য়িন আৰু য়াং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
6 নং শাৰী:
 
== বিৰোধী আৰু পৰিপূৰক ==
দ্বৈতৰ ধাৰণা বিভিন্ন ঠাইত দেখা যায়- যেনে অভ্যাসৰ সমাজত। এই পটভূমিত পিচে য়িন আৰু য়াঙক 'এক'ৰ অংশ ৰূপে চাব পাৰি যি 'টাঅ<nowiki>''</nowiki>ত প্ৰকাশিত। "দ্বৈতবাদী-একবাদ" বা "[[দ্বন্দ্ব্ববাদীদ্বন্দ্ব্ব্ববাদী-একবাদ]]" সংজ্ঞাই এই ফলপূৰ্ণ বিৰোধাভাসক বুজাবলৈ চেষ্টা কৰে। য়িন আৰু য়াঙক বিৰোধী নহয়, পৰিপূৰক শক্তি হিচাপে চাব পাৰি, যাৰ দ্বাৰা অংশৰ যোগতকৈ ডাঙৰ পূৰ্ণৰ সৃষ্টি হয়।<ref>{{cite book|author=Georges Ohsawa|year=1976|url=https://books.google.ca/books?id=oQqDZnm43mkC&printsec=frontcover|title=The Unique Principle|isbn=978-0-918860-17-0|via=[[Google Books]]}}</ref> এই দৰ্শনানুযায়ী, য়িন আৰু য়াং সকলোতে বিদ্যমান, যেনে পোহৰ অবিহনে ছায়া থকা অসম্ভৱেই। দুয়োৰেই কোনো এটি অধিক ফলপ্ৰসূৰূপে দেখা দিয়ে, পিচে ইয়ো মাথোঁ পৰ্যবেক্ষণৰ চৰ্তৰ ওপৰতহে নিৰ্ভৰশীল। য়িন য়াং চিহ্নই দুই বিপৰীত শক্তিৰ মাজৰ ভাৰসাম্যকেই দৰ্শাই, দুয়ো অংশৰেই এঠাইত আনটো বিদ্যমান- দুয়ো দুয়োৰে পৰিপূৰক।
 
== টাওবাদ, কনফুচিয়ানবাদ আৰু নীতি ==