ৰাসায়নিক অভিযান্ত্ৰিকী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
3 নং শাৰী:
[[Image:Colonne distillazione.jpg|thumb|right|250px|Chemical engineers design, construct and operate plants.]]
 
'''ৰাসায়নিক অভিযান্ত্ৰিকী''' ({{lang-en|Chemical Engineering}}, কেমিকেল ইঞ্জিনিয়াৰিং) হ'ল প্ৰকৃতি অথবা ব্যৱহাৰিক বিজ্ঞান ([[ৰসায়ন বিজ্ঞান]] আৰু [[পদাৰ্থ বিজ্ঞান]]), জৈৱ বিজ্ঞান ([[জীৱবিজ্ঞান]], [[অণুজীৱবিজ্ঞান]], [[জৈৱৰসায়ন]])ৰ সতে [[গণিতবিদ্যা]] আৰু [[অৰ্থনীতি]]ৰ সমন্বয়ত গঢ় লোৱা অভিযান্ৰিক বিষয়ৰ এটা শাখা য'ত বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু শক্তিৰ উৎপাদন, পৰিৱৰ্তন, পৰিবহণ আৰু সঠিক প্ৰয়োগৰ বিষয়ে শিকোৱা হয়। এই বিভাগত ঘাইকৈ বিভিন্ন ৰাসায়নিক পদাৰ্থ,শক্তি আৰু উৎপাদন পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। আধুনিক ৰসায়নিকৰাসায়নিক অভিযন্তাসকল ন ন প্ৰায়োগিক পদ্ধতি আৰু পদাৰ্থৰ সতে জড়িত যিবোৰ [[নেন'প্ৰযুক্তি]], [[ইন্ধন কোষ]] আৰু [[জৈৱ অভিযান্ত্ৰিকী]] বিষয়সমূহৰ বাবে অতীৱ প্ৰয়োজনীয়প্ৰয়োজনীয়।
 
==Etymology==
[[File:Davis GE.jpg|thumb|150px|জৰ্জ ই.ডেভিচ্‌]]
 
১৯৯৬ৰ ''ব্ৰিটিচ জাৰ্ণেল ফ'ৰ হিষ্টৰী অৱ ছায়ন্স''ত প্ৰকাশিত এটি প্ৰৱন্ধতপ্ৰবন্ধত জেমচ এফ ডনেলীয়ে ১৮৩৯ চনত [[ছালফিউৰিক এচিড]] উৎপাদন সম্পৰ্কত [[ৰাসায়নিক অভিযান্ত্ৰিকী]]ৰ প্ৰসংগ উত্থাপন কৰিছিল বুলি উল্লেখ কৰা হৈছিলহৈছিল। ।সেইসেই একেটা প্ৰৱন্ধতেপ্ৰবন্ধতে [[জৰ্জ ই. ডেভিছ]] ,এজন ইংৰাজ পৰামৰ্শদাতাক উক্ত অভিধাৰ জনক বুলি কোৱা
হয়হয়। ''দা হিষ্ট'ৰী অৱ ছায়ন্স ইন ইউনাইটেড ষ্টেটছ্ : এন্ এনচাইক্লোপিডিয়া''ত ১৮৯০ চনত উক্ত বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিলহৈছিল। 'ৰাসায়নিক অভিযান্ত্ৰিকী',য'ত ৰাসায়নিক উদ্যোগত যান্ত্ৰিক সজুঁলি ব্যৱহাৰ কৰাৰ কথা বাখ্যাব্যাখ্যা কৰা হয়,শব্দটো ১৮৫০ ৰ পিছত ইংলেণ্ডত এক গতানুগতিক শব্দ হৈ পৰিছিলপৰিছিল। ।১৯১০লৈকে১৯১০লৈকে ব্ৰিটেইন আৰু মাৰ্কিনআমেৰিকা যুক্তৰাষ্ট্ৰ্ত'[[ৰাসায়নিক অভিযন্তা]]'ৰ পেছা ইতিমধ্যে সাধাৰণ হৈ পৰিছিল ।পৰিছিল।
 
