লেবানন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎তথ্য উৎস: {{Countries of Asia}} added
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
11 নং শাৰী:
|latd=33 |latm=54 |latNS=N |longd=35 |longm=32 |longEW=E
|largest_city = capital
|government_type =গণতন্ত্ৰ
|leader_title1 =ৰাষ্ট্ৰপতি
|leader_title2 =প্ৰধানমন্ত্ৰী
|leader_name1 =মাইকেল চুলেইমান
|leader_name2 = চাদ হাৰীৰি
|area_km2 =১০,৪৫২
|area_sq_mi = ৪,০৩৫ <!--Do not remove per [[WP:MOSNUM]]-->
|area_rank = ১৬৬ তম
|area_magnitude = 1 E10
|percent_water = 1.6
|population_estimate =৪,০৯৯,০০০
|population_estimate_year =জুলাই ২০০৭
|population_estimate_rank = ১২৮তম
|population_density_km2 =৩৫৮
29 নং শাৰী:
|GDP_PPP_year = ২০০৬
|GDP_PPP = $২১.৪৫ বিলিয়ন
|GDP_PPP_rank =১০৩তম
|GDP_PPP_per_capita = $৬,১০০
|GDP_PPP_per_capita_rank = ৯০তম
|HDI_year = ২০০৬
|HDI = {{increase}}০.৭৭৪
|HDI_rank =৭৮তম
|HDI_category = <font color="#ffcc00">মধ্যম</font>
|FSI = ৯২.৪ {{increase}} ১১.৯
|FSI_year = ২০০৭
|FSI_rank = ২৮তম
|FSI_category = <font color="#FF0000">Alert</font>
|sovereignty_type =ফ্ৰান্সৰ পৰা স্বাধীনতা
|sovereignty-note = [[ফ্ৰান্স]]ৰ পৰা
|established_event1 = ঘোষণা
|established_date1 = ২৬ নৱেম্বৰ ১৯৪১
|established_event2 = স্বীকীৰ্তি
|established_date2 = ২২ নৱেম্বৰ ১৯৪৩
|currency = [[লেবানিছ লিৰা]] ([[LL]])
|currency_code = LBP
56 নং শাৰী:
|footnotes =
}}
'''লেবানন''', চৰকাৰী ভাবে লেবানন গণৰাজ্য, পশ্চিম এছিয়াৰ [[ভূমধ্যসাগৰ]]ৰ পূব পাৰত অৱস্থিত এখন ৰাষ্ট্ৰ। ইয়াৰ উত্তৰ আৰু পূবত [[ছিৰিয়া]] আৰু দক্ষিণত [[ইজৰাইল]] দেশ অৱস্থিত। ভূমধ্যসাগৰৰ আৰু আৰৱৰ ভিতৰৰ ভাগৰ এই দেশখনৰ ইতিহাস সমৃদ্ধ আৰু মিশ্ৰিত। এই অঞ্চল পেলেষ্টাইনৰ অতি প্ৰাচীন প্ৰায় ২৫০০ খ্ৰীষ্টপূৰ্বৰ পৰা ৫৩৯ খ্ৰীষ্টপূৰ্বৰ সংস্কৃতিৰ স্থল। কোনো কোনো পণ্ডিতৰ মতে ইয়াতেই লিপিৰ আৱিষ্কাৰ হৈছিল। তাৰপিছত ফাৰ্চী, ইউৰোপীয়, ৰোমান, আৰৱী, আৰু উছমানি তুৰ্কী সকলৰ দ্বাৰা শাসিত হোৱাৰ পিছত অৱশেষত লেবানন ফ্ৰান্সৰ অধীনত যায়। এই ঐতিহাসিক পৰিঘটনা সমূহৰ বাবেই দেশ খনৰ ধাৰ্মিক আৰু জাতীয় বৈচিত্ৰতাত চহকী।
 
লেবাননৰ প্ৰায় ৬০% লোক মুছলমান। তাৰে ভিতৰত চিয়া আৰু চুন্নী সম্প্ৰদায়ৰ অনুপাত সমান। বাকী ৩৮% খ্ৰীষ্টিয়ান ধৰ্মৰ। ১৯৪৩ চনত ফ্ৰান্সৰ পৰা স্বাধীনতা পোৱাৰ পিছত ইয়াত একপ্ৰকাৰৰ গৃহযুদ্ধ চলিছিল আৰু ২০০৬ চনত ইজৰাইলৰ লগত এক যুদ্ধ হয়।
 
ইয়াত এক বিশেষ প্ৰকাৰৰ গণতান্ত্ৰীক চৰকাৰে শাসন কৰে। ইয়াৰ ৰাষ্ট্ৰপতি এজন খ্ৰীষ্টিয়ান, প্ৰধানমন্ত্ৰী এজন চুন্নী মুছলমান, নিৰ্বাচিত প্ৰতিনিধিৰ সভাৰ অধ্যক্ষ এজন চিয়া মুছলিম আৰু উপ-প্ৰধানমন্ত্ৰী এজন পৰম্পৰাগত গ্ৰীক ধৰ্মৰ। আৰৱী আৰু ফৰাচী ইয়াৰ চৰকাৰী ভাষা।
 
