেটা জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
2 নং শাৰী:
{{Infobox settlement
<!-- See Template:Infobox settlement for additional fields and descriptions -->
| name = বৰপেটা জিলা
| native_name =
| native_name_lang = as
| settlement_type = [[অসমৰ জিলা|জিলা]]
| image_skyline = Sankardev Satra Patbausi, Barpeta.jpg
| image_alt = পাটবাউসীস্থিত সত্ৰ সন্মূখভাগসন্মুখভাগ
| image_caption = পাটবাউসীস্থিত সত্ৰৰ তোৰণ
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| mottoeng =
| image_map = Assam district locator map Barpeta.png
| map_alt =
| map_caption = অসমত বৰপেটা জিলাৰ অৱস্থান
| pushpin_map =
| pushpin_label_position =
| pushpin_map_alt =
| pushpin_map_caption =
| coor_pinpoint =
| coordinates_type =
| coordinates_display = inline,title
| coordinates_footnotes =
| subdivision_type = [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|ৰাজ্য]]
| subdivision_name = [[অসম]]
| subdivision_type1 = দেশ
| subdivision_name1 = [[ভাৰত]]
| subdivision_type2 = সদৰ
| subdivision_name2 = [[বৰপেটা]]
| subdivision_type3 =
| subdivision_name3 =
| established_title =
| established_date =
| founder =
| seat_type =
| seat = [[বৰপেটা]]
| government_footnotes =
| leader_party =
| leader_title =
| leader_name =
| unit_pref = Metric<!-- or US or UK -->
| area_footnotes =
| area_total_km2 = 3245
| area_land_km2 =
| area_water_km2 =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| population_footnotes =
| population_total = 1693190
| population_as_of = 2011
| population_density_km2 = auto
| population_demonym =
| population_note =
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +05:30
| timezone1_DST =
| utc_offset1_DST =
| postal_code_type =
| postal_code =
| area_code_type =
| area_code =
| iso_code = IN-AS-BA
| website = http://barpeta.gov.in/
| footnotes =
}}
 
'''বৰপেটা জিলা''' ({{lang-en|Barpeta District}}) [[অসম|অসমৰ]] প্ৰশাসনিক জিলা সমূহৰ ভিতৰৰ এখন উল্লেখনীয় জিলা। জিলাখনৰ সদৰ কাৰ্যালয়সমূহ [[বৰপেটা|বৰপেটাত]] অৱস্থিত। জিলাখনে অসমৰ মুঠ ৩২৪৫ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে আৰু ইয়াৰ জনসংখ্যা ১,৬৪২,৪২০ জন (২০০১ চনৰ লোকপিয়ল অনুসৰি)।
 
==ইতিহাস==
80 নং শাৰী:
 
==ভৌগোলিক অৱস্থিতি আৰু ভূখণ্ড==
নামনি অসমৰ এই জিলাখনৰ মাটিকালি ৩২৪৫ বৰ্গ কিলোমিটাৰ।<ref name='Reference Annual'>{{cite book | last1 = Srivastava, Dayawanti et al. (ed.) | title = India 2010: A Reference Annual | chapter = States and Union Territories: Assam: Government | edition = 54th | publisher = Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), [[Government of India]] | year = 2010 | location = New Delhi, India | pages = 1116 | isbn = 978-81-230-1617-7}}<!--| accessdate =11 October 2011 --></ref> বৰপেটা জিলাৰ উত্তৰে ভূটান পাহাৰ, পূবে [[নলবাৰী জিলা]],দক্ষিণে [[কামৰূপ জিলা|কামৰূপ]] আৰু [[গোৱালপাৰা জিলা|গোৱালপাৰা]], পশ্চিমে [[বঙাইগাঁও জিলা]]। বৰপেটা জিলাৰ অবস্থিতি হ’ল ২৬ ডিগ্ৰী ০৫ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৫৯ মিনিট উত্তৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ ৯০ ডিগ্ৰী ৩৯ মিনিট পূব আৰু ৯১ ডিগ্ৰী ১৭ মিনিট পূব।
 
সাধাৰণতে নিম্ন সমভূমি আৰু চাপৰ পহাৰ অঞ্চলেৰে বেষ্টিত বৰপেটা জিলা খনৰ দক্ষিণ-পশ্চিম কোণত বিশেষকৈ বাঘবৰ, ফুলোৰা, আৰু চ’তলা অঞ্চল বোৰত পাহাৰ আছে যি পাহাৰৰ দাতিয়েদি বিশাল [[ব্ৰহ্মপুত্ৰ নদী]] বৈ গৈছে।
 
