লাডাখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

গৃহীত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
{{Infobox settlement
| name = লাডাখ
| settlement_type = প্ৰশাসনিক অঞ্চল <br/> [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|প্ৰস্তাবিত কেন্দ্ৰীয় শাসিত অঞ্চল]]
| image_skyline = Viewofleh.jpg
| image_caption = লেহ চহৰৰ দৃশ্য
| image_map = IN-LA.svg
| map_caption = ভাৰতত লাডাখৰ অৱস্থান
| coordinates = {{coord|34|10|12|N|77|34|48|E|display=inline,title}}
| subdivision_type = দেশ
| subdivision_name = [[ভাৰত]]
| subdivision_type1 = [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|ৰাজ্য]]
| subdivision_type2 =
| subdivision_name1 =
| subdivision_name2 =
| established_title = অঞ্চল
| established_date = ৮ ফেব্ৰুৱাৰী ২০১৯
| established_title1 = [[কেন্দ্ৰীয় শাসিত অঞ্চল]]
| established_date1 = ৩১ অক্টোবৰ ২০১৯ ''(প্ৰস্তাবিত)''<ref>[http://egazette.nic.in/WriteReadData/2019/210412.pdf The Gazette of India]</ref>
| seat_type = সদৰ
| seat = [[লেহ]]<ref>[https://kashmirobserver.net/2019/10/17/ladakh-gets-civil-secretariat/ Ladakh Gets Civil Secretariat]</ref>
| parts_type = জিলা
| parts_style = para
| p1 = কাৰ্গিল জিলা, লেহ জিলা
| unit_pref = Metric
| area_footnotes = <ref>{{cite web|url=http://mha.nic.in/uniquepage.asp?Id_Pk=306 |title=MHA.nic.in |publisher=MHA.nic.in |accessdate=21 June 2012 |url-status=dead |archiveurl=https://web.archive.org/web/20081208212815/http://mha.nic.in/uniquepage.asp?Id_Pk=306 |archivedate=8 December 2008 }}</ref>{{efn|ইয়াত চীনৰ দখলত থকা [[আক্সাই চিন]] (৩৭,৫৫৫ বৰ্গ কিমি) অন্তৰ্ভূক্তঅন্তৰ্ভুক্ত কৰা হোৱা নাই। }}
| area_rank =
| area_total_km2 = 59146
| elevation_footnotes =
| elevation_m =
| elevation_max_footnotes =
| elevation_max_m = 7,742
| elevation_max_ft =
| elevation_max_point = [[Saltoro Kangri]]<ref>{{Cite web|url=https://www.peakbagger.com/peak.aspx?pid=10533|title=Saltoro Kangri, India/Pakistan|website=peakbagger.com|access-date=2019-08-09|df=dmy-all}}</ref>
| elevation_max_rank =
| elevation_min_footnotes =
| elevation_min_m = 2550
| elevation_min_ft =
| elevation_min_point = [[সিন্ধু নদী]]
| elevation_min_rank =
| population_total = 274289
| population_as_of = 2011
| population_rank =
| population_density_km2 = auto
| population_demonym = লাডাখী
| population_footnotes =
| demographics_type1 = ভাষা
| demographics1_title1 = আধিকাৰীক
| demographics1_info1 = তিব্বতীয় ভাষা, বাল্টি ভাষা, [[উৰ্দু ভাষা]], [[হিন্দী ভাষা]]
| timezone1 = [[ভাৰতীয় মান সময়|ভামাস]]
| utc_offset1 = +৫:৩০
| postal_code_type = <!-- [[Postal Index Number|PIN]] -->
| postal_code = [[Leh]]: 194101; [[Kargil]]: 194103
| registration_plate = লেহ: JK10; কাৰ্গিল: JK07
| blank1_name_sec1 = মুখ্য চহৰ
| blank1_info_sec1 = [[লেহ]], [[কাৰ্গিল]]
| blank3_name_sec1 =
| blank3_info_sec1 =
| website = {{url|http://jkladakhaffairs.nic.in/}}
| footnotes =
}}
'''লাডাখ''' উত্তৰ [[ভাৰত]]ৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল। লাডাখ এলেকা [[কাৰাকোৰাম]] ৰেঞ্জৰ [[চিয়াচেন]]ৰ পৰা দক্ষিণত [[হিমালয়]]লৈকে। লাডাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ।<ref>{{cite book |title = Ladakh: The Land and the People |last = Jina |first = Prem Singh |year = 1996 |publisher = Indus Publishing |isbn = 978-81-7387-057-6 }}</ref><ref>{{cite web |url = http://news.bbc.co.uk/2/shared/spl/hi/south_asia/03/kashmir_future/html/default.stm |title = In Depth-the future of Kashmir |publisher=[[BBC News]] |accessdate = 16 April 2013}}</ref> লাডাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে। লাডাখ নিজৰ পৰ্বতীয়া সৌন্দৰ্য আৰু সংস্কৃতিৰ বাবে জনাজাত।
 
