লিটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
{{Infobox unit
| name = লিটাৰ
| image = [[File:CubeLitre.svg|200px]]
| caption = '''এক লিটাৰ''' পৰিমাণ হ'ল এক ঘনক্ষেত্ৰৰ আয়তন যাৰ প্ৰতিটো বাহু ১০ চেণ্টিমিটাৰৰ
| standard = [[International System of Units#Non-SI units accepted for use with SI|Non-SI unit accepted for use with SI]]
| quantity = [[আয়তন]]
| symbol = লি. বা l<ref name=SIborchure /> ({{Litre}}) অথবা L<ref name=SIborchure>{{SIbrochure8th|page = 124}}</ref>
| dimension = L<sup>3</sup>&nbsp;&nbsp;:<ref name="NB_Dimension">The SI standard recommends a sans-serif uppercase letter "L" for the dimension symbol of the length. An uppercase "L" is also one of the official symbols for the litre itself (the other being a lowercase letter "l"). Since unit symbols and dimension symbols are used in different contexts, this does not normally cause confusion.</ref>)
| namedafter =
| extralabel = [[আন্তৰ্জাতিক একক পদ্ধতি|এছ আই পদ্ধতিত]]
| extradata = 1&nbsp;L = 10<sup>−3</sup> [[metre|m]]<sup>3</sup>
}}
'''লিটাৰ''' ([[ইংৰাজী ভাষা|ইংৰাজীত]] Litre বা Liter) হ'ল [[মেট্ৰিক একক|মেট্ৰিক পদ্ধতিত]] আয়তনৰ একক। এক লিটাৰ হ'ল ১০০০ ঘন চেণ্টিমিটাৰৰ সমান (দশমিক পদ্ধতিত সমগ্রসমগ্ৰ পৃথিৱীতে ওজন, দৈর্ঘ্যদৈৰ্ঘ্য পৰিমাপ কৰা হয়, এয়াই মেট্রিকমেট্ৰিক পদ্ধতি)। লিটাৰ শব্দটোৰ আন্তৰ্জাতিক প্ৰতিশব্দ হ'ল litre আৰু আমেৰিকান প্ৰতিশব্দ হ'ল liter, ইয়াৰ এছ আই চিহ্ন L বা l <ref name= SIborchure/> অন্য এটি চিহ্ন ℓ ৰ জৰিয়তেও লিটাৰক প্ৰতিনিধিত্ব কৰা হয়। ই ১ ঘন ডেচিমিটাৰ (dm<sup>3</sup>), ১,০০০ ঘন চেণ্টিমিটাৰ (cm<sup>3</sup>) বা ১/১,০০০ ঘনমিটাৰৰ সৈতে সমান। ১ ঘন ডেচিমিটাৰ বুলিলে আয়তন হিচাপত ১০ চেমি × ১০ চেমি × ১০ চেমি আৰু ই এহেজাৰ ভাগৰ ১ ঘনমিটাৰৰ সৈতে সমান। সাধাৰণতে জুলীয়া বস্তু যেনেঃ পানী, গাখীৰ, তেল ইত্যাদিৰ পৰিমাণ প্ৰকাশ কৰিবৰ বাবে এই লিটাৰ এককৰ ব্যৱহাৰ কৰা হয়।
 