 
==ইতিহাস==
<!-- {{main|:en:History of chemical engineering}} -->
ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক প্ৰাথমিক ধাৰণা '[[ইউনিট অপাৰেচন]]'ৰ বিকাশৰ দ্বাৰা এই বিভাগটোৱে মূৰ দাঙি উঠিছিলউঠিছিল। ।প্ৰায়প্ৰায় সকলো লিখকেই ডেভিছে 'ইউনিট অপাৰেচন' ধাৰণা আৱিষ্কাৰ কৰা বিষয়টোত একমতএকমত। ।১৮৮৭১৮৮৭ চনত তেখেতে মানচেষ্টাৰ টেকনিকেল স্কুলত (বৰ্তমানৰ মানচেষ্টাৰ বিশ্ববিদ্যালয় ) 'ইউনিট অপাৰেচন'ৰ ওপৰত দিয়া এক বক্তৃতা শৃংখল ৰাসায়নিক অভিযান্ত্ৰিকীৰ বাট মুকলি কৰা প্ৰচেষ্টাবোৰৰ ভিতৰত অন্যতম আছিল ।আছিল। ডেভিছৰ বক্তৃতাৰ তিনিবছৰ আগতে হেনৰী এডৱাৰ্ড আৰ্মষ্ট্ৰ্ঙে 'চিটী এণ্ড গিল্ডচ অৱ লণ্ডন ইনষ্টিটিউট'ত ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক পাঠ্যক্ৰ্ম প্ৰ্ৱৰ্তন কৰিছিল কিন্ত এই পাঠ্যক্ৰ্মে নিয়োগকৰ্তাক আৰ্কষিত কৰিব নোৱাৰা বাবে এই পাঠ্যক্ৰ্ম বিফল হয়হয়। ।কিয়নোকিয়নো সেই সময়ৰ নিয়োগকৰ্তাই ৰসায়নবিদ তথা যান্ত্ৰিক অভিযন্তাকহে বেছি অগ্ৰাধিকাৰ দিছিল। এই পাঠ্যক্ৰ্ম যচা [[মাছাছুছেটচ্ ইনষ্টিটিউটত অৱ টেক্‌ন'ল'জী]] (এম্.আই.টি),মানচেষ্টাৰৰ অৱেন কলেজ,ইংলেণ্ড আৰু ইউনিভাৰচিটী কলেজ লণ্ডনটো ৰাসায়নিক অভিযান্ত্ৰিকীৰ একে দশা হৈছিলহৈছিল।
 
[[File:MIT Industrial Chemistry Lab.gif|thumb|Students inside an industrial chemistry laboratory at MIT.|left|250px]]
 
১৮৮৮ চনৰ পৰা লেৱিছ এম্.নৰ্টনে আমেৰিকা যুক্তৰাষ্টৰ এ.আই.টিত সৰ্বপ্ৰথমে ৰাসায়নিক অভিযান্ত্ৰিকীৰ পাঠ্যক্ৰমৰ শিক্ষা আৰম্ভ কৰেকৰে। ।নৰ্টনৰনৰ্টনৰ পাঠ্যক্ৰম আৰু আৰ্মষ্ট্ৰঙৰ সৈতে সমসাময়িক আৰু উল্লেখযোগ্যভাৱে সদৃশ আছিলআছিল। ।দুয়োটাদুয়োটা পাঠ্যক্ৰমেই সাধাৰণভাৱে ৰসায়ন আৰু অভিযন্ত্ৰণৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰিছিল ।কৰিছিল। "এই বিষয়ৰ শিক্ষাৰ্থীসকলে অভিযন্তাসকলক তেওঁলোক যে অভিযন্তা আৰু ৰসায়নবিদসকলক তেওঁলোক যে সাধাৰণ ৰসায়নবিদ নহয় সেয়া পতিয়ন নিয়াব পৰা নাছিলনাছিল। [[ইউনিট অপাৰেচন]] বিষয়টো ১৯০৫ চনত উইলিয়াম হাল্টজ ৱাকাৰে অন্তৰ্ভুক্ত কৰেকৰে। ।১৯২০১৯২০ চনলৈকে ইউনিট অপাৰেচন বিষয়টো এম.আই.টি আৰু আন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিদ্যালয় তথা লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ ৰাসায়নিক অভিযান্ত্ৰিকীৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈ পৰেপৰে। ।১৯০৮১৯০৮ চনত প্ৰতিস্থিত এমেৰিকান ইনষ্টিটিউট অৱ কেমিকেল ইঞ্জিনিয়াৰে ৰাসায়নিক অভিযান্ত্ৰিকীক বিজ্ঞানৰ এক স্বাধীন বিষয় হিচাপে প্ৰতিষ্ঠা কৰাত আৰু ইউনিট অপাৰেচনক এই বিষয়ৰ মূল হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেকৰে। ।এইএই প্ৰতিষ্ঠানে ১৯২২ চনৰ এক ৰিপৰ্টত ৰাসায়নিক অভিযান্ত্ৰিকীক এক স্বাধীন বিজ্ঞান হিচাপে কয় যাৰ ভেটি হ্য় ইউনিট অপাৰেচন আৰু এই ভিত্তিত ৰাসায়নিক অভিযান্ত্ৰিকীৰ সন্তোষজনক পাঠ্যক্ৰম থকা শিক্ষানুষ্ঠানৰ তালিকা প্ৰস্তুত কৰে ।কৰে। একেসময়তে ১৯২২ চনত ৰাসায়নিক অভিযান্ত্ৰিকীক ব্ৰিটেইনত এক নিৰ্দিষ্ট বিজ্ঞান হিচাপে প্ৰতিস্থাপ্ৰতিষ্ঠা কৰাত ইনষ্টিটিউট অৱ কেমিকেল ইঞ্জিনিয়াৰয়ে ভূমিকা লয়লয়। ।এইএই প্ৰতিস্থানেওপ্ৰতিষ্ঠানেও ইউনিট অপাৰেচনক এই বিষয়ৰ বাবে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে । কৰে।
 