ঐতিহাসিকভাৱে লাডাখে [[বালতিস্তান]] (বাল্টিয়ুল) উপত্যকা (বৰ্তমানে প্ৰায় অংশ [[পাকিস্তান]]ত আছে), উজনি [[সিন্ধু নদী|সিন্ধু উপত্যকা]], জান্স্কাৰ, লাহৌল আৰু স্পিটি, ঙাৰি (ৰুডক, গুগে সামৰি) আক্সাই চিন (কুন-লুন সামৰি), উত্তৰত খাৰ্ডং লাৰ নুব্ৰা উপত্যকালৈকে সামৰিছিল। বৰ্তমানৰ লাডাখৰ সীমাত পূব দিশে [[তিব্বত স্বায়ত্তশাসিত অঞ্চল|তিব্বত]], দক্ষিণে লাহৌল আৰু স্পিটি, পশ্চিমে কাশ্মীৰ, জম্মু আৰু বাল্টিয়ুল আৰু উত্তৰে [[চীন]]ৰ [[চিঞ্জিয়াং]] আছে।
 
== ৰাজনৈতিক দখল ==
আক্সাই চিন ভাৰত আৰু চীনৰ মাজত বিবাদিত অঞ্চল।<ref>{{cite news |title = Fantasy frontiers |url = https://www.economist.com/blogs/dailychart/2011/05/indian_pakistani_and_chinese_border_disputes |accessdate = 24 September 2014 |newspaper = The Economist |date = 8 February 2012}}</ref> এই অঞ্চলত বৰ্তমান চীনৰ শাসন চলি আছে- হ'টানৰ অংশ হিচাপে, পিচে ভাৰতেও এই অঞ্চলক [[জম্মু আৰু কাশ্মীৰ|জম্মু-কাশ্মীৰ]]ৰ অংশ হিচাপে দাবী কৰি আহিছে। ১৯৬২ চনত দুয়ো দেশৰ মাজত [[আক্সাই চিন]] আৰু [[অৰুণাচল প্ৰদেশ]]ক লৈ যুদ্ধ সংঘটিত হৈছিল। পিচে ১৯৯৩ আৰু ১৯৯৬ চনত দুয়ো দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক সন্মান জনোৱাৰ কথাক লৈ চুক্তি স্বাক্ষৰ কৰিলে।<ref name="GlobalSecurity">{{cite web |url = http://www.globalsecurity.org/military/world/war/india-china_conflicts.htm |title = India-China Border Dispute |publisher=GlobalSecurity.org}}</ref>
 
অতীতত গুৰুত্বপূৰ্ণ বাণিজ্য পথ লাডাখেৰে পাৰ হোৱাৰ বাবে লাডাখৰ এক বিশেষ মহত্বমহত্ত্ব আছিল এই ক্ষেত্ৰৰ।<ref name="TransHimalayan">{{cite book |last = Rizvi |first=Janet |year=2001 |title = Trans-Himalayan Caravans&nbsp;– Merchant Princes and Peasant Traders in Ladakh |publisher = [[Oxford India Paperbacks]] }}</ref> কিন্তু ১৯৬০ৰ দশকত চীনে তিব্বত আৰু [[মধ্য এছিয়া]]ৰ সীমা বন্ধ কৰাত আন্তৰ্জাতিক বাণিজ্য হ্ৰাস পাবলৈ ধৰিলে- কিছু পৰিমাণে পৰ্যটনহে এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে। কেইবাদশক ধৰি ভাৰতৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জম্মু-কাশ্মীৰৰ অংশ হিচাপে থকাৰ বাবে ভাৰতীয় সেনাৰ ভালেমান উপস্থিতি অঞ্চলটোত আছে।
 
== জনসংখ্যা আৰু অন্যান্য তথ্য ==
"https://as.wikipedia.org/wiki/লাডাখ"ৰ পৰা অনা হৈছে