যুগ্ম সংখ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
[[চিত্ৰ:Parity_of_5_and_6_Cuisenaire_rods.png|thumb|275x275px|[[Cuisenaire rods]]: 5 (হালধীয়া) cannot be evenly divided into 2 (ৰঙা) by any 2 rods of the same color/length, while 6 (গাঢ় সেউজীয়া) ''can'' be evenly divided in 2 by 3 (পাতল সেউজীয়া).<!-- গতিকে 5 হৈছে অযুগ্ম সংখ্যা, আনহাতে 6 যুগ্ম। -->]]
'''যুগ্ম সংখ্যা''' যুগ্ম সংখ্যা হৈছে এনে কিছুমান [[বাস্তৱ সংখ্যা]] যি সমূহক ২ৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি।<ref name="rod">{{citation|title=Figuring Out Mathematics|last1=Vijaya|first1=A.V.|last2=Rodriguez|first2=Dora|publisher=Pearson Education India|isbn=9788131703571|pages=20–21|url=https://books.google.com/books?id=9ZN9LuHb0tQC&pg=PA20}}.</ref> বা, এককৰ স্থানত [[০]],[[২]],[[৪]],[[৬]],[[৮]] [[অংক]] থকা সংখ্যা বোৰকে যুগ্ম সংখ্যা বোলে। উদাহৰণ স্বৰূপে [[১২]] এটা যুগ্ম সংখ্যা, কিয়নো ১২ ক ২ ৰে [[হৰণ]] কৰিলে কোনো [[ভাগশেষ]] নাথাকে। ইয়াৰোপৰি ১২ৰ এককৰ স্থানৰ অংকটো হৈছে ২ ।২। ০(শূণ্যশূন্য)ক যুগ্ম সংখ্যা বুলি কোৱা হয়।<ref>{{citation|title=A Walk Through Combinatorics: An Introduction to Enumeration and Graph Theory|first=Miklós|last=Bóna|publisher=World Scientific|year=2011|isbn=9789814335232|page=178|url=https://books.google.com/books?id=TzJ2L9ZmlQUC&pg=PA178}}.</ref>
 
আন এক সূত্ৰ মতে যুগ্ম সংখ্যা হৈছে n=2k ৰূপত থকা কিছুমান [[পূৰ্ণ সংখ্যা]], য'ত k হৈছে এটা পূৰ্ণ সংখ্যা।<ref>{{citation|title=Mathematics for Elementary School Teachers|first=Tom|last=Bassarear|publisher=Cengage Learning|year=2010|isbn=9780840054630|page=198|url=https://books.google.com/books?id=RitXafH4_8EC&pg=PA198}}.</ref> ইয়াত, n = 2k+1 হৈছে এটা [[অযুগ্ম সংখ্যা]]। যুগ্ম আৰু অযুগ্ম সংখ্যাৰ সংগ্ৰহ সমূহক তলত দিয়া ধৰণে বুজোৱা বা প্ৰকাশ কৰা হয়-<ref>{{citation|title=The A to Z of Mathematics: A Basic Guide|first=Thomas H.|last=Sidebotham|publisher=John Wiley & Sons|year=2003|isbn=9780471461630|page=181|url=https://books.google.com/books?id=VsAZa5PWLz8C&pg=PA181}}.</ref>
22 নং শাৰী:
 
=== হৰণৰ ক্ষেত্ৰত ===
হৰণৰ ক্ষেত্ৰত যোগ, বিয়োগ আৰু পূৰণৰ দৰে নিয়ম প্ৰযোজ্য নহ'বও পাৰে। কাৰণ দুটা পূৰ্ণ সংখ্যাৰ হৰণফল সদায়ে এটা পূৰ্ণ সংখ্যা নহ'বও পাৰে। উদাহৰণ স্বৰূপে- 1÷4 = 1/4, ইয়াত 1/4 কোনো যুগ্ম বা অযুগ্ম সংখ্যা নহয়।<ref>{{citation|title=Notes on Introductory Combinatorics|first1=George|last1=Pólya|author1-link=George Pólya|first2=Robert E.|last2=Tarjan|author2-link=Robert Tarjan|first3=Donald R.|last3=Woods|publisher=Springer|year=2009|isbn=9780817649524|pages=21–22|url=https://books.google.com/books?id=y6KmsI0Icp0C&pg=PA21}}.</ref>
 
<br />