বিশ্ব পৰিৱেশ দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
2 নং শাৰী:
{{Infobox holiday
| holiday_name = বিশ্ব পৰিৱেশ দিৱস<br />World Environment Day (WED)
| type = Internationalআন্তৰাষ্ট্ৰীয়
| image = Ecologia.jpg
| official_name = UN World Environment Day
19 নং শাৰী:
 
 
'''বিশ্ব পৰিৱেশ দিৱস''' ({{lang-en|World Environment Day}}, সংক্ষেপে '''WED''') প্ৰতি বছৰ [[জুন ৫|৫ জুনৰ]] দিনা বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই দিনটিতেই ''ৰাষ্ট্ৰসংঘৰ মানবিকমানৱিক পৰিৱেশ কনফাৰেন্স'' (United Nations Conference on the Human Environment) আৰম্ভ হৈছিল। এই কনফাৰেন্স ১৯৭২ খ্ৰিষ্টাব্দৰ ৫ ৰ পৰা ১৬ জুনলৈ হৈছিল। তেতিয়াৰ পৰাই প্ৰতি [[বছৰ|বছৰেই]] এই [[দিৱস]] পালন কৰি অহা হৈছে। <ref>http://www.unep.org/wed/about/</ref><ref name="UN_ARES2994XXVII_page1">{{UN document |docid=A-RES-2994(XXVII) |type=Resolution |body=General Assembly |session=-1 |resolution_number=2994 |highlight=rect_105,887_505,1020 |page=1 |accessdate=22 August 2008|date=15 December 1972|title=United Nations Conference on the Human Environment}}</ref> এই দিৱসটি প্ৰথম পালন কৰা হয় ১৯৭৩ খৃষ্টাব্দত। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ [[প্ৰতিপাদ্য বিষয়]] লৈ পালন হয়। [[উত্তৰ গোলাৰ্ধ|উত্তৰ গোলাৰ্ধত]] দিবসটিদিৱসটি [[বসন্ত|বসন্তত]], আৰু [[দক্ষিণ গোলাৰ্ধ|দক্ষিণ গোলাৰ্ধত]] দিবসটিদিৱসটি [[শৰৎ|শৰতত]] পালিত হয়।
 
== তথ্যসূত্ৰ ==