ভূমিকম্প: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
[[File:Quake epicenters 1963-98.png|thumb|300px|বিশ্বৰ ভূমিকম্পৰ উপকেন্দ্ৰ (epicenter) সমূহ,১৯৬৩-১৯৯৮]]
[[File:Global plate motion 2008-04-17.jpg|thumb|300px|বিশ্বৰ টেক্ট'নিক প্লেটসমূহৰ চলন]]
'''ভূমিকম্প''' বা '''ভূঁইকঁপ''' ([[:en:Earthquake|Earthquake]]) হৈছে [[পৃথিৱী]]ৰ ভূগৰ্ভৰ অশ্মমণ্ডলত হঠাতে শক্তি মুক্ত হোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণি৷জোকাৰণি। ভূগৰ্ভৰ শিলাস্তৰ সমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষনীয়মহাকৰ্ষণীয় ([[:en:Gravitional|Gravitional]]) শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়,আচলতে তাকেই ভূমিকম্প বোলে৷বোলে। ভূমিকম্পৰ জোকাৰণি কেতিয়াবা মৃদু হয় আৰু কেতিয়াবা তীব্ৰ হয়৷হয়। কেতিয়াবা ই ইমান তীব্ৰ হয় যে মানুহৰ ঘৰ-দুৱাৰ ভাগি পৰে,ভূ-পৃষ্টত গভীৰ ফাট মেলে,কোনো দ ঠাই ওপৰলৈ উঠি আহে আৰু কোনো বাম ঠাই তললৈ বহি যায়৷যায়। ভূমিকম্পৰ উৎস হৈছে [[পৃথিৱী]]ৰ অভ্যন্তৰত৷অভ্যন্তৰত। [[পৃথিৱী]]ৰ অভ্যন্তৰৰ যি ঠাইত কম্পন উৎপত্তি হয় তাক ভূমিকম্পটোৰ অভিকেন্দ্ৰ (Focus) বোলা হয়৷হয়। অভিকেন্দ্ৰটো ভূ-পৃষ্টৰ পৰা বহুকিলোমিটাৰ গভীৰতালৈ থাকে৷থাকে। কেন্দ্ৰৰ ঠিক ওপৰৰ ধৰাপৃষ্টৰ বিন্দুটোক উপকেন্দ্ৰ ([[:en:Epicentre|Epicentre]]) বোলে৷বোলে। ভূমিকম্প বিজ্ঞানীসকলে ভূকম্পনলিখ ([[:en:Seismograph|Seismograph]]) যন্ত্ৰৰ সহায়ত ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰে৷কৰে।<ref name="গ্ৰন্থ ১">উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড°ড॰ লোকেশ্বৰ নাথ আৰু ড°ড॰ চাৰু চহৰীয়া নাথ৷নাথ। প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)</ref>
 
==ভূমিকম্পৰ ফলত সৃষ্টি হোৱা তৰংগ==
7 নং শাৰী:
[[File:Fault types.png|thumb|Fault types]]
 
ভূমিকম্পৰ পৰা সৃষ্টি হোৱা তৰংগক সাধাৰণতে দুই প্ৰকাৰত ভাগ কৰিব পাৰি<ref name="গ্ৰন্থ ২">Kramer, Steven L. 1996. Geotechnical Earthquake. Engineering. Prentice Hall,</ref>
===শৰীৰ তৰংগ ([[:en:Body wave|Body wave]])===
এই বিধ তৰংগ ভূ-পৃষ্ঠৰ মাজেৰে গতি কৰে। ই দুই প্ৰকাৰৰ
 
====প্ৰাথমিক তৰংগ ([[:en:P-wave|P-wave]])====
এই তৰংগৰ গতিবেগ বাকীবোৰ তৰংগতকৈ অধিক। এই তৰংগই যিটো মাধ্যমেৰে যায় তাত ইয়াৰ গতিৰ দিশত কম্পনৰ সৃষ্টি কৰে <ref name="গ্ৰন্থ ২" /> ইহঁতক সেইকাৰণে অনুদৈৰ্ঘিক তৰংগ (Longitudinal wave) বোলে। বোলে৷
 
====গৌণ তৰংগ ([[:en:S-wave|S-wave]])====
ভূমিকম্পৰ দ্বিতীয় বিধ তৰংগৰ নাম 'S' তৰংগ নাইবা অনুপ্ৰাস্থিক তৰংগ (Transverse wave) এইবিধ তৰংগৰ কঁপনি ইয়াৰ গতি পথৰ উলম্বিক দিশত হয়৷হয়। এই তৰংগৰ প্ৰভাৱত [[শিল]]ৰ আয়তনৰ কোনো পৰিৱৰ্তন নহয়৷নহয়।
 
===পৃষ্ঠ তৰংগ ([[:en:Surface wave|Surface wave]])===
এইবিধে উৎসৰ পৰা ভূ-ত্বকৰ উপৰি ভাগেদি গতি কৰে৷কৰে। <ref name="গ্ৰন্থ ১" /><ref name="গ্ৰন্থ ২" />
 
