এৰিষ্ট'টল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
16 নং শাৰী:
'''এৰিষ্ট'টল''' ({{lang-grc|Ἀριστοτέλης}} {{IPA-grc|aristotélɛːs}}, ''Aristotélēs'') (৩৮৪ খৃঃপূঃ- ৩২২ খৃঃপূঃ)<ref>That these undisputed dates (the first half of the Olympiad year 384/383 BCE, and in 322 shortly before the death of Demosthenes) are correct was shown already by [[August Boeckh]] (''Kleine Schriften'' VI 195); for further discussion, see [[Felix Jacoby]] on ''[[FGrHist]]'' 244 F 38. Ingemar Düring, ''Aristotle in the Ancient Biographical Tradition'', Göteborg, 1957, p. 253.</ref> এগৰাকী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ জন্ম ৩৮৪ খৃঃপূঃত গ্ৰীক দেশৰ এখন প্ৰাচীন নগৰ ষ্টেজাইৰাত হৈছিল। তেওঁৰ শৈশৱ অৱস্থাতে পিতৃ নিকোমাকাচৰ (Nicomachus) মৃত্যু হৈছিল। ফলস্বৰূপে তেওঁ এজন অভিভাৱকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। ১৮ বছৰ বয়সত এৰিষ্ট'টলে এথেঞ্চত অৱস্থিত প্লেটোৰ শিক্ষানুষ্ঠানত ভৰ্তি হৈছিল আৰু ৩৭ বছৰ বয়সলৈ তেওঁ তাত আছিল। তেওঁৰ ৰচনাই পদাৰ্থবিদ্যা, অধিবিদ্যা, কবিতা, নাট্যশাস্ত্ৰ, সঙ্গীত, তৰ্কশাস্ত্ৰ, ব্যাখ্যান শাস্ত্ৰ ভাষাতত্ত্ব,ৰাজনীতি বিজ্ঞান, চৰকাৰ, ন্যায়শাস্ত্ৰ, জীৱবিদ্যা, প্ৰাণীবিদ্যা আদি বিভিন্ন বিষয় সামৰি লৈছে। তেওঁৰ ৰচনাই পোন প্ৰথমবাৰৰ বাবে ন্যায়শাস্ত্ৰ, নন্দনতত্ত্ব, তৰ্কশাস্ত্ৰ, বিজ্ঞান, ৰাজনীতি আৰু অধিবিদ্যাক সাঙুৰি পশ্চিমীয়া দৰ্শনশাস্ত্ৰৰ সৰ্বাত্মক পদ্ধতি এটাৰ সৃষ্টি কৰিছিল। প্লেটোৰ মৃত্যুৰ পিছতে তেওঁ এথেঞ্চৰ পৰা আঁতৰি আহিছিল। মেচিডনীয়াৰ ৰজা ফিলিপ দ্বিতীয়ৰ অনুৰোধ মৰ্মে তেওঁ ৩৫৬ খৃঃপূঃৰ পৰা ৩২৩ খৃঃপূঃলৈ আলেকজেণ্ডাৰৰ গৃহ শিক্ষকতাৰ দায়িত্ব গ্ৰহণ কৰিছিল।
 
[[আলেক্‌জেণ্ডাৰ]]ৰ শিক্ষক হিচাবে এৰিষ্ট'টলে প্ৰসিদ্ধি লাভ কৰে। এই পদে তেওঁক অনেক যোগাৰ যন্ত্ৰ (ইং ৱিকিত থকামতে abundance of supplies) আৰু ৰাজকীয় সা -সুবিধাৰ অধিকাৰী কৰে। তেওঁ নিজে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনত শতাধিক কিতাপেৰে এক পুথিভঁৰালো মুকলি কৰিছিল। তেওঁৰ লিখনি সমূহেলিখনিসমূহে বহুতো বিষয়ত ধাৰণা প্ৰকাশ কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল- পদাৰ্থবিদ্যা, কাব্য সাহিত্য, নাট্য, গীত, ভাষাবিজ্ঞান ([[linguistics]]),ৰাজনীতি , চৰকাৰ, জীৱবিজ্ঞান ইত্যাদি। প্লেট'ৰ শিষ্য হোৱাৰ বাবে এৰিষ্টট'ল জীৱনৰ আগভাগত 'প্লেট'নিজম' ( [[Platonism]]) ভাৱাদৰ্শত বিশ্বাসী আছিল যদিও পিছলৈ তেওঁ প্ৰয়োগবাদ (empiricism ) ৰ বিশ্বাসী হৈ উঠে। .{{sfn|Barnes|2007|p=6}} এৰিষ্ট'টলৰ কৰ্মৰাজিয়েই আধুনিক বিশ্বৰ বহুতো বিষয়ৰ প্ৰথম ভেঁটি প্ৰতিষ্ঠা কৰি গৈছে। {{sfn|Barnes|2007|p=9}}
 
তেওঁৰ দৰ্শনৰ ধাৰণাসমূহ বৰ্তমান শিক্ষাৰ এক অপৰিহাৰ্য অংশ। যদিও তেওঁ অসংখ্য ধাৰণা লিখনি আকাৰে প্ৰকাশ কৰিছিল , তথ্য অনুসৰি তেওঁৰ প্ৰায়ভাগ লিখনিয়ে সংৰক্ষণ কৰা নহ"ল।নহ’ল। বৰ্তমান এৰিষ্ট'টলৰ মূল কৰ্মৰ কেৱল এক তৃতীয়াংশহে সংৰক্ষিত হৈ থকা বুলি জনা যায়।<ref>{{cite web
| last =Cicero
| first =Marcus Tullius
"https://as.wikipedia.org/wiki/এৰিষ্ট%27টল"ৰ পৰা অনা হৈছে