"ভৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

19 বাইট বিলোপ কৰা হ’ল ,  4 মাহ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
 
{{Classical mechanics|cTopic=মৌলিক ধাৰণাসমূহ}}
[[পদাৰ্থ বিজ্ঞান]]ত, '''ভৰ''' ([[ইংৰাজী]]: mass) ([[পৌৰাণিক গ্ৰীক|গ্ৰীক]] {{lang|grc|[[:wikt:μᾶζα|μᾶζα]]}} "বাৰ্লি কেক, আটাৰ লাডু"), হৈছে বস্তু এটাৰ [[ত্বৰণ|দ্ৰুতিৰ পৰিবৰ্তনৰ]] বিপৰীতে বস্তুটোৱে দিয়া অন্তৰ্নিহিত পদাৰ্থৰ পৰিমানসূচকপৰিমাণসূচক বাধা ।বাধা। অৰ্থাৎ কোনো এটা বস্তুৰ সমান বাধা।
আনহাতে, '''মাধ্যাকৰ্ষণিক ভৰ''' হৈছে, যেতিয়া এটা বস্তুৱে আন এটা বস্তুৰ সৈতে ক্ৰিয়া কৰে তেতিয়া
# বস্তুটোৱে প্ৰয়োগ কৰা (সক্ৰিয় মাধ্যাকৰ্ষণিক ভৰ), নাইবা
# বস্তুটোৱে অনুভৱ কৰা (নিষ্ক্ৰিয় মাধ্যাকৰ্ষণিক ভৰ)
[[মাধ্যাকৰ্ষণিক বলৰ]] জুখি লোৱা মানমান।
ভৰৰ [[আন্তঃৰাষ্ট্ৰীয় একক প্ৰণালী|SI]] একক হৈছে [[কিল’গ্ৰাম]] বা কেজি(kg)।
দৈনন্দিন ব্যৱহাৰত, ভৰক প্ৰায়েই ''[[ওজন]]'' বুলি কোৱা হয়, যিটোৰ একক প্ৰায়েই কিল’গ্ৰাম বুলি ধৰি লোৱা হয় (যেনে, এজন মানুহে ক’ব পাৰে যে তেওঁৰ ওজন হৈছে ৭৫ কেজি) । কিন্তু বৈজ্ঞানিক ব্যবহাৰত, ''ওজনে'' পদাৰ্থৰ আন এটা বেলেগ ধৰ্মহে বুজায় ।বুজায়। ওজন হৈছে কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা মাধ্যাকৰ্ষনিকমাধ্যাকৰ্ষণিক বল, আনহাতে ভৰ হৈছে কোনো এটা বস্তুৰ আভ্যন্ততৰীণ ধৰ্মধৰ্ম।
পৃথিৱী পৃষ্ঠৰ ওপৰত, কোনো বস্তু এটাৰ ওজন ''W'' বস্তুটোৰ ভৰ ''m''ৰ ওপৰত ''W = mg'' ধৰণে নিৰ্ভৰশীল, য’ত ''g'' হৈছে [[পৃথিৱীৰ মহাকৰ্ষণ|পৃথিৱীৰ মাধ্যাকৰ্ষণিক ক্ষেত্ৰ প্ৰাবল্য]],আৰু ইয়াৰ মান হৈছে ৯.৮১ মি.ছে<sup>-২</sup>। কোনো বস্তু এটাৰ ওজন ইয়াৰ পাৰিপাৰ্শিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল, আনহাতে বস্তুটোৰ ভৰ পাৰিপাৰ্শিক অৱস্থাৰ ওপৰত অনিৰ্ভৰশীল: পৃথিৱীৰ পৃষ্ঠৰ ওপৰত কোনো এটা বস্তুৰ ভৰ যদি ৫০ [[কিল’গ্ৰাম]] আৰু ওজন ৪৯১ [[নিউটন(একক)|নিউটন]]; তেন্তে [[চন্দ্ৰ]] পৃষ্ঠত, সেই একেটা বস্তুৰ ভৰ ৫০ কিল’গ্ৰামেই থাকিব; কিন্তু ওজন হ’ব মাত্ৰ ৮১.৫ নিউটননিউটন।
 
