ৱিকিপিডিয়া:পাঁচটা স্তম্ভ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

লিংক
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
3 নং শাৰী:
 
{| style="background:none"
|[[Image:BluePillar.svg|47px|alt=Blue pillar (1: Encyclopedia)]] || {{anchor|1|Blue|Encyclopedia}}'''[[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি|ৱিকিপিডিয়া এখন অনলাইন বিশ্বকোষ]]।''' ইয়াত সাধাৰণ আৰু বিশেষ [[বিশ্বকোষ]], [[পঞ্জিকা]] আৰু [[পত্ৰিকা]]ৰ তথ্য সন্নিৱিষ্ট হৈছে। ৱিকিপিডিয়া কোনো [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয়|প্ৰচাৰযন্ত্ৰ]] নহয়, [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা|বিজ্ঞাপনৰ মঞ্চ]] নহয়, [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা|আত্মগৌৰৱৰ ছপাখানা]] নহয়, [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো নৈৰাজ্য নহয়|নৈৰাজ্য]] বা [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো গণতন্ত্ৰ নহয়|গণতন্ত্ৰ]]ৰ পৰীক্ষা-নিৰীক্ষা নহয়, [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো বাচ-বিচাৰহীন তথ্যৰ সংগ্ৰহ নহয়|বাচ-বিচাৰহীন তথ্যৰ সংগ্ৰহ]] নহয়, বা ৱেব [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো ডিৰেক্টৰি নহয়|ডিৰেক্টৰি]] নহয়। ই এখন [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া এখন অভিধান নহয়|অভিধান]] নহয়, [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো বাতৰিকাকত নহয়|বাতৰিকাকত]] বা [[ৱিকিপিডিয়া:মূল উৎস নথিৰ নকল সন্নিৱিষ্ট নকৰিব|উৎস নথি]] নহয়; তেনে ধৰণৰ বিষয়বস্তু ইয়াৰ পৰিৱৰ্তে [http://wikimediafoundation.org/wiki/Our_projects ৱিকিমিডিয়া ভগ্নী প্ৰকল্প]লৈ বৰঙণি হিছাপেহিচাপে আগবঢ়োৱা উচিত।
|-
| 
|-
|[[Image:GreenPillar.svg|47px|alt=Green pillar (2: NPOV)]] || {{anchor|2|Green|NPOV}}'''[[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|ৱিকিপিডিয়া নিৰপেক্ষ দৃষ্টিভংগীৰে লিখা হয়]]।''' আমি ভাৰসাম্য ৰক্ষা কৰি নিৰপেক্ষ দৃষ্টিভংগীৰে তথ্য সন্নিৱিষ্ট কৰা আৰু প্ৰধান [[wikt:point of view|দৃষ্টিকোণ]] বৰ্ণনা কৰা প্ৰবন্ধৰ বাবে অহৰহ যত্ন কৰোঁ। আমি কাৰোবাৰ পোষকতা কৰাটো এৰাই চলোঁ আৰু কোনো বিষয় লৈ তৰ্ক কৰাৰ সলনি তাক সুন্দৰকৈ ডাঙি ধৰোঁ। কোনো ক্ষেত্ৰত মাত্ৰ এটাই সুপৰিচিত দৃষ্টিকোণ থাকিব পাৰে; আন কোনো ক্ষেত্ৰত কেইবাটাও দৃষ্টিকোণ থাকিব পাৰে। তেতিয়া আমি কোনোটোকে "সঁচা" বা "শ্ৰেষ্ঠ দৃষ্টিকোণ" বুলি নকৈ আটাইকেইটাকে সঠিকভাৱে, প্ৰসংগ দৰ্শাই বৰ্ণনা কৰোঁ। সকলো [[বিশ্বকোষৰ প্ৰবন্ধ|প্ৰবন্ধ]]ই [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|বিশ্বাসযোগ্য সঠিকতা]]ৰ বাবে চেষ্টা কৰিব লাগিব: প্ৰসংগৰ উল্লেখ নথকা লেখা আঁতৰাই দিয়া হ’ব পাৰে, সেইকাৰণে [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ|অনুগ্ৰহ কৰি প্ৰসংগ বা তথ্যসূত্ৰ উল্লেখ কৰক]]। সম্পাদকৰ [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|ব্যক্তিগত অভিজ্ঞতা, ভাৱভাব বা মতামত]] ইয়াত থাকিব নালাগে। তাৰ অৰ্থ হ’ল [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|বিশ্বাসযোগ্য]], [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ|কৰ্তৃত্বশীল উৎস]]ৰ উল্লেখ কৰা, বিশেষকৈ যেতিয়া বিষয়টো বিতৰ্কিত বা [[ৱিকিপিডিয়া:জীৱিত ব্যক্তিৰ জীৱনী|জীৱিত ব্যক্তি]]ৰ ওপৰত লিখা হয়।
|-
|