==প্ৰশাসনিক বিভাজন==
107 নং শাৰী:
==উল্লেখনীয় স্থানসমূহ==
*[[বৰপেটা সত্ৰ]]
: [[মাধৱদেৱ|মহাপুৰুষ মাধৱদেৱে]] স্থাপন কৰা<ref>{{cite web|url=http://onlinesivasagar.com/tourism/barpeta-satra.php |title=Barpeta Satra (Xatra), Barpeta Kirtan Ghar - Barpeta, Assam, Religious and Cultural Centre |publisher=Onlinesivasagar.com |date= |accessdate=2019-04-14}}</ref> এই সত্ৰ বাৰ্ষিক দৌলোৎসৱ বা হোলীৰ বাবে জনাজাত।
*[[হাউলী]]
: হাউলী জিলাখনৰ এক অন্যতম ব্যৱসায়িক কেন্দ্ৰ। ইয়াৰ প্ৰতি বছৰে [[ৰাস মহোৎসৱ]] আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়।<ref name="AT">{{cite news | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=nov1213/state05 | title=Preparations on for 86th Howly Raas mahotsava | work=The Assam Tribune | date=November 11, 2019 | accessdate=April 14, 2020}}</ref>
115 নং শাৰী:
: ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত এখন সৰু চহৰ। সৰভোগ উন্নত মানৰ দৈ-গাখীৰ, মাখন বা ক্ৰীম আদিৰ বাবে জনাজাত।<ref name="TT">{{cite news | url=https://www.telegraphindia.com/states/north-east/bihu-feasting-becomes-dearer/cid/1439036 | title=Bihu feasting becomes dearer | work=The Telegraph | date=January 1, 2018 | accessdate=April 14, 2020}}</ref>
*[[বহৰি]]
: মূল চহৰৰ পৰা প্এৰায় ২০ কিঃমিঃ নিলগৰ ই ঠাইখন মহাপুৰুষ হৰিদেৱে প্ৰতিষ্ঠা কৰা [[বহৰি সত্ৰ]]ৰ বাবে বিখ্যাত।
*[[সৰ্থেবাৰী]]
: [[অসমৰ কাঁহ-পিতলৰ শিল্প]]ৰ মূল কেন্দ্ৰ।
*[[বেলনা]]
: বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত বেলনা গাওঁ ''পৰিচ্ছন্ন আৰু সেউজ'' হিচাপে চিহ্নিত অসমৰ প্ৰথমখন গাওঁ।<ref name="TS">{{cite news | url=https://www.sentinelassam.com/top-headlines/belona-in-barpeta-becomes-assams-first-clean-green-village/ | title=Belona in Barpeta Becomes Assam’s First ‘Clean & Green’ Village | work=The Sentinel | date=October 11, 2019 | accessdate=April 14, 2020}}</ref>
 
==জলবায়ু==
বছৰটোৰ সকলো সময়তে ঠাইখনৰ জলবায়ু মধ্যম আৰু আনন্দদায়ক হয়। গ্ৰীষ্ম মৌচুমী বায়ুৰ প্ৰভাবত প্ৰধানকৈ গ্ৰীষ্ম আৰু শীত ঋতু অনুভূত হয়। গ্ৰীষ্ম কাল মাৰ্চ মাহৰ পৰা মে' মাহলৈ, পিছত মৌচুমী বায়ুৰ ফলত বৰ্ষা জুন-চেপ্তেম্বৰ আৰু শীত ঋতু অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈ।
 
==নৈ-উপনৈ==
[[ব্ৰহ্মপুত্ৰ নদী]] পূবৰ পৰা পশ্চিমলৈ বৰপেটা জিলাৰ দক্ষিণে ইমুৰৰ পৰা সিমুৰলৈ বৈ আছে। জিলাখনৰ বিভিন্ন অঞ্চলৰে বৈ ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে। পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে। এই নদীসমূহে বৰপেটা জিলাৰ কৃষিজীৱি লোকক কৃষি উৎপাদনত চহকী কৰি তুলিছে।
{{-}}
==তথ্যসূত্ৰ==
134 নং শাৰী:
 
{{Geographic location
|Centre = বৰপেটা জিলা
|North = [[চিৰাং জিলা]]
|Northeast =
|East = [[নলবাৰী জিলা]]
|Southeast = [[কামৰূপ জিলা]]
|South = [[গোৱালপাৰা জিলা]]
|Southwest =
|West = [[বঙাইগাঁও জিলা]]
|Northwest =
}}