ফৰাচী মেট্ৰিক পদ্ধতিত লিটাৰক মূল একক হিচাপে ব্যৱহাৰ কৰিছিল। লিটাৰৰ মূল শব্দটো, পুৰণি ফৰাচী শব্দ 'লিট্ৰণ' প্ৰকৃততে এটি গ্ৰীক শব্দ আৰু গ্ৰীক ভাষাত এই এককটো আয়তনৰ পৰিৱৰ্তে ওজনৰ একক হিচাপে হে ব্যৱহাৰ কৰিছিল<ref>Collins English Dictionary</ref> আৰু ই প্ৰায় ০.৮৩১ৰ সমান। লিটাৰ এককটো মেট্ৰিক পদ্ধতিত বহু ক্ষেত্ৰত ব্যৱহাৰ হৈছিল আৰু পিছলৈ ইয়াক [[আন্তৰ্জাতিক একক পদ্ধতি|এছ আই পদ্ধতিত]] ব্যৱহাৰ বাবে সিদ্ধান্ত লোৱা হয়।<ref name="BIPM2006">[http://www.bipm.org/utils/common/pdf/si_brochure_8_en.pdf Bureau International des Poids et Mesures, 2006], p. 124. ("Days" and "hours" are examples of other non-SI units that SI accepts.)</ref> কিন্তু ই, এছ আই একক নহয়। আয়তনৰ এছ আই একক হ'ল ঘন মিটাৰ (m<sup>3</sup>)।
 
== সংজ্ঞা আৰু সমতুল্য হিচাপ ==
21 নং শাৰী:
* ১ L = ০.০০১ m³
 
পূৰ্বে ১ লিটাৰ বুলিলে প্ৰমাণ তাপমাত্ৰা আৰ চাপৰ ১ [[কিলোগ্ৰাম]] বিশুদ্ধ পানীৰ আয়তনক বুজোৱা হৈছিল। মেট্ৰিক পদ্ধতিৰ আয়তনৰ মূল একক হৈছে লিটাৰ।
 
=== সমতূল্য হিচাপ ===
এটি ঘনবস্তু, যাৰ প্ৰতিটো ধাৰৰ দৈৰ্ঘ্য ১০ চেন্টিমিটাৰচেণ্টিমিটাৰ, তাৰ আয়তন ১ লিটাৰৰ সমান। ১ ঘনফুটত প্ৰায় ২৭ লিটাৰ হৈ থাকে।
 
== লিটাৰৰ আগত যুক্ত হোৱা এছ আই প্ৰেফিক্স ==
30 নং শাৰী:
 
{|class="wikitable"
! Multiple !! Name !!colspan="2"| Symbols
|rowspan="10"|
! Multiple !! Name !!colspan="2"| Symbols
|-
|১০<sup>০</sup> || '''লিটাৰ'''|| l|| L
|&nbsp; ||&nbsp; ||&nbsp;
|-
|১০<sup>১</sup> || ডেকালিটাৰ||dal||daL
|১০<sup>−১</sup> || ডেচিলিটাৰ || dl|| dL
|-
|১০<sup>২</sup> || হেক্টোলিটাৰ || hl|| hL
|১০<sup>−২</sup> || চেন্টিলিটাৰচেণ্টিলিটাৰ || cl|| cL
|-
|১০<sup>৩</sup> || কিলোলিটাৰ || kl|| kL
|১০<sup>−৩</sup> || মিলিলিটাৰ || ml|| mL
|-
|১০<sup>৬</sup> || মেগালিটাৰ|| Ml|| ML
|১০<sup>−৬</sup> || মাইক্ৰ'লিটাৰ || µl|| µL
|-
|১০<sup>৯</sup> || গিগালিটাৰ || Gl|| GL
|১০<sup>−৯</sup> || নেন'লিটাৰ || nl|| nL
|-
|১০<sup>১২</sup> || টেৰালিটাৰ || Tl|| TL
|১০<sup>−১২</sup>|| পিকোলিটাৰ || pl|| pL
|-
|১০<sup>১৫</sup> || পেটালিটাৰ || Pl|| PL
|১০<sup>−১৫</sup>|| ফেমটোলিটাৰ|| fl|| fL
|-
|১০<sup>১৮</sup> || এক্সালিটাৰ || El|| EL
|১০<sup>−১৮</sup>|| অ্যাটোলিটাৰ || al|| aL
|}
 