 
==ভূমিকম্প হোৱাৰ কাৰণ==
 
*[[পৃথিৱী]]ৰ অভ্যন্তৰত হোৱা বিবৰ্তনিক আন্দোলনৰ কাৰণে যেতিয়া ভূগৰ্ভত ঘৰ্ষণ হয় তেতিয়া ভূমিকম্প হয়৷হয়। সেইকাৰণে ভংগিল পৰ্বত বা গ্ৰস্ত উপত্যকা থকা অঞ্চলত ভূমিকম্প হয়৷হয়। [[পৃথিৱী]]ৰ আটাইতকৈ ধ্বংসাত্মক ভূমিকম্পবোৰ বিবৰ্তনিক কাৰণত হৈছে বুলি ঠাৱৰ কৰা হৈছে৷হৈছে।
 
*[[আগ্নেয়গিৰি]]ৰ উদগীৰণ হ'লে ভূমিকম্প হয়৷হয়। সেইকাৰণে জ্বালামুখী থকা অঞ্চলত ভূমিকম্প সঘনাই হোৱা দেখা যায়৷যায়। [[জাপান]]ৰ বহুত ভূমিকম্প জ্বালামুখীৰ উদগীৰণৰ ফলত হয়৷হয়। ১৮৮৩ চনত ক্ৰাকাটু জ্বালামুখীৰ উদগীৰণৰ ফলত [[সুমাত্ৰা দ্বীপ]]ত ভূমিকম্প হোৱাৰ প্ৰমাণ আছে৷আছে।
 
*[[হিমালয়]],[[আল্পছ]] আদি [[পৃথিৱী]]ৰ তুষাৰমণ্ডিত ওখ [[পৰ্বত]]ৰ পৰা কিবা কাৰণত বৃহৎ তুষাৰখণ্ড খহি পৰিলে ভূমিকম্প হ'ব পাৰে৷পাৰে।
 
এইবোৰৰ উপৰিও ভূমিগত খনি অঞ্চলত যেতিয়া ওপৰৰ পৰা বিৰাট অংশ একোটা তলৰ খালী ঠাইত খহি পৰে তেতিয়াও ভূমিকম্প হয়৷হয়। <ref name="গ্ৰন্থ ১" />
 
 
35 নং শাৰী:
==ভূমিকম্পৰ ফলাফল==
 
ভূমিকম্পই [[পৃথিৱী]]ৰ উপৰিভাগত হঠাতে পৰিৱৰ্তন ঘটায়৷ঘটায়।
 
*ভূমিকম্পৰ ফলত কেতিয়াবা বহুত মানুহৰ মৃত্যু হয় আৰু সা-সম্পত্তি নষ্ট হয়৷হয়।
*[[পৃথিৱী]]ৰ স্থলভাগ আৰু জলভাগত বিভিন্ন পৰিৱৰ্তন হয়৷হয়। ভূ-পৃষ্ঠৰ কোনো কোনো অংশ কেতিয়াবা হঠাতে ফাটি গৈ বিদৰ আৰু চ্যুতিৰ সৃষ্টি হয়৷হয়। আনহাতে কোনো অংশ কেতিয়াবা তললৈ বহি গৈ গ্ৰস্ত উপত্যকাৰ সৃষ্টি হ'ব পাৰে৷পাৰে।
*নদীৰ গতিপথ বন্ধ হ'ব পাৰে আৰু ইয়াৰ ফলত জনসাধাৰণৰ সা-সম্পত্তিও হানি হ'ব পাৰে৷পাৰে। উদাহৰণ স্বৰূপে ১৯৫০ চনত [[অসম]]ত হোৱা ভূমিকম্পৰ ফলত ভূস্খলন হৈ [[সোৱণশিৰি নদী]]ৰ গতিপথ বহুদিনলৈ বন্ধ হৈছিল৷হৈছিল। পিছত নদীৰ প্ৰবল সোঁতৰ হেঁচাত যেতিয়া সেই বাধা ভাঙিল,তেতিয়া প্ৰবল [[বানপানী]] হৈ বহুত মানু্হ,গৰু-ছাগলীৰ মৃত্যু হৈছিল৷হৈছিল।
*কেতিয়াবা [[হ্ৰদ ]]পোত খাই সমতল ভূমি হয় আৰু কেতিয়াবা সমতল ভূমি তললৈ বহি গৈ [[হ্ৰদ]]ৰ সৃষ্টি হয়৷হয়।
*ভূমিকম্পৰ ফলত কেতিয়াবা পাললিক শিলাত ভাঁজ লাগে৷লাগে।
*সমুদ্ৰত দ্বীপৰ সৃষ্টি হব পাৰে৷পাৰে।
*কেতিয়াবা কোনো পৰ্বত - পাহাৰ আদিৰ উচ্চতা কম বা বেচি হ'ব পাৰে৷পাৰে।
*সমুদ্ৰ অঞ্চলত কেতিয়াবা ভূমিকম্পৰ ফলত [[পানী]]ৰ ঢৌ বহুত ওপৰলৈ উঠে৷উঠে। ফলত জাহাজ,নাও আদি ধ্বংস হয়৷হয়।<ref name="গ্ৰন্থ ১" />
 
