ভাইৰাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
14 নং শাৰী:
VII: [[dsDNA-RT virus]]es}}
 
'''ভাইৰাছ''' ({{lang-en|'''Virus'''}}) এটি লেটিন শব্দ যাৰ অৰ্থ হ'ল 'বিষ' ([[প্ৰাণী]]ৰপৰা উৎপন্ন হোৱা বিষ) নিউক্লিয় প্ৰটিনৰদ্বাৰা গঠিত অকোষীয়,ৰোগসৃষ্টিকাৰী,অবিকল্পী পৰজীৱী,অণু-আণুবীক্ষণিক (sub-microscopic) বস্তু,যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে,কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে৷বোলে। বিজ্ঞানৰ যি শাখাত ভাইৰাছ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক ভাইৰ'ল'জি (virology) বোলে৷বোলে। এই শাখাৰ বিশেষজ্ঞজনক ভাইৰ'ল'জিষ্ট (virologist) বোলে৷বোলে। ১৮৯৬ খৃ:ত '''উইলিয়াম বাইজিৰিংকে''' এ [[ধঁপাত]] পাতৰ ম'জেইক ৰোগৰ জীৱাণুক প্ৰথমে "ভাইৰাছ" আখ্যা দিয়ে৷দিয়ে।<ref name="গ্ৰন্থ ১" />
 
==প্ৰকৃতি==
 
বহুকাল ধৰি ভাইৰাছৰ প্ৰকৃতি নিৰ্ধাৰণ এক তৰ্ক-বিতৰ্কৰ বিষয় হৈ আছে৷আছে। তথাপিও আধুনিক ভাইৰ'ল'জিষ্টসকলে ভাইৰাছৰ প্ৰকৃতি সম্বন্ধে ব্যাখ্যা দিছে এইদৰে-
 
#ভাইৰাছ কোষীয় সংগঠনবিহীন অকোষীয় (non-cellular) বস্তু৷বস্তু।
#[[জীৱ]]দেহৰ [[কোষ]]ৰ ভিতৰত এইবিলাক সজীৱ থাকে আৰু বংশবিস্তাৰ কৰিব পাৰে৷পাৰে।
#[[জীৱ]]দেহৰ বাহিৰত এইবিলাকৰ [[প্ৰকৃতি]] জড় [[পদাৰ্থ]]ৰ দৰে আৰু এইবিলাকৰ স্ফটিকলৈ ৰূপান্তৰিত কৰিব পাৰি৷পাৰি।
#ভাইৰাছ অতি সূক্ষ্ম,যিয়ে মাইক্ৰ'ফিল্টাৰৰ মাজেৰে সহজে পাৰ হৈ যাব পাৰে৷পাৰে।
#এইবিলাকৰ দেহটো [[প্ৰ'টিন]] আৰু DNA অথবা RNA ৰে গঠিত৷গঠিত।
#ভাইৰাছৰ নিজস্ব কোনো বিপাক ক্ৰিয়া কৰাৰ ক্ষমতা আৰু চলনক্ষমতা নাই৷নাই।
#ভাইৰাছৰ জীৱন চক্ৰত দুটা দশা বিদ্যমান-বহি:কোষীয় (extracellular) আৰু অন্ত:কোষীয় (intracellular)
#এইবিলাক অন্ত:কোষী অবিকল্পী পৰজীৱী (obligate parasite)
#ভাইৰাছ অতি উচ্চ আণবিক ভৰসম্পন্ন [[প্ৰ'টিন]] কণা৷কণা।
#ভাইৰাছ [[জীৱ]] আৰু জড়ৰ মধ্যাৱস্থা৷মধ্যাৱস্থা।
#[[প্ৰতিজৈৱিক]] (antibiotic) ৰ দ্বাৰা ভাইৰাছ ধ্বংস নহয়৷নহয়।
#এইবিলাকৰ উচ্চ অম্লতা (acidity) বা ক্ষাৰকীয়তা সহ্য কৰিব পৰা ক্ষমতা প্ৰৱল৷প্ৰবল।
#উচ্চ উষ্ণতাত এইবিলাক ধ্বংস নহয়৷নহয়।
#ভাইৰাছৰ আকাৰ বৃদ্ধি নহয়৷নহয়।
#প্ৰজনন আৰু উৎপৰিৱৰ্তন (mutation) ভাইৰাছৰ জৈৱিক লক্ষণ৷লক্ষণ।<ref name=" গ্ৰন্থ ১"> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনাকৰুণা কান্ত দাস আৰু ড°ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ২৩৫২৩৫। </ref>
 