72 নং শাৰী:
| date = 7 April 1795
| quote = ''Litre, la mesure de capacité, tant pour les liquides que pour les matières sèches, dont la contenance sera celle du cube de la dixièrne partie du mètre.''}} English translation: ‘''Litre'': unit of capacity for both liquids and solids which will be equivalent to a cube of [with sides] one tenth of a metre.’
</ref>এক লিটাৰ পানীৰ ভৰ প্ৰায় এক কিলোগ্ৰামৰ সমান কিয়নো ১৭৯৫ চনত এক গ্রামগ্ৰাম ওজনক, বৰফৰ গলনাংকৰ উত্তাপত থকা এক ঘন চেণ্টিমিটাৰ পানীৰ ভৰৰ সৈতে সমান বুলি পোৱা গৈছিল। মূল ডেচিমিটাৰৰ দৈঘ্য আছিল ৪৪.৩৪৪ লিগীন্স, ইয়াক ১৭৯৮ চনত ৪৪.৩২৯৬ লিগীন্সলৈ সংশোধিত কৰা হয়। ইয়াৰ পৰাই আজিৰ ঘন ডেচিমিটাৰ, প্ৰকৃত ১.০০০৯৭৪ লিটাৰ বুলি পোৱা গৈছে আৰু ইয়াৰ দ্বাৰাই এক কিলোগ্ৰামৰ ধাৰণাটো পোৱা গৈছে।<ref name=1795def>
{{cite web
| url = http://www.metrodiff.org/cmsms/index.php?page=18_germinal_an_3
86 নং শাৰী:
;আয়তন
* ১ µL (মাইক্ৰ'লিটাৰ) = ১&nbsp;mm³ (ঘন মিলিমিটাৰ)
* ১ mL (মিলিলিটাৰ) = ১&nbsp;cm³ (ঘন চেন্টিমিটাৰচেণ্টিমিটাৰ)
* ১ ঘনফুট পানী = ২৮.৩ লিটাৰ =৭.৫ গেলন =৬২.৪ পাউণ্ড =২৮.৩ কেজি।
* ১ ঘনমিটাৰ পানী =১০০০ লিটাৰ = ১০০০ কেজি।
* ১ ঘন চেন্টিমিটাৰচেণ্টিমিটাৰ পানী = ১ মিলিলিটাৰ= ১ গ্ৰাম।
;দৈৰ্ঘ্য (দূৰত্ব)
* ১ চেন্টিমিটাৰচেণ্টিমিটাৰ = ১০ মিলিমিটাৰ = ০.৩৯ ইঞ্চি।
* ১ মিটাৰ = ১০০ চেন্টিমিটাৰচেণ্টিমিটাৰ = ১০০০ মিলিমিটাৰ = ৩৯.৩৭ ইঞ্চি = ১.০৯ গজ = ২.১৯ হাত।
* ১ কিলোমিটাৰ = ১০০০ মিটাৰ = ০.৬২ মাইল = ১০৯০ গজ।
 
== পৰিৱৰ্তন ==
99 নং শাৰী:
:<math>\approx</math> 0.87987699 ইম্পেৰিয়েল কোৱাৰ্ট
::Inverse: এক ইম্পেৰিয়েল কোৱাৰ্ট ≡ 1.1365225 লিটাৰ
:<math>\approx</math> 1.056688 মাৰ্কিনআমেৰিকান তৰল কোৱাৰ্ট
::Inverse: এক মাৰ্কিনআমেৰিকান তৰল কোৱাৰ্ট ≡ 0.946352946 লিটাৰ
:<math>\approx</math> 0.2641720523 মাৰ্কিনআমেৰিকান তৰল গেলন
::Inverse: এক মাৰ্কিনআমেৰিকান তৰল গেলন ≡ 3.785411784 লিটাৰ
:<math>\approx</math> 0.0353146667 ঘন ফুট
::Inverse: এক ঘন ফুট ≡ 28.316846592 লিটাৰ
"https://as.wikipedia.org/wiki/লিটাৰ"ৰ পৰা অনা হৈছে