যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox museum
| name = যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ
| native_name =
| native_name_lang =
| image = Jorhat_Planetarium_Inauguration.jpg
| imagesize = 220
| caption = যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহ
| alt =
| map_type =
| map_caption =
| map_alt =
| latitude =
| longitude =
| coordinates_type =
| established = ২০১৩ চন
| dissolved =
| location = [[যোৰহাট]], [[অসম]]
| type =
| collection =
| visitors = ২৭,০০০ জন (৫ আগষ্ট, ২০১৩)<ref name="itimes.com">{{cite web|url=http://ww.itimes.com/citizen-journalism/jorhat-planetarium-attracts-over-27000-visitors |title=Jorhat Planetarium attracts over 27,000 visitors &#124; itimes Citizen Journalism |publisher=Ww.itimes.com |date=2013-08-27 |accessdate=2013-09-01}}</ref>
| director =
| president =
| curator =
| network =
| network website =
| website =
}}
 
34 নং শাৰী:
 
==অৱস্থান==
যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহৰ অৱস্থান হৈছে Latitude: 26°45'22" N - Longitude: 94°12'36" E।<ref>{{cite web|url=http://www.aplf-planetariums.info/en/index.php?onglet=planetariums&menu=sheet_planetarium&filtre=2418 |title=Association des Planétariums de Langue Française |publisher=Aplf-planetariums.info |date= |accessdate=2013-09-01}}</ref>
 
==কি কি আছে==
বিজ্ঞান কেন্দ্ৰৰ প্ৰথম মহলাত পেট্ৰ’লিয়াম (বিশেষকৈ তেল)ৰ উৎপাদনৰ সম্বন্ধীয় গেলেৰী, বালিত আঁকিব পৰা নানা ধৰণৰ আহিলা আছে। আনহাতে দ্বিতীয় মহলাত বিজ্ঞানৰ নানা ধৰণৰ আহিলা, প্ৰাকৃতিক দুৰ্যোগ সম্বন্ধীয় এটা গেলেৰী পাঁচ বছৰৰ অনুৰ্দ্ধঅনূৰ্ধ্ব শিশুৰ বাবে খেলিব পৰাকৈ সুবিধা আছে। তাৰকাগৃহটো বিজ্ঞান কেন্দ্ৰৰ কাষতে অৱস্থিত। সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে খেলিব পৰাকৈ এখন উদ্যান আছে।
 
==আধাৰশিলা==
43 নং শাৰী:
 
==উদ্বোধন==
২০১৩ চনৰ ৬ জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]য়ে বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো উদ্বোধন কৰে।<ref>{{cite web|author=TI Trade |url=http://www.assamtribune.com/scripts/detailsnew.asp?id=jul0613/state07 |title=The Assam Tribune Online |publisher=Assamtribune.com |date=2013-07-06 |accessdate=2013-09-01}}</ref> সভাত যোৰহাট জিলাৰ উপায়ুক্ত তথা যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ কাৰ্যকৰী সভাপতি চ'লাংকী বিশাল বসন্তই আদৰণী ভাষণ দিয়ে। সভাত ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিচালনা সমিতিৰ অধ্যক্ষ আৰ চি চবতি, কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰাণালয়ৰ যুটীয়া সচিব ড°ড॰ বেণি ডি, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ সঞ্চালক জি এছ ৰৌটালা, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ আয়ুক্ত সচিব পৱন কুমাৰ বৰঠাকুৰ, কেন্দ্ৰীয় গৱেষণা আৰু প্ৰশিক্ষণ পৰীক্ষাগাৰৰ সঞ্চালক এছ চৌধুৰী। অসম বিজ্ঞান-প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক হৰেশ চন্দ্ৰ দত্ত আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল। উদ্বোধনী সভাত তৰুণ গগৈয়ে কয় যে, এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহই উঠি অহা চামৰ বাবে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত আগুৱাই যোৱাত বৰঙণিবৰঙনি যোগাব বুলি তেওঁ আশা কৰিছে। যোৰহাটৰ বিধায়ক ৰাণা গোস্বামীয়ে কয় যে, এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে সমগ্ৰ উজনি অসমৰ ছা্ত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষা জনপ্ৰিয়কৰণত সহায় কৰিব।<ref>{{cite web|url=http://www.amarasom.glpublications.in/Details.aspx?id=14119&boxid=115914968 |title=Amar Asom Online |publisher=amarasom.glpublications.in |date=2013-07-06 |accessdate=2013-09-01}}</ref> ১১ জুলাই তাৰিখে এই কেন্দ্ৰটো দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়।
 
==তথ্য সংগ্ৰহ==