কোনো বল এটাৰ উপস্থিতিত বস্তু এটাৰ জড় ভৰে বস্তুটোৰ [[ত্বৰণ]]ক নিৰ্ণীত কৰে ।কৰে। [[নিউটনৰ দ্বিতীয় গতিসূত্ৰ]]মতে, যদি নিৰ্দিষ্ট ভৰ ''M''ৰ বস্তু এটাৰ ওপৰত '''''F''''' বলে ক্ৰিয়া কৰে, তেন্তে বস্তুটোৰ ত্বৰণ হৈছে '''a'''= '''''F'''/M'' । বস্তু এটাৰ ভৰে বস্তুটোৱে মাধ্যাকৰ্ষণৰ দ্বাৰা কিমান মাত্ৰালৈ প্ৰভাবিত হ’ব তাকো নিৰ্ণয় কৰে ।কৰে। যদি ''M<sub>A</sub>'' ভৰৰ বস্তু এটা ''M<sub>B</sub>''ভৰৰ আন এটা বস্তুৰ পৰা ''r'' দূৰত্বত ৰখা হয়, তেন্তে প্ৰতিটো বস্তুৱে এটা আকৰ্ষণীয় বল ''F''<sub>G</sub> অনূভৱ কৰিব; যাৰ মান হৈছে ''F''<sub>G</sub>= ''G M''<sub>A</sub>M<sub>B</sub> ''r''<sup>-২</sup>, য’ত ''G'' হৈছে [[মাধ্যাকৰ্ষণিক ধ্ৰুৱক|সাৰ্বজনীনসৰ্বজনীন মাধ্যাকৰ্ষণীয় ধ্ৰুৱক]], মান হৈছে ৬.৬৭x১০<sup>-১১</sup> নি.মি<sup>২</sup>কেজি<sup>-২</sup>। আনকি কেতিয়াবা ইয়াক মাধ্যাকৰ্ষণীয় ভৰ বুলিও প্ৰকাশ কৰা হয় ।হয়। '''<ref>when a distinction is necessary, ''M'' is used to denote the active gravitational mass and ''m'' the passive gravitational mass).</ref>'''
১৭শ শতিকাৰ পৰা পুনঃ পুনঃ কৰি অহা পৰীক্ষাবোৰে প্ৰমাণ কৰিছে যে জড় ভৰ আৰু মাধ্যাকৰ্ষণিক ভৰ সমতূল্য; ১৯১৫ চনৰ পিছত, এই পৰ্য্যবেক্ষণবোৰক [[সাধাৰণ আপেক্ষিকতাবাদ]]ৰ [[সমতূল্য নীতি]]ত ''এ প্ৰায়ৰি'' বুলি নামাকৰণনামকৰণ কৰা হৈছেহৈছে।
 
সেই বিখ্যাত ([[ভৰ-শক্তি সমতূল্য সূত্ৰ|''E''=''mc''<sup>2</sup>]])সূত্ৰৰ দ্বাৰা [[সাধাৰণ আপেক্ষিকতাবাদ]]ৰ পৰা দেখা যায় যে [[স্থিৰ ভৰ]] (নাইবা [[অপৰিবৰ্তনীয় ভৰ]]) আৰু [[স্থিৰ শক্তি]] আচলতে সমতূল্য ।সমতূল্য। [[আপেক্ষিক ভৰ]] আৰু [[আপেক্ষিক শক্তি]]ক(তন্ত্ৰৰ সম্পূৰ্ণ শক্তি) এই একেটা সূত্ৰই সংযোগ কৰিছেকৰিছে।
 
== তথ্যসূত্ৰ ==
3,654

টা সম্পাদনা