ৰং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
8 নং শাৰী:
 
== পদাৰ্থ বিজ্ঞান ==
[[Image:Rendered Spectrum.png|thumb|400px| sRGB স্পেচত পোহৰৰ এক নিৰৱচ্ছিন্ননীৰৱচ্ছিন্ন বৰ্ণালী]]
 
{|class=wikitable width=400 align="right" style="margin: 1em 0em 1em 1em; clear: right"
127 নং শাৰী:
[[ৰামধেনু]]ৰ বৰ্ণালীৰ চিনাকি সাত ৰঙত দৃশ্যমান পোহৰৰ কোনো এক তৰংগদৈৰ্ঘ্যৰ পৰা সৃষ্টি কৰিব পৰা সকলোবোৰ ৰঙ থাকে, ইহঁতক নিৰ্মল ৰঙ (''pure spectral'') বা ম’ন’ক্ৰ’মেটিক ৰঙ বোলা হয়। সোঁফালৰ তালিকাত বিভিন্ন নিৰ্মল ৰঙ সমূহৰ কম্পনাংক (হাৰ্জত) আৰু তৰংগদৈৰ্ঘ্য (নেন’ মিটাৰত) দিয়া হৈছে। তৰংগদৈৰ্ঘ্য সমূহ [[ভেকুৱাম]]ত গণনা কৰা হৈছে। ([[প্ৰতিসৰণ]] চাওক। )
 
এই তালিকাত থকা মানবোৰ নিৰ্দিষ্ট নহয়, এই ৰঙসমূহে এক নিৰৱচ্ছিন্ননীৰৱচ্ছিন্ন বৰ্ণালীৰ সৃষ্টি কৰে, আৰু ইহঁতৰ মাজত প্ৰকৃতাৰ্থত কোনো স্পষ্ট বিভাজন ৰেখা নাথাকে, ইহঁতক আগৰে পৰা চলি অহা কিছুমান ধাৰণাৰ ভিত্তিতহে বিভিন্ন ৰঙত ভাগ কৰা হয়। সাধাৰণভাৱে পোহৰ বৰ্ণালীক ছটা প্ৰধান পোহৰৰ পটীত ভাগ কৰিব পৰা যায়, সেইকেইটা হ’ল ৰঙা, কমলা, হালধীয়া, সেউজীয়া, নীলা আৰু বেঙুণীয়া, [[নিউটন|নিউটনে]] নীলা আৰু বেঙুণিয়াৰ মাজত সপ্তম পটী ঘণনীলাৰ উল্লেখ কৰিছিল।
 
কোনো বৰ্ণালীৰ ৰঙৰ পোহৰৰ প্ৰাবল্যৰ ভিন্নতাৰ বাবে ই চাওঁতাজনৰ চকুত কিছু বেলেগ ৰঙ হিচাপে দেখা দিব পাৰে, যেনে, কম প্ৰাবল্যৰ কমলা-হালধীয়াক চাওঁতা জনে মুগা ৰঙৰ দৰে দেখিব পাৰে, নাইবা কম প্ৰাবল্যাৰ হালধীয়া-সেউজীয়াক জলফাই বৰণৰ সেউজীয়া ৰূপে দেখিব পাৰে।
"https://as.wikipedia.org/wiki/ৰং"ৰ পৰা অনা হৈছে