==ভাইৰাছৰ আকাৰ আৰু আকৃতি==
===আকাৰ===
ভাইৰাছ অতিশয় ক্ষুদ্ৰ অৰ্থাৎ [[অণু]]-আণুবীক্ষণিক (sub-microscopic) বস্তু৷বস্তু। অকল ইলেক'ট্ৰন [[অণুবীক্ষণ]] যন্ত্ৰৰ সহায়তহে ভাইৰাছৰ আকাৰ জনা সম্ভৱ৷সম্ভৱ। ভাইৰাছৰ গড় ব্যাস ৮-২৮০ বা ৩০০ মিলিমাইক্ৰন৷মিলিমাইক্ৰন। আকাৰৰ ফালৰপৰা আটাইতকৈ সৰু ভাইৰাছটো হ'ল ঘৰচীয়া [[জীৱ-জন্তু]]ৰ [[মুখ]] আৰু [[ভৰি]]ত ৰোগ সৃষ্টিকাৰী '''ৰাইন'ভাইৰাছ '''(আকাৰ ১০-১২nm) আনহাতে,ডাঙৰ ভাইৰাছটো হ'ল '''বসন্ত ভাইৰাছ''' (আকাৰ ৩০০-৪০০nm) কিছুমান ভাইৰাছৰ আকাৰ এনেধৰণৰ- হাৰ্পিছ ভাইৰাছ (১৩৩-২৩৩nm ),জলাতঙ্ক ভাইৰাছ (১২৫nm ),ইনফ্লুয়েঞ্জা ভাইৰাছ (৮০-১০০nm ),প'লিঅ' ভাইৰাছ (২৮-৩০nm )ইত্যাদি৷ইত্যাদি। <ref name="গ্ৰন্থ ১" />
{{Multiple image
|align=right
52 নং শাৰী:
===আকৃতি===
 
ভাইৰাছৰ আকৃতি বিভিন্ন ধৰণৰ হয়৷হয়। আকৃতি অনুযায়ী ভাইৰাছক চাৰিটা প্ৰধান ভাগত ভগাব পাৰি-
*গোলাকাৰ (Spherical):এইবিলাকৰ আকৃতি প্ৰায় ঘূৰণীয়া৷ঘূৰণীয়া। [[ইনফ্লুয়েঞ্জা]],[[জাপানী এনকেফেলাইটিছ]] আৰু ঘৰচীয়া [[জীৱ-জন্তু]]ৰ [[মুখ]] আৰু [[ভৰি]]ৰ চবকা ৰোগ সৃষ্টিকাৰী ভাইৰাছৰ আকাৰ ঘূৰণীয়া হয়৷হয়। সেইদৰে,কিছুমান [[উদ্ভিদ]] ভাইৰাছ যেনে-[[লাউ]],[[কোমোৰা]],[[তিঁয়হ]] আদিত ৰোগ সৃষ্টিকাৰী ম'জেইক ভাইৰাছ (cucumber mosaic virus) ৰ আকৃতি ঘূৰণীয়া বা গোলাকাৰ৷গোলাকাৰ।
*দণ্ডাকাৰ (Rod-shaped):[[ধঁপাত]]ৰ ম'জেইক ৰোগ,[[আলু]]ৰ ব্লাইট ৰোগ সৃষ্টিকাৰী ভাইৰাছবোৰ দেখাত দণ্ডাকাৰ-দণ্ডটো দৃঢ়,দীঘল আৰু নমনীয় প্ৰকৃতিৰ হয়৷হয়।
*ঘনকাকৃতি (Cuboidal): এইবিলাকৰ আকৃতি ঘনক (cube) টোৰ দৰে হয়,যেনে-হাৰ্পিছ আৰু বসন্তৰোগৰ ভাইৰাছ (ভেক্সিনিয়া আৰু ভেৰিঅ'লা)
*শুক্ৰাণু আকৃতি (Spermatozoid form): [[বেক্টেৰিয়া]] ধ্বংসকাৰী ভাইৰাছসমূহৰ আকৃতি শুক্ৰাণু বা [[লালুকী]]টোৰ দৰে হয়৷হয়। এইবিলাকৰ দেহটো [[মূৰ]] আৰু [[নেজ]]ত বিভক্ত৷বিভক্ত।<ref name="গ্ৰন্থ ১" />
 
==ভাইৰাছৰ গঠন==
"https://as.wikipedia.org/wiki/ভাইৰাছ"ৰ পৰা অনা হৈছে