ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

29 নং শাৰী:
* পত্ৰিকাখনত দিবৰ বাবে সমৰ্থন জনালোঁ। --[[সদস্য:Ani ttbr|Ani ttbr]] ([[সদস্য বাৰ্তা:Ani ttbr|talk]]) 14:23, 27 April 2020 (ইউ.টি.চি.)
* ৱিকিপত্ৰিকাতে দিব। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 14:41, 28 April 2020 (ইউ.টি.চি.)
 
== Protected আৰু Semi Protected পৃষ্ঠা সম্বন্ধে ==
 
অসমীয়া ৱিকিপিডিয়াত Protected আৰু Semi Protected পৃষ্ঠা নাই বুলিবই পাৰি। সেহতীয়াকৈ 'অজিৎ বৰুৱা স্মৃতি ন্যাস'ৰ সহযোগত অজিৎ বৰুৱাদেৱৰ পৃষ্ঠাটো যথাসম্ভৱ সাল-সলনি ঘটোৱা হ'ল। অসমীয়া ৱিকিপিডিয়াত আজিৰ তাৰিখলৈকে থকা আধুনিক অসমীয়া সাহিত্যিকসকলৰ পৃ্ষ্ঠাসমুহৰ ভিতৰত অজিৎ বৰুৱাদেৱৰ পৃষ্ঠাটোৱেই পূৰ্ণাংগ আৰু নিৰ্ভৰযোগ্য বুলিব পাৰি। ইংৰাজী ৱিকিপিডিয়াৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, মহাত্মা গান্ধী আদি ব্যক্তিসকলৰ পৃ্ষ্ঠাসমুহ হয় Protected নহয় Semi-protected. অসমীয়া ৱিকিপিডিয়াটো অজিৎ বৰুৱাদেৱৰ পৃষ্ঠাটো এনে শ্রেণীত অন্তৰ্ভূক্ত কৰিব পাৰি নেকি বাৰু? আপোনালোকৰ মতামত আৰু পৰামৰ্শ বিচাৰিলো। যদি সম্ভৱ তেনেহ'লে Semi-protected হ'লেও কৰি দিবলৈ অসমীয়া ৱিকিপিডিয়াৰ বিষয়ব‍বীয়াসকলক আহ্বান জনালো।