<!-- ===New concepts and innovations===
56 নং শাৰী:
 
==Related fields and topics==
Today, the field of chemical engineering is a diverse one, covering areas from [[biotechnology]] and [[nanotechnology]] to [[mineral processing]].
 
{{Col-begin}}
134 নং শাৰী:
*{{citation | url = http://books.google.com/books?id=L5FnNlIaGfcC | title = Transport Phenomena | edition = 2nd | last = Bird | first = R. Byron | last2 = Stewart | first2 = Warren E. | last3 = Lightfoot | first3 = Edwin N. | editor-last = Kulek | editor-first = Petrina | publisher = John Wiley & Sons | location = United States | year = 2002 | isbn = 0-471-41077-2 | id = {{LCC|QA929.B% 2001}}, | lccn = 2001023739}}.
*{{citation | url = http://books.google.com/books?id=arJLaKa4yDQC | title = Chemical and Catalytic Reaction Engineering | last = Carberry | first = James J. | location = Canada | publisher = General Publishing Company | series = McGraw-Hill Chemical Engineering Series | isbn = 0-486-41736-0 | id = {{LCC|TP155.7.C37 2001}}, | lccn = 2001017315 | date = 2001-07-24}}.
*{{citation | url = http://www.ruf.rice.edu/~che/links/The%20early%20history%20of%20chemical%20engineering-%20a%20reassessment.pdf |deadurl=yes |archiveurl=https://web.archive.org/web/20120601010443/http://www.ruf.rice.edu/~che/links/The%20early%20history%20of%20chemical%20engineering-%20a%20reassessment.pdf |archivedate=2012-06-01 | title = The Early History of Chemical Engineering: A Reassessment | first = Clive | last = Cohen | journal = [[Br. J. Hist. Sci.]] | volume = 29 | issue = 2 |date = June 1996 |publisher= Cambridge University Press | jstor = 4027832 |doi=10.1017/S000708740003421X }}.
*{{citation | url = http://www.ruf.rice.edu/~che/research/white_paper_1.html |deadurl=yes |archivedate=2010-07-25 |archiveurl=https://web.archive.org/web/20100725005612/http://www.ruf.rice.edu/~che/research/white_paper_1.html | title = Engineering the Future of Biology and Biotechnology | publisher = [[Rice University]] | accessdate = 2011-08-07}}.
*{{citation | url = http://books.google.com/books?id=6-c4P223B1YC | title = Careers in engineering | series = VGM Professional Career Series | last = Garner | first = Geraldine O. | year = 2003 | edition = 2nd | publisher = McGraw-Hill | location = United States | isbn = 0-07-139041-3 | id = {{LCC|TA157.G3267 2002}}, | lccn = 2002027208}}.