লেবাননত দুটা পৰ্বত শ্ৰেণী আছে। ইয়াৰ উপকূলীয় সীমাৰেখাও যথেষ্ট বেছি। লেবাননক প্ৰায়ে "'''মধ্যপ্ৰাচ্যৰ পদ্মৰাগ মণি'''" বুলি কোৱা হয়।
 
ইয়াত প্ৰায় ৪ মিলিয়ন লোকে বসবাস কৰে।<ref>{{cite web|title=The World Factbook|url=https://www.cia.gov/library/publications/the-world-factbook/geos/le.html#People|publisher=United States government|accessdate=20 March 2016}}</ref> আনহাতে প্ৰায় ১৬ মিলিয়ন লেবানিছ মানুহ বিশ্বৰ আন আন প্ৰান্তত বাস কৰে। লেবাননৰ সংস্কৃতি ঘাইকৈ পাশ্চাত্য সভ্যতাৰ লগত মিল আছে। সেয়ে ইয়াক '''প্ৰাচ্য আৰু পাশ্চাত্যৰ মিলনভূমি''' বুলিও কোৱা হয়।
 
চিদাৰ গছ লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক। ইয়াৰ পৰ্বত-পাহাৰত যথেষ্ট পৰিমাণে এই গছ পোৱা যায়।
লেবাননৰ মুঠ মাটিকালি ১০,৪৫২ বৰ্গ কিমি (৪,০৩৫ বৰ্গ মাইল), ইয়াৰে ১.৬% বা ১৬৭ বৰ্গ কিমি হৈছে জলভাগ।
২০০৭ চনৰ জুলাই মাহ অনুসৰি লেবাননৰ আনুমানিক জনসংখ্যা হৈছে মুঠ ৪,০৯৯,০০০।
== প্ৰশাসন ==
লেবানন ছয়খন প্ৰশাসনিক অঞ্চলত বিভক্ত। এই ছয়খন প্ৰশাসনিক অঞ্চল আকৌ ২৫ খন২৫খন জিলাত ভাগ কৰা হৈছে। <ref>USAID Lebanon. [http://lebanon.usaid.gov/(jakkco45gisweaychxvyoq55)/files/activities.aspx "USAID Lebanon—Definitions of Terms used"]. Retrieved 17 December 2006.</ref> জিলা সমূহ আকৌ কেইবাখনো পৌৰসভাত বিভক্ত কৰা হৈছে।
 
* বেইৰুত প্ৰশাসনিক অঞ্চল
** বেইৰুত প্ৰশাসনিক অঞ্চল কোনো আন জিলাত ভাগ কৰা হোৱা নাই। ই কেৱল ৰাজধানী বেইৰুত চহৰেৰে গঠিত ।গঠিত।
* নাবাটিয়েহ প্ৰশাসনিক অঞ্চল (''জাবল আমেল'')
** বিণ্ট জীবেল জিলা
** হাশ্ববায়া জিলা
93 নং শাৰী:
** ত্ৰিপলি জিলা
** জঘৰতা জিলা
*মাউণ্ট লেবানন প্ৰশাসনিক অঞ্চল (''জাবল লুবনান'')
**এলে জিলা
** বাব্দা জিলা
** বিবলছ (''জাবেলি'')
100 নং শাৰী:
** কেছেৰৱান জিলা
** মাতন জিলা
* দক্ষিণ প্ৰশাসনিক অঞ্চল (''আল জানোব '')
** জেঝজিন জিলা
** চিদন জিলা (''চাইদা '')
** টায়াৰ জিলা (''চুৰ'')
 
[[File:Pano Baalbek 1.jpg|thumb|center|500px|বালবেকৰ ঐতিহাসিক অঞ্চল]]
== ৰাজনীতি ==
লেবানন এক সংসদীয় গণতন্ত্ৰ যত চৰকাৰৰ সৰ্বোচ্চ পদসমূহ আনুপাতিক হাৰে কিছু নিৰ্দিষ্ট ধৰ্মীয় গোষ্ঠীৰ লোকৰ প্ৰতিনিধিৰ বাবে নিৰ্ধাৰিত। সংবিধান অনুসৰি প্ৰতি ৪ বছৰ অন্তৰালত সংসদীয় নিৰ্বাচন হয়। আইনসভাই আগন্তুক ৬ বছৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে। লেবাননৰ শেষ সংসদীয় নিৰ্বাচন ২০০৯ চনত আৰু ৰাষ্ট্ৰপতি নিৰ্বাচন ২০০৮ চনত অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি আৰু আইনসভাই একত্ৰে প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰে।
==তথ্য উৎস==
{{reflist}}
"https://as.wikipedia.org/wiki/লেবানন"ৰ পৰা অনা হৈছে