লেটিন ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
22 নং শাৰী:
| imagecaption = [[ইটালী]]ৰ [[ৰোম]]ৰ [[ক'ল'ছিয়াম]]ত লেটিন লিপি
| map = Roman_Empire_Trajan_117AD.png
| mapcaption = ১১৭ খ্ৰীষ্টাব্দৰ ৰোমান সম্ৰাজ্য আৰু লেটিন ভাষী সকলে শাসন কৰা অঞ্চল (ৰঙা) সম্ৰাজ্যৰ ভিতৰত লেটিনৰ বাহিৰেও আন বহুতো ভাষাৰ প্ৰচলন আছিল।
| map2 = Romance 20c en-2009-15-02.png
| mapcaption2 = ৰোমাঞ্চ ভাষাৰ বিস্তৃতি, আধুনিক লেটিনৰ উত্তৰপুৰুষ
}}
'''লেটিন ভাষা''' (Latin: {{lang|la|lingua latīna}}) [[ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল|ইন্দো-ইউৰোপীয় ভাষা]]ৰ অন্তৰ্গত ইটালীক শাখাৰ এক শাস্ত্ৰীয় ভাষা। লেটিন বৰ্ণমালা ইষ্ট্ৰোস্কেন আৰু গ্ৰীক বৰ্ণমালাৰ পৰা উদ্ভৱ হৈছে।
 
লেটিন প্ৰথমতে ৰোম আৰু আৰু ইয়াৰ আশে-পাশে লেটিয়াম নামেৰে প্ৰচলিত আছিল।<ref>{{cite book |title=A companion to Latin studies |first=John Edwin |last=Sandys |location=Chicago |publisher=[[University of Chicago Press]] |year=1910 |pages=811–812}}</ref> ৰোমান গণতন্ত্ৰৰ শক্তি বিস্তাৰৰ লগে লগে ই এক প্ৰভাৱশালী ভাষালৈ পৰিনীত হয়। প্ৰথমে ই ইটালী আৰু পিছলৈ গোটেই ৰোমান সাম্ৰাজ্যত বিয়পি পৰে। বিৰূপীত লেটিন ভাষা ৰোমাঞ্চ ভাষালৈ বিকশিত হয়। সেই সমূহ হ'ল [[ইটালীয়ান ভাষা]], [[পৰ্তুগীজ ভাষা]], [[স্পেনীছ ভাষা]], [[ফৰাছীফৰাচী ভাষা]], আৰু [[ৰোমানিয়ান ভাষা]]। লেটিন, গ্ৰীক আৰু ফ্ৰেন্স ভাষাৰ বহু শব্দয়ে ইংৰাজী শব্দসম্ভাৰ টনকিয়াল কৰিছে। তাৰে ভিতৰত লেটিন আৰু গ্ৰীক শব্দ মূল সমূহ [[ইংৰাজী ভাষা]]ত সূত্ৰ, জীৱবিজ্ঞান, বিজ্ঞান, ঔষধ আৰু আইনী বিষয়ত ব্যৱহাৰ হয়।
 
৭৫ খ্ৰীষ্টপূৰ্বত ৰোমান গণতন্ত্ৰয়ে পুৰণি লেটিনক বিধিসন্মতভাবে শাস্ত্ৰীয়কৰণ কৰে। বৰ্তমান লেটিন বিশ্বৰ বহুতো শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰত শিকোৱা হয়।<ref>{{cite journal |title=A Dead Language That's Very Much Alive |url=https://www.nytimes.com/2008/10/07/nyregion/07latin.html |first=Winnie |last=Hu |journal=New York Times |date=6 October 2008 |ref=harv}}</ref><ref>{{cite journal |title=The New case for Latin |url=http://www.time.com/time/nation/article/0,8599,90457,00.html |first=Mike |last=Eskenazi |journal=TIME |date=2 December 2000}}</ref> ই ৰোমান কেথলিক গীৰ্জা সমূহ আৰু [[হলি চি]]ৰ চৰকাৰী ভাষা।
==তথ্য উৎস==
{{reflist}}