 
==ভূমিকম্পৰ বিতৰণ==
 
কিছুমান বিশেষ ভূতাত্ত্বিক অৱস্থালৈ লক্ষ্য ৰাখি [[পৃথিৱী]]ৰ কেতবোৰ অঞ্চল ভূমিকম্প অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে৷হৈছে।
 
#'''প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয় অঞ্চল''' - এই অঞ্চলটোৱে প্ৰশান্ত মহাসাগৰ অঞ্চলক আগুৰি আছে৷আছে। [[পৃথিৱী]]ত হোৱা মুঠ ভূমিকম্পৰ ৬৮ শতাংশ এই প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয় অঞ্চলত হয়৷হয়। বিশেষকৈ কেলিফৰ্ণিয়া,চিলি,আলাস্কা,জাপান,ফিলিপাইনচ,নিউজিলেণ্ড আদিত ভূমিকম্পৰ প্ৰাদুৰ্ভাৱ বেছি৷ বেছি।
#'''ভূমধ্যসাগৰীয় অঞ্চল'''
এই অঞ্চলসমূহ হৈছে - আল্পছ,ককেছাছ,হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চল,পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু মধ্য আমেৰিকাত প্ৰায় ২১ শতাংশ ভূমিকম্প হয়৷হয়। [[পৃথিৱী]]ৰ আন আন অঞ্চলত বাকী ১১শতাংশ ভূমিকম্প হয়৷হয়। ভূমিকম্প সংঘটিত হোৱা ভূমধ্য অঞ্চলৰ ভিতৰত হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চলৰ উত্তৰ-পূব ভাৰত অন্তৰ্ভুক্ত হৈছে৷হৈছে। [[অসম]],[[অৰুণাচল প্ৰদেশ]],[[মণিপুৰ]],[[মেঘালয়]],মিজো হিলচ,[[নগালেণ্ড]] আৰু [[ত্ৰিপুৰা]] এই অঞ্চলত ধৰা হৈছে৷হৈছে।
বি.চি.এলেনৰ মতে ১৮৯৭ চনৰ ১২ জুনত হোৱা ভূমিকম্পটো আটাইতকৈ ভয়ানক আছিল৷আছিল।<ref name="গ্ৰন্থ ১" />
 
==ভূমিকম্পৰ ক্ষয়ক্ষতি ঘটোৱাৰ ব্যৱস্থা==
 
*ভয়ত ত্ৰাসযুক্ত হ'ব নালাগে৷নালাগে।
*ঘৰৰ ভিতৰত থাকিলে ভূমিকম্পৰ জোকাৰণি কম নোহোৱা পৰ্যন্ত বাহিৰলৈ ওলাব নালাগে৷নালাগে।
*দৰ্জাৰ মুখত দুৱাৰৰ চৌকাঠৰ ওচৰত সাজু হৈ থাকিব লাগে৷লাগে। নাইবা টেবুল বা বিচনাৰবিছনাৰ ঠিক ওচৰত থকাৰ প্ৰয়োজন৷প্ৰয়োজন।
*চেলফ নথকা বা লাইটৰ বোৰ্ড নথকা ঘৰৰ দেৱালৰ ওচৰত থিয় হৈ থাকিব লাগে৷লাগে।
*ভূমিকম্প শেষ হোৱাৰ লগে লগে কোঠালিৰ পৰা ওলাই আহি গছ-গছনি নথকা মুকলি ঠাইত থিয় হ'ব লাগে৷লাগে।
*মোবাইল ফোন,টৰ্চ লাইট,দিয়াচলাই,মমবাতি,দীঘল ৰচী,জখলা,বিস্কুট জাতীয় খাদ্য,পানীৰ বটল,গৰম কাপোৰ আদি সহজে পোৱা ঠাইত ৰাখিব লাগে৷লাগে।
*ঘৰ-দুৱাৰ সদায় ভূমিকম্প প্ৰতিৰোধক ব্যৱস্থাৰে সজাবলৈ যত্ন কৰিব লাগে৷লাগে।<ref name="গ্ৰন্থ ১" />
 
==অসমীয়া লোক সাহিত্যত ভূমিকম্প==
70 নং শাৰী:
===সাঁথৰ===
 
ইয়াতে মাৰিলোঁ টিপা। <br/>
গঁড়গাওঁ পালেগৈ শিপা।।শিপা॥
 
নকলেও হ'ব যে উত্তৰটো "ভূঁইকঁপ"।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ভূমিকম্প"ৰ পৰা অনা হৈছে